ভিডিঅ’ কনফাৰেন্সযোগে সাংসদসকলৰ বাবে বহুমহলীয়া ভৱন মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

ভিডিঅ’ কনফাৰেন্সযোগে সাংসদসকলৰ বাবে বহুমহলীয়া ভৱন মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

November 23rd, 11:27 am

লোকসভাৰ মাননীয় অধ্যক্ষ শ্রী ওম বিৰলাজী, আমাৰ মন্ত্রীসভাৰ সহযোগী শ্রী প্রহ্লাদ যোশীজী, শ্রী হৰদীপ সিং পুৰীজী, এই সমিতিৰ অধ্যক্ষ শ্রী চি আৰ পাটিলজী, আমাৰ প্রিয় সাংসদসকল, ভদ্রমহিলা তথা ভদ্রপুৰুষসকল!!! দিল্লীত জন প্রতিনিধিসকলৰ বাবে আৱাসৰ এই নতুন পৰিক্ষেত্ৰৰ বাবে আপোনালোক সকলোলৈ অনেক অনেক শুভেচ্ছা থাকিল। আৰু এটি সুন্দৰ সংযোগ হ’ল, আজি আমাৰ কর্তব্যবান, মিতভাষী আমাৰ লোকসভাৰ অধ্যক্ষ শ্রী ওম বিৰলাজীৰ জন্মদিনো। ওমজীক তাৰ বাবে অনেক অনেক শুভকামনা জনালো। আপুনি সুস্থ হৈ থাকক, দীর্ঘায়ু হওক আৰু এইভাৱেই দেশক সেৱা কৰি যাওক, ঈশ্বৰৰ ওচৰত আমাৰ এটাই প্রার্থনা।

সাংসদৰ বাবে বহুমহলীয়া ‘ফ্লেট’ৰ শুভাৰম্ভ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়

সাংসদৰ বাবে বহুমহলীয়া ‘ফ্লেট’ৰ শুভাৰম্ভ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়

November 23rd, 11:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সংসদসকলৰ বাবে নিৰ্মাণ কৰা এলানি বহু মহলীয়া ফ্লেটৰ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে শুভৰম্ভ ঘোষণা কৰে। নতুন দিল্লীৰ ‘ড০ বি ডি মাৰ্গ’ত এইলানি আবসগৃহ নিৰ্মাণ কৰা হৈছে। প্ৰণিধানযোগ্য যে এই স্থানত থকা প্ৰায় ৮০ বছৰ পুৰণি আঠোটা অট্টালিকাৰ পুনৰ বিকাশ কৰি সেই স্থানত ৭৮টা ফ্লেটৰ নিৰ্মাণ কৰা হৈছে।

Inspired by Pt. Deendayal Upadhyaya, 21st century India is working for Antyodaya: PM Modi

Inspired by Pt. Deendayal Upadhyaya, 21st century India is working for Antyodaya: PM Modi

February 16th, 01:01 pm

PM Modi unveiled the statue of Deendayal Upadhyaya in Varanasi. He flagged off the third corporate train Mahakaal Express which links 3 Jyotirling Pilgrim Centres – Varanasi, Ujjain and Omkareshwar. The PM also inaugurated 36 development projects and laid foundation stone for 14 new projects.

দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 16th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এটা স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷ তেওঁ তিনি জ্যোতিৰ্লিংগ ক্ৰমে-বাৰাণসী, উজ্জয়নী আৰু ওমকাৰেশ্বৰ সংযোগী তৃতীয়খন কৰ্প’ৰেট ৰে’লৰ ফ্লেগ অফ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৪৩০খন বিচনাযুক্ত অতিবিশিষ্ট সেৱা চৰকাৰী হাস্পতালকে ধৰি ৩৬টা উন্নয়নমুলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে ১৪টা উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

অসমৰ কোকৰাঝাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 07th, 12:46 pm

মঞ্চত বিৰাজমান অসমৰ ৰাজ্যপাল, সংসদৰ মোৰ সহযোগী, বিভিন্ন পৰিষদ আৰু সংগঠনৰ সৈতে জড়িত নেতাগণ৷ ইয়াত উপস্থিত এনডিএফবিৰ বিভিন্ন গোটৰ সদস্যগণ, ইয়ালৈ অহা সন্মানীয় মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত তথা আমাক আশীৰ্বাদ দিবলৈ অহা মোৰ মৰমৰ ভাই আৰু ভনীসকল৷

অসমত কোকৰাঝাৰত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত উপস্থিত প্ৰধানমন্ত্ৰী

February 07th, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কোকৰাঝাৰত বড়ো চুক্তি সম্পাদনৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি উগ্ৰবাদীসকলক অস্ত্ৰ-শস্ত্ৰ সম্বৰণৰ জৰিয়তে হিংসাৰ পথ পৰিহাৰ কৰি বড়ো কেডাৰসকলৰ দৰে মুলসূঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়৷ ২৭ জানুৱাৰী ২০২০ তাৰিখে এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণ৷

সৰু চহৰবোৰ হ’ল নতুন ভাৰতৰ ভেটি, ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়

February 06th, 08:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ আগবঢ়ায়৷ তেওঁ কয় যে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য অভিলাসী কিন্তু আমি ডাঙৰ চিন্তা কৰিব লাগিব আৰু আগুৱাই যাব লাগিব৷ “মই আপোনালোকক পুনৰ নিশ্চিত কৰিব বিচাৰো যে ভাৰতীয় অৰ্থনীতি শক্তিশালী৷ ভাৰতে সম্পূৰ্ণ গতি আৰু সম্ভাৱনীয়তাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন দেখিছে৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷

Our Government has brought new thoughts and new approach to the governance: PM Modi

February 06th, 07:51 pm

PM Modi in his reply in Rajya Sabha, to the Motion of Thanks to the President’s Address said that in the last five years Government has brought new thoughts and new approach to the governance.

