‘হাই জাম্প’ত ‘স্বৰ্ণ পদক’ জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এথলীট’ প্ৰবীণ কুমাৰক অভিনন্দন জনাইছে
September 06th, 05:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ ‘হাই জাম্প টি-৬৪’ত ‘স্বৰ্ণ পদক’ অৰ্জন কৰাৰ বাবে খেলুৱৈ প্ৰবীণ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।পেৰা-অলিম্পিকত জুডোকা কপিল পাৰমাৰৰ ব্ৰঞ্জৰ পদক অৰ্জন - প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন
September 05th, 10:26 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰতি চলি থকা পেৰিছ পেৰালিম্পিকত পুৰুষৰ ৬০ কেজি জে ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে জুডো খেলুৱৈ কপিল পাৰমাৰক অভিনন্দন জ্ঞাপন কৰে।ভাৰতীয় পেৰা অলিম্পিক দলে এতিয়ালৈকে সৰ্বাধিক পদক লাভেৰে অভিলেখ গঢ়াত প্ৰধানমন্ত্ৰীয়ে অসীম গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰিছে
September 04th, 04:33 pm
ভাৰতীয় পেৰা অলিম্পিক দলে আমাৰ দেশৰ বাবে পেৰা অলিম্পিকত এতিয়ালৈকে সৰ্বাধিক পদক লাভেৰে অভিলেখ গঢ়াত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসীম গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ নিষ্ঠা আৰু দৃঢ়তাক প্ৰশংসাৰে প্ৰতিগৰাকী খেলুৱৈকে তেওঁলোকৰ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়।Paralympics 2024: PM Modi congratulates Nitesh Kumar on winning Gold Medal
September 02nd, 08:16 pm
The Prime Minister Shri Narendra Modi today congratulated Nitesh Kumar for winning a Gold medal in the Para Badminton Men's Singles SL3 event at the ongoing Paris Paralympics in France.২০২৪ পেৰিছ পেৰালিম্পিকঃ দ্বিতীয়টো পদক জয় কৰাৰ বাবে এথলীট প্ৰীতি পালক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 02nd, 10:50 am
২০২৪ চনৰ চলিত ‘পেৰিছ পেৰালিম্পিক’ত দ্বিতীয়টো পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ট্ৰেক এণ্ড ফিল্ড এথলীট প্ৰীতি পালক অভিনন্দন জ্ঞাপন কৰে।২০২৪ চনৰ ‘পেৰালিম্পিক’ত পুৰুষৰ ‘হাই জাম্প টি-৪৭ প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰাৰ বাবে নিশাদ কুমাৰক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে
September 02nd, 10:50 am
পেৰালিম্পিক ২০২৪ত পুৰুষৰ ‘হাই জাম্প টি-৪৭ প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশাদ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।পেৰিছ পেৰালিম্পিক ২০২৪ত পি ২ - মহিলা ১০ এম এয়াৰ পিষ্টল এছ এইচ ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ৰুবিনা ফ্ৰান্সিছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 31st, 08:19 pm
পেৰিছ পেৰালিম্পিক ২০২৪ত P2 - মহিলা ১০ মিটাৰ এয়াৰ পিষ্টল SH1 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুবিনা ফ্ৰান্সিছক অভিনন্দন জনাইছে।Paralympics 2024: PM Modi congratulates Manish Narwal on winning Silver Medal
August 30th, 08:55 pm
The Prime Minister, Shri Narendra Modi expressed happiness as Manish Narwal wins the Silver in the P1 Men's 10m Air Pistol SH1 event at Paris Paralympics 2024.Paralympics 2024: PM Modi congratulates Preeti Pal on winning Bronze medal
August 30th, 06:42 pm
The Prime Minister, Shri Narendra Modi has congratulated Indian athlete, Preeti Pal on wining Bronze medal in the 100m T35 event at Paris Paralympics 2024.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় শ্বুটাৰ ম’না আগৰৱালাক আৰ২ মহিলা ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে অভিনন্দন জনাইছে
August 30th, 04:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰা অলিম্পিক, ২০২৪-ত আৰ২ মহিলা ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে ভাৰতীয় শ্বুটাৰ ম’না আগৰৱালাক অভিনন্দন জনাইছে।ব্ৰঞ্জৰ পদক জয়ৰ বাবে মনু ভাকেৰ আৰু সৰৱজোৎ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 30th, 01:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিক, ২০২৪ত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ব্ৰঞ্জৰ পদক জয়ৰ বাবে মনু ভাকেৰ আৰু সৰৱজোৎ সিঙক অভিনন্দন জনায়।মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত মনু ভাকেৰৰ ব্ৰঞ্জৰ পদক জয়ৰ মুহুৰ্ত উদযাপন প্ৰধানমন্ত্ৰীৰ
July 28th, 04:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিক, ২০২৪ত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক জয়ৰ বাবে মনু ভাকেৰক অভিনন্দন জনায়।ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
July 28th, 11:30 am
বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।