এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 21st, 10:25 am
এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 21st, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ' (RE-INVEST) উদ্বোধন কৰে
September 16th, 11:30 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰস্থিত মহাত্মা মন্দিৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ’ (RE-INVEST) উদ্বোধন কৰে। ৩-দিনীয়া এই সন্মিলনত ভাৰতৰ ২০০ জিৱাটৰো অধিক সংস্থাপিত অ-জীৱাশ্ম ইন্ধন ক্ষমতাৰ উল্লেখযোগ্য কৃতিত্বৰ গুৰুত্বপূৰ্ণ অৱদানকাৰীসকলক সন্মান জনোৱা হয়। শ্ৰী মোদীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰ প্ৰধান প্লেয়াৰসমূহৰ অত্যাধুনিক উদ্ভাৱনৰাজিক থূপাই প্ৰদৰ্শন কৰা প্ৰদৰ্শনীখনো প্ৰত্যক্ষ কৰে।PM Modi inaugurates 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat
September 16th, 11:11 am
Prime Minister Narendra Modi inaugurated the 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat. The summit celebrates India's achievement of over 200 GW of non-fossil fuel capacity. The PM said that India's persity, scale, capacity, potential and performance are all unique and pave the way for Indian solutions for global applications.৪-৬ মাৰ্চত তেলেংগানা, তামিলনাডু, উৰিষ্যা, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 03rd, 11:58 am
৪ মাৰ্চত পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তাৰ পিছতে আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ কালপক্কমত ‘ভৱিনী’ ভ্ৰমণ কৰিব।Boeing’s new facility is a clear indication of Karnataka’s rise as a new aviation hub: PM Modi
January 19th, 03:15 pm
Prime Minister Narendra Modi inaugurated the new state-of-the-art Boeing India Engineering & Technology Center (BIETC) campus in Bengaluru, Karnataka. Addressing the gathering, PM said that Bengaluru is a city which links aspirations to innovations and achievements, and India’s tech potential to global demands. “Boeing’s new technology campus is going to strengthen this belief”, the Prime Minister said, informing that the newly inaugurated campus is Boeing’s largest facility located outside the USA.PM inaugurates new state-of-the-art Boeing India Engineering & Technology Center campus in Bengaluru, Karnataka
January 19th, 02:52 pm
Prime Minister Narendra Modi inaugurated the new state-of-the-art Boeing India Engineering & Technology Center (BIETC) campus in Bengaluru, Karnataka. Addressing the gathering, PM said that Bengaluru is a city which links aspirations to innovations and achievements, and India’s tech potential to global demands. “Boeing’s new technology campus is going to strengthen this belief”, the Prime Minister said, informing that the newly inaugurated campus is Boeing’s largest facility located outside the USA.India & Greece have a special connection and a relationship spanning centuries: PM Modi
August 25th, 09:30 pm
PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.এথেন্সত প্ৰৱাসী ভাৰতীয় সমূদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 25th, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰতে সম্প্ৰতি লাভ কৰি থকা অভূতপূৰ্ব অগ্ৰগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চন্দ্ৰযান অভিযানৰ সফলতাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।হেলিকপ্টাৰৰ বাবে প্ৰদৰ্শনভিত্তিক নেভিগেচনৰ বাবে এছিয়াৰ প্ৰথমটো প্ৰদৰ্শনৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
