গুজৰাটৰ বোডেলী, ছোটাউদেপুৰত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

September 27th, 08:14 pm

মঞ্চত বিৰাজমান গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেন্দ্ৰ ভাই পেটেল, সংসদত মোৰ সতীৰ্থ গুজৰাট ভাজপাৰ অধ্যক্ষ শ্ৰীমান চি আৰ পাটীল, গুজৰাট চৰকাৰৰ মন্ত্ৰীগণ, ৰাজ্য পঞ্চায়তৰ প্ৰতিনিধি আৰু বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল,

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ছোটা উদেপুৰৰ বোডেলীত ৫২০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে

September 27th, 01:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ছোটা উদেপুৰৰ বোডেলীত ৫২০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। এই প্ৰকল্পত অন্তৰ্ভুক্ত আছে 'মিছন স্কুলচ অৱ এক্সিলেন্স' কাৰ্যসূচীৰ অধীনত ৪৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা, 'বিদ্যা সমীক্ষা কেন্দ্ৰ ২.০' আৰু অন্যান্য বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা।

প্ৰধানমন্ত্ৰীয়ে ২৬-২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব

September 25th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬-২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। ২৭ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিটৰ ২০ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দুপৰীয়া প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ছোটাউদেপুৰৰ বোড়েলীত উপস্থিত হৈ ৫২০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব।

Congress raised 'Garibi Hatao' slogan, but poverty actually increased under its rule as it misguided people: PM Modi in Himmatnagar

December 01st, 11:30 am

Addressing his final rally of the day in Himmatnagar, PM Modi said, “In 20 years, the area covered by groundnut has more than doubled. Now the yield of groundnut is 8 times more in Sabarkantha as compared to earlier. I am told, this time farmers are getting very good money in the purchase of groundnut. The facility of cold storage for potatoes here has also brought a lot of ease to the farmers. The happiness of all of us grows today when french fries made from Sabarkantha potatoes are exported.”

PM Modi addresses public meetings in Kalol, Chhota Udepur and Himmatnagar, Gujarat

December 01st, 11:29 am

Continuing his campaigning spree for the second phase of assembly elections, PM Modi today addressed public meetings in Kalol, Chhota Udepur and Himmatnagar, Gujarat. Taking over the G20 presidency, PM Narendra Modi said today is a big day for India, a historic day. “With the blessings of Maa Kalika, today is an auspicious day for the presidency of India to begin in the G20. This is a matter of great pride for all of us,” he said.

In order to be a healthy nation we need to be free of the disease called misgovernance: CM at Chhota Udepur dist.

August 30th, 02:01 pm

In order to be a healthy nation we need to be free of the disease called misgovernance: CM at Chhota Udepur dist.