PM remembers heroes of freedom struggle on completion of hundred years of Chauri Chaura incident
February 04th, 07:40 pm
The Prime Minister, Shri Narendra Modi has remembered the heroes of our freedom struggle on completion of hundred years of Chauri Chaura incident. He also shared his last year's speech when the centenary celebrations of the incident began.আমি ইতিহাসৰ ভুলবোৰ সংশোধন কৰি আছোঁ যিয়ে যোগ্য নেতা আৰু যোদ্ধাসকলক সন্মান কৰা নাছিলঃ প্ৰধানমন্ত্ৰী
February 16th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে দেশলৈ অপৰিসীম অৱদান আগবঢ়োৱা ঐতিহাসিক বীৰ-বীৰাংগনাসকলৰ অৱদান মনত ৰখাটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ । তেওঁ দুখ প্ৰকাশ কৰে যে যিসকলে ভাৰত আৰু ভাৰতীয়ত্বৰ বাবে সকলো ত্যাগ কৰিছিল তেওঁলোকক ইতিহাসৰ পাতত তেওঁলোকৰ প্ৰাপ্য স্থান দিয়া হোৱা নাই। ভাৰতীয় ইতিহাস ৰচয়িতাসকলে ইতিহাস ৰচনা কৰাৰ সময়ত সেইসকল লোকৰ প্ৰতি যি অন্যায়-অবিচাৰ কৰিছিল এতিয়া সেয়া সংশোধন কৰা হৈছে, কিয়নো আমি আমাৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিছোঁ। এই সন্ধিক্ষণত তেওঁলোকৰ অৱদান স্মৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত চিত্তাউৰা হ্ৰদৰ উন্নয়নমূলক কাম আৰু মহাৰাজা সুহেলদেৱ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এইদৰে মন্তব্য কৰে।উত্তৰপ্ৰদেশৰ বাহৰেইচত মহাৰাজা সুহলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 16th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ
February 16th, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।চৌৰি চৌৰাৰ শ্বহীদক উপযুক্ত মৰ্যাদা দিয়া হোৱা নাইঃ প্রধানমন্ত্র
February 04th, 05:37 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ইতিহাসৰ পাতত চৌৰি চৌৰাৰ শ্বহীদসকলক উপযুক্ত মর্যাদা দিয়া হোৱা নাই বুলি আজি উদ্বেগ প্রকাশ কৰে৷ তেওঁ কয় যে যিসকল শ্বহীদ আৰু স্বাধীনতা সংগ্রামী কম পৰিচিত তেওঁলোকৰ ঘটনাৱলীক জনতাৰ মাজলৈ অনাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। দেশে স্বাধীনতাৰ ৭৫ বছৰত প্রৱেশ কৰাৰ সময়ত এই ঘটনাবোৰ আৰু অধিক প্রাসংগিক হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে উত্তৰপ্রদেশৰ গোৰখপুৰৰ চৌৰি চৌৰাৰ ঘটনাৰ শতবার্ষিকী উদযাপনৰ উদ্বোধনৰ সময়ত এইদৰে কয়৷Chauri Chaura holds a significant place in India's freedom struggle: PM Modi
February 04th, 02:37 pm
PM Narendra Modi inaugurated ‘Chauri Chaura’ Centenary Celebrations at Chauri Chaura, Gorakhpur, Uttar Pradesh. Saluting the brave martyrs, the Prime Minister said the sacrifice made at Chauri-Chaura, gave a new direction to the country’s freedom struggle. He said the incident which happened hundred years ago in Chauri Chaura was not just an arson incident but the message of Chauri Chaura was far wider.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘চৌৰি চৌৰা’ শতবাৰ্ষিকী মহোৎস
February 04th, 02:36 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ যোগেদি উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি-চৌৰাত ‘চৌৰি-চৌৰা’ শতাব্দী সমাৰোহৰ উদঘাটন কৰে৷ আজি চৌৰি-চৌৰা ঘটনাৰ শতবৰ্ষ সম্পূৰ্ণ হৈছে৷ এই ঘটনা স্বতন্ত্ৰতাৰ বাবে দেশৰ যুদ্ধৰ এক ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে চৌৰি-চৌৰাৰ শতাব্দী সমাৰোহৰ বাবে সমৰ্পিত এক ডাক-টিকট মুকলি কৰে৷ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত আছিল৷Prime Minister Shri Narendra Modi to inaugurate ‘Chauri Chaura’ Centenary Celebrations on 4th February
February 02nd, 12:23 pm
PM Narendra Modi will inaugurate the Chauri Chaura Centenary Celebrations at Chauri Chaura, Gorakhpur, Uttar Pradesh, on 4th February 2021. The day marks 100 years of the ‘Chauri Chaura’ incident, a landmark event in the country’s fight for independence.