June 02nd, 08:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গগন উপগ্ৰহ প্ৰযুক্তি ব্যৱহাৰ কৰি জুহুৰ পৰা পুনেলৈ বিমান যাত্ৰাৰ বাবে হেলিকপ্টাৰৰ প্ৰদৰ্শনভিত্তিক নেভিগেচনৰ বাবে এছিয়াৰ প্ৰথমটো প্ৰদৰ্শনক প্ৰশংসা কৰিছে।প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া বিমানবন্দৰ সম্পৰ্কীয় কাৰ্যসূচীৰ কিছুমান মুহূৰ্ত শ্বেয়াৰ কৰে
April 12th, 07:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া বিমানবন্দৰ সম্পৰ্কীয় কাৰ্যসূচীৰ কিছুমান মুহূৰ্ত শ্বেয়াৰ কৰিছে।‘মিচন ম’ডত পৰ্যটনৰ বিকাশ’ শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 03rd, 10:21 am
এই ৱেবিনাৰত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তিলৈ স্বাগতম জনাইছো। আজিৰ নতুন ভাৰত নতুন কৰ্ম-সংস্কৃতিৰে আগবাঢ়িছে। এইবাৰো বাজেটখনে যথেষ্ট সঁহাৰি লাভ কৰিছে, দেশবাসীয়ে ইয়াক অতি ইতিবাচকভাৱে লৈছে। পুৰণি কৰ্ম সংস্কৃতি থাকিলে এনে বাজেট ৱেবিনাৰৰ কথা কোনেও নাভাবিলেহেঁতেন। কিন্তু আজি আমাৰ চৰকাৰে বাজেটৰ আগত আৰু পিছত প্ৰতিজন অংশীদাৰৰ সৈতে বিতংভাৱে আলোচনা কৰে, তেওঁলোকক লগত লৈ যাবলৈ চেষ্টা কৰে। বাজেটৰ সৰ্বোচ্চ ফলাফল কেনেকৈ পাব, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাজেট কেনেকৈ কাৰ্যকৰী কৰিব লাগে, এই ৱেবিনাৰে বাজেটত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰে। আপোনালোকেও জানে যে চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰা মোৰ ২০ বছৰতকৈও অধিক অভিজ্ঞতা আছে। এই অভিজ্ঞতাৰ এটা দিশ হ’ল যেতিয়া সকলো অংশীদাৰেই কোনো নীতিগত সিদ্ধান্তৰ সৈতে জড়িত হয়, তেতিয়া আকাংক্ষিত ফলাফলো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে আহে। আমি দেখিছোঁ যে যোৱা কেইদিনমানত অনুষ্ঠিত ৱেবিনাৰ সমূহত আমাৰ লগত সহস্ৰাধিক লোকে যোগদান কৰিছিল। গোটেই দিনটোত সকলোৱে অতি গভীৰভাৱে মগজুৰ খটুৱাই থাকিল আৰু মই ক’ব পাৰো যে ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আহিছিল আৰু আহিছিল। বাজেটত যিটো গুৰুত্ব দিয়া হৈছে আৰু তাৰ পৰা বহুত ভাল পৰামৰ্শ ওলাই আহিল যে কেনেকৈ আগবাঢ়িব লাগে। এতিয়া আজি আমি দেশৰ পৰ্যটন খণ্ডৰ সজীৱতাৰ বাবে এই বাজেট ৱেবিনাৰখন কৰি আছো।প্ৰধানমন্ত্ৰীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' সন্দৰ্ভত পোষ্ট- বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে
March 03rd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' বিষয়ত পোষ্ট বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২ টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ভিতৰত ই সপ্তমটো শৃংখলা।বিমান খণ্ডই মানুহক ওচৰ চপাই আনিছে আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাইছেঃ প্ৰধানমন্ত্ৰী
February 22nd, 12:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত বিমান বন্দৰৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰশংসা কৰে, কিয়নো ঘৰুৱা বিমান যাত্ৰীৰ চলাচলৰ সংখ্যাই ৪.৪৫ লাখৰ ঘৰ স্পৰ্শ কৰিছে। যি হৈছে কোভিড কালৰ পাছত সৰ্বাধিক সংখ্যা।ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা ‘ভাৰ্চুৱেল’ বৈঠকত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ ইংৰাজী তৰ্জমাৰ অসমীয়া অনুবাদ
February 14th, 04:31 pm
প্ৰথমে, ‘এই যুগান্তকাৰী চুক্তি’ৰ বাবে মই ‘এয়াৰ ইণ্ডিয়া’ আৰু ‘এয়াৰবাছ’ক অভিনন্দন জনাইছো। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনক বিশেষভাৱে ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰ ইণ্ডিয়া-এয়াৰবাছৰ নতুন অংশীদাৰিত্বৰ শুভাৰম্ভণী অনুষ্ঠানত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে এক ভিডিঅ' বাৰ্তালাপত অংশগ্ৰহণ কৰে
February 14th, 04:30 pm
