
হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 14th, 12:00 pm
হাৰিয়ানাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং চাইনীজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনোহৰ লালজী, ৰাও ইন্দ্ৰজিৎ সিং জী আৰু কৃষ্ণ পালজী, হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল। হাৰিয়ানাৰ মোৰ ভাই-ভনীসকলক মোদীয়ে শুভেচ্ছা জনাইছোঁ।
হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 14th, 11:54 am
আজি হাৰিয়ানাৰ যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ পবিত্ৰ ভূমিক মা সৰস্বতীৰ উৎপত্তিস্থল, মন্ত্ৰ দেৱীৰ বাসস্থান, পঞ্চমুখী হনুমান জীৰ জন্মস্থান আৰু ধন্য কপালমোচন চাহিবৰ উৎপত্তিস্থল বুলি স্বীকাৰ কৰে। “হাৰিয়ানা হৈছে সংস্কৃতি, ভক্তি আৰু নিষ্ঠাৰ সংগম”,ৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ বাবাছাহেব আম্বেদকাৰৰ ১৩৫সংখ্যক জয়ন্তীত সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বাবা চাহেবৰ দৃষ্টিভংগী আৰু প্ৰেৰণাক আলোকপাত কৰে, যিয়ে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰা অব্যাহত ৰাখিছে।
হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 14th, 11:00 am
মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore
April 14th, 10:16 am
PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত ৭১,০০০ ৰো অধিক নিযুক্তি পত্ৰ বিতৰণত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
December 23rd, 11:00 am
মোৰ কেবিনেটৰ সতীৰ্থবৃন্দ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, আৰু মোৰ ডেকা বন্ধু-বান্ধবীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০ তকৈও অধিক লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে
December 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰি আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিয়োগ সৃষ্টিত অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। ই যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু আত্মসৱলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰি শক্তিশালী কৰিব।জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে
December 23rd, 09:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক তেওঁৰ জন্মবাৰ্ষিকীত স্মৰণ কৰে।লক্ষ্ণৌত ইউপি গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটৰ চতুৰ্থ গ্ৰাউণ্ডব্ৰেকিং সমাৰোহত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 19th, 03:00 pm
আজি আমি ইয়াত বিকশিত ভাৰতৰ বাবে বিকশিত উত্তৰ প্ৰদেশ গঢ়ি তোলাৰ সংকল্প লৈ একত্ৰিত হৈছোঁ। আৰু মোক কোৱা হৈছে যে বৰ্তমান প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে ইউপিৰ ৪০০ৰো অধিক বিধানসভা আসনত লাখ লাখ লোক এই কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে। প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত মোৰ পৰিয়ালৰ এই সকলো সদস্যক মই আন্তৰিকতাৰে আদৰণি জনাইছোঁ। ৭-৮ বছৰ আগতে আমি কল্পনাও কৰিব পৰা নাছিলোঁ যে উত্তৰ প্ৰদেশতো বিনিয়োগ আৰু চাকৰিৰ সন্দৰ্ভত এনে পৰিৱেশৰ সৃষ্টি হ’ব। চৌদিশে অপৰাধ, দাঙ্গা, কাঢ়ি নিয়াৰ খবৰ আহিছিল। সেই সময়ছোৱাত যদি কোনোবাই ক’লেহেঁতেন যে ইউপিক বিকশিত কৰিম, হয়তো কোনেও শুনিবলৈ সাজু নহ’লহেঁতেন, বিশ্বাস কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহ’লহেঁতেন। কিন্তু চাওক আজি, লাখ লাখ কোটি টকাৰ বিনিয়োগ উত্তৰ প্ৰদেশৰ মাটিত অৱতৰণ কৰিছে। আৰু মই উত্তৰ প্ৰদেশৰ সাংসদ। আৰু মোৰ উত্তৰ প্ৰদেশত যেতিয়া কিবা এটা ঘটে তেতিয়া মই আটাইতকৈ বেছি সুখী অনুভৱ কৰোঁ। আজি হাজাৰ হাজাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। এইবোৰ কাৰখানা যিবোৰ আহি আছে, এই উদ্যোগবোৰে যিবোৰ আহি আছে, সেইবোৰে ইউপিৰ ছবি সলনি কৰিবলৈ গৈ আছে। মই সকলো বিনিয়োগকাৰীক, আৰু বিশেষকৈ ইউপিৰ সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছোঁ।উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচী সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ‘ইউপি গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’ৰ ‘চতুৰ্থ গুৰুত্বপূৰ্ণ অনুষ্ঠান’ত উত্তৰ প্ৰদেশত ১০ লাখ কোটি টকাৰো অধিক মূল্যৰ ১৪০০০ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰকল্পসমূহ উৎপাদন, নৱীকৰণযোগ্য শক্তি, তথ্য প্ৰযুক্তি আৰু আইটিইএছ, খাদ্য সংসাধন, গৃহ নিৰ্মাণ আৰু ‘ৰিয়েল এষ্টেট’, আতিথ্য আৰু মনোৰঞ্জন, আৰু শিক্ষাৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙক প্ৰদান কৰা হ’ব ভাৰত ৰত্নঃ প্ৰধানমন্ত্ৰী
February 09th, 01:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চৌধাৰী চৰণ সিঙক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক তেওঁৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ স্মৰণ
December 23rd, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰে।Want UP to make a mark with its development story in the next 25 years: PM Modi
February 07th, 11:31 am
Addressing a virtual Jan Chaupal in Uttar Pradesh’s Bijnor, PM Modi said, “The Bharatiya Janata Party considers every person in the state as its family. Our mantra is- ‘Sabka Saath, Sabka Vikas, Sabka Vishwas, Sabka Prayas’. That is why there is no place for nepotism and appeasement in the BJP government.”PM Modi virtually campaigns in Uttar Pradesh’s Bijnor
February 07th, 11:30 am
Addressing a virtual Jan Chaupal in Uttar Pradesh’s Bijnor, PM Modi said, “The Bharatiya Janata Party considers every person in the state as its family. Our mantra is- ‘Sabka Saath, Sabka Vikas, Sabka Vishwas, Sabka Prayas’. That is why there is no place for nepotism and appeasement in the BJP government.”আলীগড়ত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 14th, 12:01 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেলজী, উত্তৰ প্ৰদেশৰ সফল আৰু ক্ষীপ্ৰতৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী দিনেশ শৰ্মাজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, অন্যান্য সাংসদ, বিধায়ক আৰু আলিগড়ৰ মোৰ মৰমৰ ভাই-ভনীসকল,PM lays the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh
September 14th, 11:45 am
Prime Minister Narendra Modi laid the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh. Paying rich tribute to Raja Mahendra Pratap Singh ji said, the life of Raja Mahendra Pratap Singh ji, teaches us the indomitable will and a willingness to go to any extent to fulfill our dreams.ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ ইংৰাজীৰ পৰা কৰা অনুবাদ
February 08th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ ৰাজ্য সভাত প্ৰধানমন্ত্ৰীৰ উত্তৰ
February 08th, 11:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।PM pays tributes to former PM Chaudhary Charan Singh on his Jayanti
December 23rd, 11:52 am
The Prime Minister, Shri Narendra Modi has paid tributes to former Prime Minister, Shri Chaudhary Charan Singh, on his Jayanti.প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 23rd, 10:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চৌধুৰী চৰণ সিঙৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷PM pays tributes to former PM Chaudhary Charan Singh on his birth anniversary
December 23rd, 08:09 am
The Prime Minister, Shri Narendra Modi has paid tributes to former Prime Minister, Shri Chaudhary Charan Singh, on his birth anniversary.