ভাৰতে চিঅ’পি-২৮ত ইউএইৰ সৈতে গ্ল’বেল গ্ৰীন ক্ৰেডিট ইনিচিয়েটিভৰ সহ-আয়োজন কৰে

December 01st, 08:28 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে মিলি ২০২৩ৰ ১ ডিচেম্বৰত ডুবাইত চিঅ’পি-২৮ত ‘গ্ৰীন ক্ৰেডিটছ প্ৰগ্ৰেম’ সন্দৰ্ভত উচ্চ-পৰ্য্যায়ৰ অনুষ্ঠানৰ সহ-আয়োজন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ছুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম উলফ ক্ৰীষ্টাৰছন, মোজাম্বিকৰ ৰাষ্ট্ৰপতি মহামহিম ফিলিপে নিউছি আৰু ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ মহামহিম চাৰ্লছ মিচেলে।

‘জি-২০’ৰ অধ্যক্ষতাৰ ক্ষেত্ৰত ভাৰতলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে বিশ্ব-নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

December 05th, 11:54 am

‘জি-২০’ৰ অধ্যক্ষতাৰ ক্ষেত্ৰত ভাৰতলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰনক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘ইউৰোপীয়ান কাউন্সিল’ৰ অধ্যক্ষ মহামহিম চাৰ্লছ মাইকেলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

March 01st, 10:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ইউৰোপীয়ান কাউন্সিল’ৰ অধ্যক্ষ মহামহিম চাৰ্লছ মাইকেলৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

PM Modi's meeting with Presidents of European Council and European Commission

October 29th, 02:27 pm

PM Narendra Modi held productive interaction with European Council President Charles Michel and President Ursula von der Leyen of the European Commission.

ভাৰত-ইউৰোপীয়ান ইউনিয়নৰ নেতৃবৃন্দৰ সভা

May 08th, 08:20 pm

ইউৰোপীয়ান কাউন্সিলৰ অধ্যক্ষ চাৰ্লছ মাইকেলৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইউৰোপীয়ান ইউনিয়নৰ নেতৃবৃন্দৰ এখনি সভাত অংশগ্ৰহণ কৰে।

Phone call between Prime Minister Shri Narendra Modi and H.E. Charles Michel, President of the European Council

May 07th, 07:42 pm

PM Narendra Modi had a phone call with H.E. Charles Michel, President of the European Council. The two leaders discussed the situation of and responses to the COVID-19 pandemic in India and the European Union.

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪সংখ্যক অধিৱেশনৰ আজৰি সময়ত বেলজিয়ামৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা সন্দৰ্ভত প্ৰেছ বিবৃতি

September 26th, 09:35 am

Prime Minister Narendra Modi met Prime Minister of Belgium Mr. Charles Michel on the sidelines of the High Level Segment of the 74th Session of the UNGA in New York on 25th September 2019.