চিবিআইৰ হীৰক জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 03rd, 03:50 pm
আজি আৰম্ভ কৰা কিছুমান চহৰৰ নতুন চিবিআই কাৰ্যালয়, টুইটাৰ হেণ্ডেল, অন্যান্য ব্যৱস্থাই হওঁক, তেওঁলোকে নিশ্চিতভাৱে চিবিআইক অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চিবিআইয়ে নিজৰ সেৱা আৰু দক্ষতাৰ জৰিয়তে সাধাৰণ জনতাক নতুন আস্থা প্ৰদান কৰিছে। আজিও যেতিয়া কোনোবাই এটা গোচৰৰ সমাধান অসম্ভৱ বুলি অনুভৱ কৰে তেতিয়া তেওঁলোকে দাবী কৰে যে সেইটো চিবিআইক গতাই দিব লাগে। তদন্ত কৰি থকা সংস্থাটোৰ পৰা গোচৰটো লৈ চিবিআইক গতাই দিয়াৰ দাবীত মানুহে বিক্ষোভ প্ৰদৰ্শন কৰে। পঞ্চায়ত পৰ্যায়ত কিবা ইছ্যু থাকিলেও মানুহে কয়, এইটো চিবিআইক গতাই দিব লাগে।ন্যায়ৰ ব্ৰেণ্ড হিচাপে চিবিআই আজি মানুহৰ মুখে মুখে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ হীৰক জয়ন্তী উদযাপন উদ্বোধন কৰে
April 03rd, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ হীৰক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো ১৯৬৩ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এক প্ৰস্তাৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।প্ৰধানমন্ত্ৰীয়ে পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰে
February 18th, 10:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰে।২৮ অক্টোবৰত ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকলৰ চিন্তন শিৱিৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 26th, 10:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰ, ২০২২ৰ পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকলৰ চিন্তন শিৱিৰত অংশগ্ৰহণ কৰিব৷ হাৰিয়ানাৰ সুৰযকন্দত ২৭ আৰু ২৮ অক্টোবৰ, ২০২২ত চিন্তন শিৱিৰ অনুষ্ঠিত হ’ব৷ চিন্তন শিৱিৰ গৃহ সচিবসকল আু আৰক্ষীৰ সঞ্চালকপ্ৰধান(ডিজিপি)সকল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী(চিএপিএফ) আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থা(চিপিঅ’)সমূহৰ সঞ্চালকপ্ৰধানসকল উপস্থিত থাকিব৷২০২১ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ২১ খন বিশেষ ফটো
December 31st, 11:59 am
২০২১ বৰ্ষৰ সমাপ্তিৰ পৰিপ্ৰেক্ষিতত ২০২১ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ কিছুমান বিশেষ ফটো ইয়াত চাওক।Narendra Modi speaks at ATVT Chintan Shibir
October 14th, 02:48 pm
Narendra Modi speaks at ATVT Chintan ShibirCM exhorts ITIs to imbibe the mantra of “Shramev Jayate”
July 28th, 12:57 pm
CM exhorts ITIs to imbibe the mantra of “Shramev Jayate”