Prime Minister Narendra Modi to launch Rozgar Mela
October 20th, 02:34 pm
PM Modi will launch Rozgar Mela – the recruitment drive for 10 lakh personnel – on 22nd October at 11 AM via video conferencing. During the ceremony, appointment letters will be handed over to 75,000 newly inducted appointees. This will be a significant step forward towards fulfilling the continuous commitment of the Prime Minister to providing job opportunities for the youth and ensuring welfare of citizens.আইন মন্ত্ৰী আৰু সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনূদিত ৰূপ
October 15th, 12:42 pm
ষ্টেচু অৱ ইউনিটিৰ মহিমাৰ মাজতে দেশৰ আৰু সকলো ৰাজ্যৰ আইন মন্ত্ৰী আৰু সচিবসকলৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। আজি যেতিয়া দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, চৰ্দাৰ পেটেলে জনস্বাৰ্থৰ বাবে আগবঢ়োৱা ত্যাগে, অনুপ্ৰেৰণাই আমাক সঠিক দিশত লৈ যাব আৰু আমাক লক্ষ্যলৈ লৈ যাব।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ একতা নগৰত আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে
October 15th, 12:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে।ৱুহান উদ্ধাৰ অভিযানক ভূয়সী প্ৰসংশা প্ৰধানমন্ত্ৰীৰ
February 13th, 09:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৱুহানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলৰ উদ্ধাৰৰ বাবে এয়াৰ ইণ্ডিয়া আৰু দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়ববীয়াসকলে গ্ৰহণ কৰা অনবদ্য পদক্ষেপৰ ভূয়সী প্ৰসংশা কৰে। এই উদ্ধাৰ অভিযানত নিয়োজিত লোকসকলৰ প্ৰতি প্ৰসংশামূলক পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই পত্ৰ অসামৰিক বিমান পৰিবহন বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে এইসকল কৰ্মচাৰীৰ হাতত অৰ্পন কৰিব।Launch of key metro projects in Mumbai will greatly enhance ‘Ease of Living’ for people: PM Modi
September 07th, 12:29 pm
Addressing a public meeting in Mumbai, Prime Minister Narendra Modi inaugurated and laid the foundation stones for several metro projects today. PM Modi laid the foundation stone of three new metro lines of Mumbai Metro as well as for the new Metro Bhavan to be built for controlling Mumbai Metro’s operations.মুম্বাই মেট্ৰ’ প্ৰকল্পক গতি প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
September 07th, 12:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মুম্বাই ইন মিনিট’ ভিজনৰ অংশস্বৰূপে মুম্বাই মেট্ৰ’ৰ কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে৷ এই প্ৰকল্পসমূহে মহানগৰীখনৰ মেট্ৰ’সেৱাক নতুন গতি প্ৰদান কৰিব আৰু নাগৰিকক নিৰাপদ, দ্ৰুত আৰু উন্নত মেট্ৰ’সেৱা আগবঢ়াব৷কইম্বাটোৰৰ শ্রীৰামকৃষ্ণ মঠত আয়োজিত স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতাৰ ১২৫তম বার্ষিকীৰ সামৰণী অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে প্রধানমন্ত্রীৰ ভাষণ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে কইম্বাটোৰৰ শ্রীৰামকৃষ্ণ মঠত আয়োজিত স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতাৰ ১২৫তম বার্ষিকীৰ সামৰণী অনুষ্ঠানত ভাষণ আগবঢ়ায়।
September 11th, 03:30 pm
এই উপলক্ষে ভাষণত প্রধানমন্ত্রীয়ে কয় যে এই অনুষ্ঠানৰ পৰা স্বামীজীৰ ভাষণৰ প্রভাৱ, ভাৰতৰ সন্দৰ্ভত পশ্চিমীয়া দেশসমূহৰ ধ্যান-ধাৰণাৰ পৰিৱর্তন আৰু ভাৰতৰ চিন্তাভাৱনা তথা দর্শনৰ স্বীকৃতিৰ সন্দৰ্ভত শুদ্ধ ৰূপত জনাত সহায়ক হৈছে।The party which has no internal democracy cannot be expected to adhere to the ideals of democracy: PM Modi
June 26th, 12:50 pm
Speaking at a programme on Emergency in Mumbai, Prime Minister Narendra Modi launched scathing attack on the Congress party for imposing Emergency and turning the country into a jail.Congress disrespected our brave Jawans, they are insensitive towards farmers: PM Modi
May 03rd, 01:17 pm
Addressing a public meeting at Kalaburagi, Karnataka PM Narendra Modi said that election in the state was going to decide the future of Karnataka. “It is about the safety of women, the wellbeing of farmers. Do not assume this is only about electing MLAs, it is way beyond that”, said the Prime Minister.PM expresses happiness at the patience and enthusiasm of citizens in exchanging currency
November 10th, 08:10 pm
PM Narendra Modi expressed happiness at the patient and orderly manner in which the citizens are getting the notes exchanged in banks following the cancellation of the legal tender character of the high denomination bank notes of Rs.500 and Rs.1000. The PM said that it is heartening to see such warmth, enthusiasm and patience of the citizens to bear this limited inconvenience for a greater good.PM’s remarks at the release of the Vice-President’s book “Citizen and Society” by the President of India
September 23rd, 01:42 pm
PM Narendra Modi attended a function for release of the book ‘Citizen and Society,’ written by Vice-President, Hamid Ansari. PM Modi congratulated the Vice President for presenting his thoughts to the future generations through the book. “India should be proud to be a country of so many dialects and languages, and so many different faiths, living in harmony”, PM Modi remarked at the event.