এয়াৰ ইণ্ডিয়া আৰু এয়াৰবাছৰ মাজত অংশীদাৰিত্বৰ শুভাৰম্ভণি কৰাৰ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, টাটা ছন্সৰ অধ্যক্ষ এমিৰিটাছ শ্ৰী ৰতন টাটা, টাটা ছন্সৰ ব'ৰ্ডৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰণ, এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী কেম্পবেল উইলছন আৰু এয়াৰবাছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গিলাউমে ফৌৰীৰ সৈতে এক ভিডিঅ' বাৰ্তালাপত অংশগ্ৰহণ কৰে।‘ক’ভিড-১৯’ কালৰ প্ৰাক মুহূৰ্তৰ পৰা সৰ্বাধিক সংখ্যক যাত্ৰীৰ অভিলেখ গঢ়াৰ বাবে অসামৰিক বিমান পৰিবহণক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
October 11th, 10:26 am
দৈনিক ৪ লাখ যাত্ৰীৰ সংখ্যা স্পৰ্শ কৰাই কেৱল নহয়, বৰং ‘ক’ভিড-১৯’ কালৰ প্ৰাকমুহূৰ্তৰ পৰা এই পৰ্যন্ত সৰ্বাধিক সংখ্যক যাত্ৰীৰ অভিলেখ ৰচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসামৰিক বিমান পৰিবহণক উচ্চ প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে আৰু কয় যে ‘স্বাচ্ছন্দ্যপূৰ্ণ জীৱন’ আৰু ‘অৰ্থনৈতিক প্ৰগতি’ৰ বাবে অতিকে প্ৰয়োজনীয় বুলি বিবেচিত দেশৰ সকলো প্ৰান্তকে সামৰি যোগাযোগ ব্যৱস্থাক আৰু উন্নত কৰি তোলাটোত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।প্ৰধানমন্ত্ৰীৰ ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক
May 04th, 02:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয় ভাৰত-নৰ্ডিক শিখৰ সন্মিলনৰ সময়ত কোপেনহেগেনত ছুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেগডেলিনা এণ্ডাৰছনৰ সৈতে বৈঠকত মিলিত হয়। দুয়োজন নেতাৰ মাজত এইখন প্ৰথম বৈঠক আছিল।ডাঙৰ চিন্তা কৰক, ডাঙৰ সপোন দেখক আৰু সেয়া সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰক: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 26th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ! এই সময়ত, আপোনালোকে ২০২১ চনৰ বিদায় আৰু ২০২২ চনৰ অভ্যৰ্থনাৰ বাবে প্ৰস্তুতিত ব্যস্ত। নতুন বছৰত, প্ৰতিজন ব্যক্তি, প্ৰতিটো প্ৰতিষ্ঠানে আগন্তুক বছৰত কিবা এটা ভাল কৰাৰ, উন্নত হোৱাৰ সংকল্প লৈছে। যোৱা সাত বছৰ ধৰি আমাৰ 'মন কী বাতে’ ব্যক্তি, সমাজ, দেশৰ ভাল কৰিবলৈ আৰু ভাল হ'বলৈ অনুপ্ৰাণিত কৰিছে। এই সাত বছৰত,'মন কী বাত'ৰ সময়ত, মই চৰকাৰৰ সাফল্যৰ বিষয়েও আলোচনা কৰিব পাৰিলোহেঁতেন। আপোনালোকেও এইটো ভাল পালেহেঁতেন, আপোনালোকেও ইয়াক প্ৰশংসা কৰিলেহেঁতেন, কিন্তু, এইটো মোৰ দশকৰ অভিজ্ঞতা যে সংবাদ মাধ্যমৰ চিকমিকনিৰ পৰা আঁতৰত, বাতৰি কাকতৰ শিৰোনামৰ পৰা আঁতৰত থাকি, বহুতো লোক আছে যিয়ে যথেষ্ট ভাল কাম কৰি আছে। তেওঁলোকে আজি দেশৰ কাইলৈৰ বাবে নিজকে জড়িত কৰি আছে। তেওঁলোকে আজি দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে। এনে লোকসকলৰ কথাবোৰে অতিশয় সান্ত্বনা, গভীৰ অনুপ্ৰেৰণা প্ৰদান কৰে। মোৰ বাবে, 'মন কী বাত' সদায়ে এনে লোকসকলৰ প্ৰচেষ্টাৰে ভৰপূৰ এক সুন্দৰ উপবন স্বৰূপ হৈ আহিছে, প্ৰতিটো মাহত মোৰ এইটোৱেই প্ৰয়াস যে এই উপবনৰ কোনটো পাহি আপোনালোকৰ মাজলৈ লৈ আনিব পাৰো ৷ মই সুখী যে আমাৰ বহুৰত্ন বসুন্ধৰাৰ গুণী কাৰ্য্যৰ অবিচলিত প্ৰবাহ অব্যাহত আছে। আৰু আজি যেতিয়া দেশখনে 'অমৃত মহোৎসৱ' উদযাপন কৰি আছে, ই এক প্ৰকাৰে জনশক্তি, জন-জনৰ শক্তি, ইয়াৰ উল্লেখ, ইয়াৰ প্ৰচেষ্টা, ইয়াৰ কঠোৰ পৰিশ্ৰম, ভাৰত আৰু মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে নিশ্চিত কৰে।Kushinagar International Airport is a tribute to the devotion of Buddhist society around the world: PM Modi
October 20th, 10:33 am
Prime Minister Narendra Modi inaugurated Kushinagar International Airport. Addressing the gathering, the PM said that India is the centre of the faith of Buddhist society around the world. He termed the facility of Kushinagar International Airport, launched as a tribute to their devotion.