চিতা নামকৰণ প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
April 21st, 10:14 am
প্ৰধানমন্ত্ৰীয়ে চিতা নামকৰণ প্ৰতিযোগিতাৰ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰিছে।মাইসূৰুত ব্যঘ্ৰ প্ৰকল্পৰ ৫০ সংখ্য বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 09th, 01:00 pm
প্ৰথমতে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। কাৰণ মই পুৱা ৬ বজাতে ওলাই গৈছিলো, মই ভাবিছিলো যে মই সময়মতেই অৰণ্য পৰিদৰ্শন কৰি ঘূৰি আহিব পাৰিম। পিচে, মই উভতি আহোতে ১ ঘণ্টা পলম কৰিলো। এইখিনি সময় অপেক্ষা কৰি থাকিবলগীয়া হোৱা বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। মোৰ কব খোজা কথাটো হ'ল, আমি আগতে বাঘৰ যি সংখ্যা স্পৰ্শ কৰিছিলো, আমি দেখিবলৈ পাইছো, আমাৰ বাঘৰ পৰিয়াল সম্প্ৰসাৰিত হৈছে, সেয়ে, ই আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মই আপোনালোক সকলোকে আমাৰ বাঘৰ এই পৰিয়ালকেইটাৰ সন্মানাৰ্থে সকলোকে নিজ নিজ স্থানতে থিয় হৈ অভিবাদন জনাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ!কৰ্ণাটকৰ মহীশূৰত ‘ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
April 09th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰৰ মহীশূৰ বিশ্ববিদ্যালয়ত 'ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান' উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স (আইবিচিএ)ৰ শুভাৰম্ভ কৰে। তেওঁ 'বাঘ সংৰক্ষণৰ বাবে অমৃত কালৰ লক্ষ্য', ব্যাঘ্ৰ সংৰক্ষণৰ ব্যৱস্থাপনা কাৰ্যকৰিতা মূল্যায়নৰ পঞ্চম চক্ৰৰ এক সাৰাংশ প্ৰতিবেদন-এইসমূহ পুস্তিকা মুকলি কৰাৰ লগতে বাঘৰ সংখ্যা ঘোষণা কৰে আৰু সৰ্বভাৰতীয় বাঘ অনুমানৰ (পঞ্চম চক্ৰ) সাৰাংশ প্ৰতিবেদন প্ৰকাশ কৰে। তেওঁ প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে।স্থানান্তৰিত কৰি অনা এজনী চিতাবাঘে চাৰিটা পোৱালী জন্ম দিয়াত সন্তোষ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
March 29th, 04:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতলৈ স্থানান্তৰিত কৰি অনা এজনী চিতাবাঘে চাৰিটা পোৱালী জন্ম দিয়াত সন্তোষ প্ৰকাশ কৰিছে।কুনোৰ চিতাবাঘকেইটাৰ বতৰা দিলে প্ৰধানমন্ত্ৰীয়ে
November 06th, 12:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তথ্য সদৰী কৰি কয় যে বিধিসন্মত ভাবে আচুতীয়াকৈ ৰাখিবলগীয়া কালছোৱা সম্পূৰ্ণ হোৱাৰ পিচত কুনোৰ বৃহত্ পৰিসৰত বিচৰণৰ বাবে দুটা চিতাবাঘ মুকলি কৰি দিয়া হৈছে।Jamnagar is emerging as the hub of manufacturing and coast-led development: PM Modi
October 10th, 06:50 pm
PM Modi laid the foundation stone and dedicated to the nation multiple projects worth around Rs 1450 crore in Jamnagar, Gujarat. The PM informed everyone that five resolutions of development have created a solid foundation for the state of Gujarat. The first resolution is Jan Shakti, the second is Gyan Shakti, the third is Jal Shakti, the fourth is Urja Shakti and finally Raksha Shakti.PM lays the foundation stone and dedicates to the nation multiple projects worth over Rs 1450 crore in Jamnagar, Gujarat
October 10th, 06:49 pm
PM Modi laid the foundation stone and dedicated to the nation multiple projects worth around Rs 1450 crore in Jamnagar, Gujarat. The PM informed everyone that five resolutions of development have created a solid foundation for the state of Gujarat. The first resolution is Jan Shakti, the second is Gyan Shakti, the third is Jal Shakti, the fourth is Urja Shakti and finally Raksha Shakti.চিতা সম্পৰ্কীয় ৰোমাঞ্চকৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান প্ৰধানমন্ত্ৰীৰ
