প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ ১৩২ সংখ্যক বাৰ্ষিকীত চিকাগোৰ ভাষণেৰে তেওঁক স্মৰণ কৰে

September 11th, 11:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৮৯৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত স্বামী বিবেকানন্দই দিয়া এটা বিখ্যাত ভাষণ শ্বেয়াৰ কৰে।

১৩০ বছৰ পূৰ্বে আজিৰ দিনটোতে আগবঢ়োৱা স্বামী বিবেকানন্দৰ চিকাগো ভাষণ স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 11th, 03:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে ১৩০ বছৰ পূৰ্বে চিকাগোৰ বিশ্বৰ ধৰ্ম সংসদত আজিৰ দিনটোতে আগবঢ়োৱা স্বামী বিবেকানন্দৰ ভাষণটো আজিও বিশ্ব ঐক্য আৰু সমন্বয়ৰ বাবে এক স্পষ্ট আহ্বান হিচাপে প্ৰতিধ্বনিত হৈছে।

১৮৯৩ চনত চিকাগোত স্বামী বিবেকানন্দৰ অসাধাৰণ ভাষণৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে

September 11th, 10:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮৯৩ চনত চিকাগোত স্বামী বিবেকানন্দৰ অসাধাৰণ ভাষণৰ কথা স্মৰণ কৰিছে। শ্ৰী মোদীয়ে কৈছে যে ১৮৯৩ চনৰ আজিৰ দিনটোতে তেওঁ চিকাগোত তেওঁৰ অন্যতম উল্লেখযোগ্য ভাষণ প্ৰদান কৰিছিল। তেওঁৰ এই ভাষণত বিশ্ববাসীক ভাৰতৰ সংস্কৃতি আৰু নীতি-নিয়মৰ আভাস পোৱা গ’ল।

PM recalls Swami Vivekananda’s iconic 1893 speech at Chicago

September 11th, 11:06 pm

The Prime Minister, Shri Narendra Modi has said that the spirit of Swami Vivekananda’s iconic 1893 speech at Chicago speech has the potential to create a more just, prosperous and inclusive planet.

Tragedies like 9/11 will have a permanent solution, only through humanitarian values: PM Modi

September 11th, 11:01 am

Prime Minister Narendra Modi performed the Lokarpan of Sardardham Bhavan and Bhoomi Pujan of Sardardham Phase – II Kanya Chhatralaya. The PM said the Hostel facility being inaugurated today will also help so many girls to come forward. He said that the state of the art building, girls hostel and modern library will empower the youth.

প্রধানমন্ত্রীয়ে চর্দাৰধাম ভৱন লোকার্পণ আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে

September 11th, 11:00 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত চর্দাৰধাম ভৱন লোকার্পণ কৰে আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত আছিল।

কইম্বাটোৰৰ শ্রীৰামকৃষ্ণ মঠত আয়োজিত স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতাৰ ১২৫তম বার্ষিকীৰ সামৰণী অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে প্রধানমন্ত্রীৰ ভাষণ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে কইম্বাটোৰৰ শ্রীৰামকৃষ্ণ মঠত আয়োজিত স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতাৰ ১২৫তম বার্ষিকীৰ সামৰণী অনুষ্ঠানত ভাষণ আগবঢ়ায়।

September 11th, 03:30 pm

এই উপলক্ষে ভাষণত প্রধানমন্ত্রীয়ে কয় যে এই অনুষ্ঠানৰ পৰা স্বামীজীৰ ভাষণৰ প্রভাৱ, ভাৰতৰ সন্দৰ্ভত পশ্চিমীয়া দেশসমূহৰ ধ্যান-ধাৰণাৰ পৰিৱর্তন আৰু ভাৰতৰ চিন্তাভাৱনা তথা দর্শনৰ স্বীকৃতিৰ সন্দৰ্ভত শুদ্ধ ৰূপত জনাত সহায়ক হৈছে।

India is changing. India's standing at the global stage is rising and this is due to Jan Shakti: PM

September 11th, 11:18 am

PM Narendra Modi addressed students' convention on the theme of ‘Young India, New India.’ Recalling Swami Vivekananda’s speech in Chicago, PM Modi remarked, “Just with a few words, a youngster from India won over the world and showed the world the power of oneness.” He added that a lot could be learnt from Swami Vivekananda’s thoughts.

PM Modi addresses students' convention on the theme of ‘Young India, New India’

September 11th, 11:16 am

PM Narendra Modi addressed students' convention on the theme of ‘Young India, New India.’ Recalling Swami Vivekananda’s speech in Chicago, PM Modi remarked, “Just with a few words, a youngster from India won over the world and showed the world the power of oneness.” He added that a lot could be learnt from Swami Vivekananda’s thoughts.

PM to address the students' convention, on the occasion of 125th anniversary of Swami Vivekananda’s Chicago address and Pt. Deendayal Upadhyaya's centenary celebrations

September 10th, 07:38 pm

The Prime Minister, Shri Narendra Modi will address the students' convention on the theme of ‘Young India, New India', on occasion of 125th anniversary of Swami Vivekananda’s Chicago address and Pt. Deendayal Upadhyaya's centenary celebrations, on September 11, 2017.

PM Modi pays tribute to those who lost their lives in 9/11 attacks; recalls Swami Vivekananda's address in Chicago

September 11th, 09:06 pm

PM Modi paid tribute to those who lost their lives in the 9/11 attacks. The Prime Minister Modi also recalled Swami Vivekananda’s address to the World Parliament of Religions in Chicago, on September 11th - in 1893.