প্ৰশাসন ব্যৱস্থালৈ নতুন দৃষ্টিভংগী, নতুন চিন্তাঃ ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাবৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়৷

February 06th, 07:50 pm

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত কয় যে যোৱা পাঁচ বছৰত চৰকাৰে প্ৰশাসন ব্যৱস্থালৈ নতুন দৃষ্টিভংগী আৰু নতুন চিন্তা কঢ়িয়াই আনিছে৷ ডিজিটেল ইণ্ডিয়াক ইয়াৰ উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰি তেওঁ কয় ২০১৪ৰ পূৰ্বে মাত্ৰ ৫৯খন গাঁও পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ উপলব্ধ আছিল, কিন্তু যোৱা ৫বছৰত ১.২৫লাখ পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ আগবঢ়োৱা হৈছে৷

লোকসভাত প্ৰধানমন্ত্ৰীৰ আশ্বাস, কোনো ভাৰতীয়কে প্ৰভাৱিত নকৰে নাগৰিকত্ব সংশোধনী আইনে

February 06th, 06:36 pm

আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰত্যুত্তৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

Our vision is for greater investment, better infrastructure and maximum job creation: PM Modi

February 06th, 03:51 pm

PM Narendra Modi in Lok Sabha said that the Government has kept the fiscal deficit in check. He dwelt on the many steps taken by the Government to increase confidence of investors and strengthen the country's economy.

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণত প্ৰধানমন্ত্ৰীৰ ধন্যবাদসূচক উত্তৰ প্ৰদান

February 06th, 03:50 pm

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক উত্তৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ভাষণত আশাৰ সঞ্চাৰ হোৱাৰ লগতে আগন্তুক সময়ত দেশক নতুন অৱস্থানত উপনীত কৰোৱাৰ ৰোডমেপ প্ৰদৰ্শিত হৈছে৷

বিজেপি চৰকাৰে সদায়েই দৰিদ্ৰ আৰু মহিলাৰ কল্যাণৰ বাবে কাম কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী

February 04th, 03:09 pm

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷

দিল্লীৰ দ্বাৰকাত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰদান

February 04th, 03:08 pm

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷

কেৱল বিজেপিয়ে দিল্লীক ইয়াৰ আকাংক্ষিত উচ্চতাত অৱৰোহণ কৰিব পাৰিবঃ প্ৰধানমন্ত্ৰী মোদী

February 03rd, 04:06 pm

দিল্লীৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীয়ে আজি শ্বাহদাৰাৰ এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে৷ দিল্লীৰ জনতাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘দিল্লীবাসীৰ প্ৰতিটো ঘামৰ টোপালে চহৰখনক আজিৰ স্থানত উপনীত কৰিছে৷ দিল্লী এখন কেৱল চহৰ নহয়, ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য৷ দিল্লীয়ে প্ৰতিজন ভাৰতীয়ক আশ্ৰয় প্ৰদান কৰিছে৷’’

দিল্লীৰ শ্বাহদাৰাৰ এক বৃহৎ সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰদান

February 03rd, 04:00 pm

দিল্লীৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আজি শ্বাহদাৰাৰ এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে৷ দিল্লীৰ জনতাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘দিল্লীবাসীৰ প্ৰতিটো ঘামৰ টোপালে চহৰখনক আজিৰ স্থানত উপনীত কৰিছে৷ দিল্লী এখন কেৱল চহৰ নহয়, ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য৷ দিল্লীয়ে প্ৰতিজন ভাৰতীয়ক আশ্ৰয় প্ৰদান কৰিছে৷’’

Address by the President of India Shri Ram Nath Kovind to the joint sitting of Two Houses of Parliament

January 31st, 01:59 pm

In his remarks ahead of the Budget Session of Parliament, PM Modi said, Let this session focus upon maximum possible economic issues and the way by which India can take advantage of the global economic scenario.

জন্মু আৰু কাশ্মীৰক ভাৰতৰ মুকুট আখ্যা প্ৰধানমন্ত্ৰীৰ

January 28th, 06:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যুৱ ভাৰতবৰ্ষই এতিয়া সমস্যাসমূহ অধিক দীঘলীয়া কৰিব নিবিচাৰে আৰু বিচ্ছিন্নতাবাদ তথা সন্ত্ৰাসবাদৰ মোকাবিলা কৰি আগুৱাব বিচাৰে৷ দিল্লীত আজি এনচিচি সমাৱেশত তেওঁ আজি ভাষণ আগবঢ়ায়৷

নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সমাৱেশত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ সকলোকে একেলগে লগত লৈ দেশক আগবঢ়াই নিয়াৰ আহ্বান

January 28th, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ সমাৱেশত উপস্থিত থাকে৷ সমাৱেশত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন এনচিচি বাহিনী আৰু আন চুবুৰীয়া ৰাষ্ট্ৰৰ কেডেটসকলৰ গাৰ্ড অৱ অনা আৰু কুচকাৱাজ পৰিদৰ্শন কৰে৷

NCC strengthens the spirit of discipline, determination and devotion towards the nation: PM

January 28th, 12:07 pm

Addressing the NCC Rally in Delhi, PM Modi said that NCC was a platform to strengthen the spirit of discipline, determination and devotion towards the nation. The Prime Minister said that as a young nation, India has decided that it will confront the challenges ahead and deal with them.