‘দবা অলিম্পিয়াড’ৰ বিজয়ীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠ
September 26th, 12:15 pm
ছাৰ এই প্ৰথমবাৰৰ বাবে ভাৰতে দুয়োটা সোণৰ পদকেই জিকিবলৈ সক্ষম হৈছে, আৰু দলটোৱে যিধৰণে প্ৰদৰ্শন কৰিলে সেয়া বহুতেই উন্নত আছিল, অৰ্থাৎ, ল’ৰাহঁতে ২২ ৰ ভিতৰত ২১ পইণ্ট আৰু ছোৱালীহঁতে ২২ পইণ্টৰ ভিতৰত ১৯ পইণ্ট লাভ কৰিছিল, আমি ৪৪ৰ ভিতৰত মুঠ ৪০ পইণ্ট লাভ কৰিছিলোঁ। ইমান বৃহত্, সুন্দৰ প্ৰদৰ্শন আগতে কেতিয়াও সম্ভৱ হোৱা নাছিল।PM Modi meets and encourages our Chess Champions
September 26th, 12:00 pm
PM Modi spoke with India's chess team after their historic dual gold wins. The discussion highlighted their hard work, the growing popularity of chess, AI's impact on the game, and the importance of determination and teamwork in achieving success.বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।Tamil Nadu is chess powerhouse of India: PM Modi
July 29th, 09:10 am
PM Modi declared open the 44th Chess Olympiad at JLN Indoor Stadium, Chennai. The PM highlighted that Tamil Nadu has a strong historical connection with chess. This is why it is a chess powerhouse for India. It has produced many of India’s chess grandmasters. It is home to the finest minds, vibrant culture and the oldest language in the world, Tamil, he added.PM declares 44th Chess Olympiad open
July 28th, 09:37 pm
PM Modi declared open the 44th Chess Olympiad at JLN Indoor Stadium, Chennai. The PM highlighted that Tamil Nadu has a strong historical connection with chess. This is why it is a chess powerhouse for India. It has produced many of India’s chess grandmasters. It is home to the finest minds, vibrant culture and the oldest language in the world, Tamil, he added.PM to visit Gujarat and Tamil Nadu on 28-29 July
July 26th, 12:52 pm
Prime Minister Shri Narendra Modi will visit Gujarat and Tamil Nadu on 28-29 July, 2022. At around 12 Noon on 28 July, Prime Minister will inaugurate and lay the foundation stone of multiple projects of Sabar Dairy at Gadhoda Chowki, Sabarkantha. Thereafter, Prime Minister will travel to Chennai and declare open the 44th Chess Olympiad at JLN Indoor Stadium, Chennai at around 6 PM.Goal is to see the Tricolour flying high: PM Modi to Indian contingent for CWG 2022
July 20th, 10:01 am
PM Modi interacted with the Indian contingent bound for Commonwealth Games 2022. The PM said the current period is in a way the most important period in the history of Indian sports. Today, the spirit of players is also high, the training too is getting better and the atmosphere in the country towards sports is also tremendous, he added.প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছ ২০২২ৰ ভাৰতীয় দলৰ সৈতে বাৰ্তালাপ কৰে
July 20th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২লৈ যোৱা ভাৰতীয় দলটোৰ সৈতে বাৰ্তালাপ কৰে। বাৰ্তালাপত খেলুৱৈ সকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষক দুয়োজনে অংশগ্ৰহণ কৰিছিল। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু ক্ৰীড়া সচিবো উপস্থিত আছিল।৪৪তম দবা অলিম্পিয়াডৰ বাবে টৰ্চ ৰীলে মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 19th, 05:01 pm
দবা অলিম্পিয়াডৰ এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত উপস্থিত আছে মোৰ কেবিনেট সহকৰ্মী, আন্তৰ্জাতিক দবা ফেডাৰেচনৰ সভাপতি আৰ্কাডি ডভোৰ্কভিচ, সৰ্বভাৰতীয় দবা ফেডাৰেচনৰ সভাপতি, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, দবা আৰু অন্যান্য ক্ৰীড়া সংগঠনৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, প্ৰতিনিধি, আন সকলো গণ্যমান্য ব্যক্তি, দবা অলিম্পিয়াড দলৰ সদস্য আৰু অন্যান্য দবা খেলুৱৈসকল। ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!PM launches historic torch relay for 44th Chess Olympiad
June 19th, 05:00 pm
Prime Minister Modi launched the historic torch relay for the 44th Chess Olympiad at Indira Gandhi Stadium, New Delhi. PM Modi remarked, We are proud that a sport, starting from its birthplace and leaving its mark all over the world, has become a passion for many countries.”১৯ জুনত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 17th, 04:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জুনত সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব। এই উপলক্ষে তেওঁ উপস্থিত দৰ্শক সম্বোধি ভাষণ আগবঢ়াব।