পৰম পূজ্য বভুলগাওঁকাৰ মহাৰাজক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

পৰম পূজ্য বভুলগাওঁকাৰ মহাৰাজক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

November 14th, 06:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰম পূজ্য বভুলগাওঁকাৰ মহাৰাজক সাক্ষাৎ কৰে, যিগৰাকী তেঁওঁৰ উদাৰ চিন্তা আৰু লেখাৰ বাবে বহুলভাৱে সন্মানিত।

মহন্ত সুভদ্ৰা আত্যাৰে মিলিত প্ৰধানমন্ত্ৰী

মহন্ত সুভদ্ৰা আত্যাৰে মিলিত প্ৰধানমন্ত্ৰী

November 14th, 06:32 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী স্ত্ৰী শিক্ষা আৰু কন্যা সন্তানৰ সবলীকৰণৰ ক্ষেত্ৰত কৰা কামৰ বাবে পৰিচিত মহন্ত সুভদ্ৰা আত্যাৰে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে মহামণ্ডলেশ্বৰ স্বামী শান্তিগিৰি মহাৰাজক সাক্ষাৎ কৰে

প্ৰধানমন্ত্ৰীয়ে মহামণ্ডলেশ্বৰ স্বামী শান্তিগিৰি মহাৰাজক সাক্ষাৎ কৰে

November 14th, 06:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহামণ্ডলেশ্বৰ স্বামী শান্তিগিৰি মহাৰাজক সাক্ষাৎ কৰে আৰু দৰিদ্ৰ তথা পিছপৰা লোকসকলক সবলীকৰণ কৰিবলৈ তেওঁ চলোৱা প্ৰচেষ্টাৰ শলাগ লয়।