পুৰুষৰ শ্বটপুটত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পেৰা এথলীট হোকাটো হোটোঝে ছেমাক অভিনন্দন জনাইছেপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 07th, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিকত পুৰুষৰ শ্বটপুট এফ৫৭ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে এথলীট হোকাটো হোটোঝে ছেমাক অভিনন্দন জনায়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্পত ব্ৰঞ্জ জয় কৰা এথলীট মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে
September 04th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্প টি-৬৩ত ৰূপৰ পদক জয় কৰা শাৰদ কুমাৰক অভিনন্দন জনাইছে
September 04th, 10:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ হাই জাম্প টি-৬৩ত ৰূপৰ পদক অৰ্জন কৰা শাৰদ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুন্দৰ সিং গুৰ্জাৰক অভিনন্দন জনাইছে
September 04th, 10:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুন্দৰ সিং গুৰ্জাৰক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰূপৰ পদক জয় কৰাৰ বাবে অজিত সিঙক অভিনন্দন জনাইছে
September 04th, 10:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অজিত সিঙক অভিনন্দন জ্ঞাপন কৰে। পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ইভেণ্টত অজিত সিঙে ৰূপৰ পদক জিকিছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত মহিলাৰ ৪০০ মিটাৰ টি-২০প্ৰতিযোগিতাত ব্ৰঞ্জ জয় কৰা দীপ্তি জীৱনজীক অভিনন্দন জনায়
September 04th, 06:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ ৪০০ মিটাৰ টি-২০ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ দীপ্তি জীৱনজীক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেডমিণ্টন খেলুৱৈ নিত্যা শ্ৰী শিৱনক ব্ৰঞ্জৰ পদক জয়ৰ বাবে অভিনন্দন জনাইছে
September 03rd, 10:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ একক বেডমিণ্টন এছ এইচ-৬ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্যা শ্ৰী শিৱনক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত জেভেলিন ইভেণ্টত স্বৰ্ণ জয় কৰাৰ বাবে সুমিত এণ্টিলক অভিনন্দন জনাইছে
September 03rd, 12:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ জেভেলিন এফ-৬৪ ইভেণ্টত সোণৰ পদক অৰ্জন কৰাৰ বাবে আজি এথলীট সুমিত এণ্টিলক অভিনন্দন জ্ঞাপন কৰে।Paralympics 2024: PM Modi congratulates Sheetal Devi , Rakesh Kumar on winning Bronze Medal
September 02nd, 11:40 pm
The Prime Minister Shri Narendra Modi today hailed the team spirit demonstrated by athletes Sheetal Devi and Rakesh Kumar by winning a Bronze medal in the Mixed Team Compound Open Archery at the ongoing Paris Paralympics.‘পেৰিছ পেৰালিম্পিক’ত ‘ৰূপৰ পদক’ জয় কৰাৰ বাবে ‘বেডমিণ্টন খেলুৱৈ’ সুহাস যথিৰাজক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 02nd, 11:35 pm
চলিত ‘পেৰিছ পেৰালিম্পিক’ত পুৰুষৰ একক ‘এছ এল ৪ বেডমিণ্টন প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুহাস যথিৰাজক অভিনন্দন জ্ঞাপন কৰে।ৰূপৰ পদক অৰ্জনৰ বাবে বেডমিণ্টন খেলুৱৈ থুলাছিমাথি মুৰুগেছনক অভিনন্দন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 02nd, 09:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলা বেডমিণ্টন এছইউ৫ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে থুলাচিমাথি মুৰুগেছনক অভিনন্দন জনায়।বেডমিণ্টন খেলুৱৈ মনীষা ৰামদাসক ‘ব্ৰঞ্জৰ পদক’ জয় কৰাৰ বাবে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 02nd, 09:14 pm
চলিত ‘পেৰিছ পেৰালিম্পিক’ত মহিলা ‘বেডমিণ্টন এছইউ৫ প্ৰতিযোগিতা’ত ‘ব্ৰঞ্জৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মনীষা ৰামদাসক অভিনন্দন জ্ঞাপন কৰে।140 crore Indians wish our contingent at the Paris Paralympics 2024 the very best: PM Modi
August 28th, 09:47 pm
The Prime Minister Shri Narendra Modi today wished the Indian contingent participating in the Paris Paralympics 2024. Praising the courage and determination of athletes, he said 140 crore Indians were rooting for their success.মহিলা হকী দলে মনৰ জোৰ লৈ খেলিছে আৰু দুর্দান্ত দক্ষতা প্ৰদৰ্শন কৰিছেঃ প্রধানমন্ত্রী
August 04th, 06:06 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে টকিঅ’ অলিম্পিকত আমাৰ মহিলা হকী দলে আজি আৰু পূৰ্বৰ খেলসমূহত মনৰ জোৰ আৰু দুর্দান্ত দক্ষতাৰ পৰিচয় দিছে। তেওঁ লগতে কয় যে ভাৰতীয় মহিলা হকী দলৰ বাবে তেওঁ গৌৰৱবোধ কৰে৷ ভৱিষ্যতৰ প্রচেষ্টাৰ বাবে দলটোক শুভকামনা জনাইছো৷টকিঅ’ অলিম্পিক ২০২০ত ভাৰোত্তোলনত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 24th, 01:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক ২০২০ত ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে মীৰাবাঈ চানুক অভিনন্দন জ্ঞাপন কৰে।টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
July 23rd, 07:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক, ২০২০ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জনাইছে৷টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় ক্রীড়াবিদসকলৰ সৈতে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রীৰ ভাষণৰ মূল বক্তব্য
July 13th, 05:02 pm
মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।টকিঅ’ অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় খেলুৱৈসকলৰে কৰা প্ৰধানমন্ত্ৰীৰ বৰ্তালাপৰ পাঠ
July 13th, 05:01 pm
প্ৰধানমন্ত্ৰী : দীপিকা জী যোৱাবাৰৰ ‘মন কী বাত’ত মই আপোনাৰ লগতে আপোনাৰ কেবাগৰাকী সতীৰ্থৰ সম্পৰ্কে আলোচনা কৰিছিলো। অলপতে পেৰিছত সোণৰ পদক জয় কৰি আপুনি যি পাৰদৰ্শিতাৰ নিদৰ্শন দেখুৱালে তাৰ পিচততো সমগ্ৰ দেশতে আপোনাৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। এতিয়া আপুনি ৰেংকিঙত ‘ৱৰ্ল্ড নাম্বৰ-১’ হৈ গ’ল। মই জানিব পাৰিছো যে আপুনি শৈশৱতে আম পাৰিবলৈ গৈ ফৰ্মুটি মাৰিছিল। সেই তেতিয়াই আমলৈ মৰা ফৰ্মুটিৰে আৰম্ভ হোৱা আপোনাৰ এই যাত্ৰা দৰাচলতেই গুৰুত্বপূৰ্ণ আছিল। আপোনাৰ এই যাত্ৰাৰ বিষয়ে দেশে বহুত কথা জানিব বিচাৰিছে। যদি আপুনি কিছু কথা অৱগত কৰে তেন্তে ভাল লাগিব।টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 13th, 05:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰদ্বাৰা এই মত-বিনিময় হৈছে ক্ৰীড়াসমূহত খেলুৱৈসকলৰ অংশগ্ৰহণৰ পূৰ্বে তেওঁলোকক উৎসাহিত কৰাৰ এটি প্ৰচেষ্টা। এই কাৰ্য্যসূচীত যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্রামানিক আৰু আইনমন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।