September 27th, 09:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে MyGov websiteত উপলব্ধ চিতা সম্পৰ্কীয় তিনিটা ৰোমাঞ্চকৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।বিশ্বই যোগাসনক শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে অতিশয় ফলপ্ৰসূ উপায় হিচাপে গ্ৰহণ কৰিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
September 25th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। বিগত দিনকেইটাত আমাৰ সকলোৰে এটা কথাই দৃষ্টি আকৰ্ষণ কৰিছিল – সেয়া হৈছে চিতা। চিতাৰ বিষয়ে কথা পাতিবলৈ বহুতো বাৰ্তা পাইচো, সেয়া উত্তৰ প্ৰদেশৰ অৰুণ কুমাৰ গুপ্তাজীয়েই হওক বা তেলেংগানাৰ এন ৰামচন্দ্ৰন ৰঘুৰাম জীয়েই হওক; গুজৰাটৰ ৰাজনজীয়েই হওক বা দিল্লীৰ সুব্ৰতজীয়েই হওক। দেশৰ সকলো প্ৰান্তৰ লোকে ভাৰতলৈ চিতা ঘূৰাই অনাত আনন্দ প্ৰকাশ কৰিছে। ১৩০ কোটি ভাৰতীয় সুখী, গৌৰৱেৰে পৰিপূৰ্ণ – এয়া হৈছে ভাৰতৰ প্ৰকৃতিপ্ৰেম। এই সন্দৰ্ভত জনসাধাৰণৰ এটা সচৰাচৰ প্ৰশ্ন হ'ল মোদীজী, আমি কেতিয়া চিতাবোৰ চাবলৈ সুযোগ পাম?India is a rapidly developing economy and continuously strengthening its ecology: PM Modi
September 23rd, 04:26 pm
PM Modi inaugurated National Conference of Environment Ministers in Ekta Nagar, Gujarat via video conferencing. He said that the role of the Environment Ministry was more as a promoter of the environment rather than as a regulator. He urged the states to own the measures like vehicle scrapping policy and ethanol blending.PM inaugurates the National Conference of Environment Ministers of all States in Ekta Nagar, Gujarat
September 23rd, 09:59 am
PM Modi inaugurated National Conference of Environment Ministers in Ekta Nagar, Gujarat via video conferencing. He said that the role of the Environment Ministry was more as a promoter of the environment rather than as a regulator. He urged the states to own the measures like vehicle scrapping policy and ethanol blending.কুনো ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া চিতা মুকলি কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
September 17th, 11:51 am
মানৱতাৰ সন্মুখত খুব কমেহে এনে সময় আহে যেতিয়া সময়ৰ চক্ৰই আমাক অতীত সংশোধন কৰি এক নতুন ভৱিষ্যত গঢ়াৰ সুযোগ দিয়ে। আজি সৌভাগ্যক্ৰমে আমাৰ হাতলৈ এনে এক ক্ষণ আহিছে। কেইবা দশক পূৰ্বে, জৈৱ বৈচিত্ৰ্যৰ বহু পুৰণি সংযোগ বিচ্ছিন্ন হৈছিল, বিলুপ্ত হৈ গৈছিল, আৰু আজি আমি ইয়াক পুনৰুদ্ধাৰৰ সুযোগ পাইছো। আজি, ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে। আৰু মই এইটোও ক'ম যে এই চিতাবোৰৰ লগতে ভাৰতৰ প্ৰকৃতিপ্ৰেমী চেতনাও সম্পূৰ্ণৰূপে জাগ্ৰত হৈছে। এই ঐতিহাসিক অনুষ্ঠানত মই সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।PM addresses the nation on release of wild Cheetahs in Kuno National Park in Madhya Pradesh
September 17th, 11:50 am
PM Modi released wild Cheetahs brought from Namibia at Kuno National Park under Project Cheetah, the world's first inter-continental large wild carnivore translocation project. PM Modi said that the cheetahs will help restore the grassland eco-system as well as improve the biopersity. The PM also made special mention of Namibia and its government with whose cooperation, the cheetahs have returned to Indian soil after decades.১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব মধ্য প্ৰদেশ
September 15th, 02:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ ছেপ্টেম্বৰত মধ্য প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ‘কুনো ৰাষ্ট্ৰীয় উদ্যান’ত মুকলি কৰিব ভাৰতত বিলুপ্তপ্ৰায় বনৰীয়া চিতাবাঘৰ এটা গোট। ইয়াৰ পিচত দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে শিওপুৰৰ কাৰাহালত আত্মসহায়ক গোটসমূহৰ এক সন্মিলনত ভাগ লব। সন্মিলনত মহিলা আত্ম সহায়ক গোটসমূহৰ বহু সহস্ৰ সদস্যা/সমূহীয়া সমল ব্যক্তি উপস্থিত থাকিব।