হিমাচল প্ৰদেশৰ লেপচাত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 03:00 pm
ভাৰত মাতৃৰ জয়গানৰ এই প্ৰতিধ্বনি, ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ এই ঘোষণা, এই ঐতিহাসিক ভূমি, আৰু এই পৱিত্ৰ দীপাৱলী উৎসৱ। এইটো এটা আচৰিত সংযোগ, এইটো এটা আচৰিত মিলন। সন্তুষ্টি আৰু আনন্দৰে ভৰা এই মুহূৰ্তটোৱে মোৰ, আপোনালোকৰ লগতে দেশবাসীৰ বাবে দীপাৱলীলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। যেতিয়া মই আপোনালোক সকলোৰে সৈতে, সকলো দেশবাসীৰ সৈতে, সীমান্তৰ পৰা, শেষ গাঁওখনৰ পৰা, যাক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ, তাত নিয়োজিত আমাৰ নিৰাপত্তা বাহিনীৰ বন্ধুসকলৰ সৈতে যেতিয়া দীপাৱলী উদযাপন কৰি আছোঁ, তেতিয়া সকলো দেশবাসীলৈ দীপাৱলীৰ এই শুভেচ্ছাও বহুত বিশেষ হৈ পৰে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা।হিমাচল প্ৰদেশৰ লেপচাত সাহসী জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ
November 12th, 02:31 pm
জোৱানসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী উৎসৱ আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসাৰ প্ৰতিধ্বনিৰ সমন্বয় দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক উজ্জ্বল মুহূৰ্ত। জোৱানসকলৰবাবেই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ,দেশৰ অন্তিমখন গাঁওক বৰ্তমান প্ৰথমখন গাঁও বুলি গণ্য কৰা হৈছে।Chandrayaan Mission and PM Modi’s Penchant Towards Space Tech
September 03rd, 02:25 pm
Prime Minister Narendra Modi always had a keen interest in technology and an inclination towards space-tech long before he became the PM. In 2006, when Shri Modi was the Chief Minister of Gujarat, he accompanied the then President APJ Abdul Kalam to the Space Applications Centre (SAC), ISRO, Ahmedabad.The fervour generated by the Chandrayaan success needs to be channelled into Shakti: PM Modi
August 26th, 01:18 pm
PM Modi arrived to a grand welcome in Delhi. Responding to the warm civic reception, the Prime Minister expressed his gratitude for the enthusiasm of the people for the success of the Chandrayaan-3. He said that India is creating a new impact on the basis of its achievement and successes and the world is taking note.দিল্লীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ভব্য আদৰণি বৃহৎ সংখ্যক জনতাৰ
August 26th, 12:33 pm
দিল্লীত এক বৃহৎ আদৰণি অনুষ্ঠানত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী৷ চন্দ্ৰযান-৩এ চন্দ্ৰত সফল অৱতৰণৰ পিছত ইছৰোৰ দলৰ সৈতে মত বিনিময় কৰি আজি বেংগালুৰুৰ পৰা দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচৰ ৪দিনীয়া ভ্ৰমণ সামৰি পোনে পোনে বেংগালুৰুলৈ যায় প্ৰধানমন্ত্ৰী৷ এই উপলক্ষে জে পি নাড্ডাই প্ৰধানমন্ত্ৰীক আদৰণি জনাই তেওঁৰ সফল ভ্ৰমণ আৰু ভাৰতীয় বিজ্ঞানীসকলৰ গুৰুত্বপূৰ্ণ কৃতিত্বৰ বাবে সম্বৰ্ধনা জনায়।India is on the moon! We have our national pride placed on the moon: PM Modi
August 26th, 08:15 am
PM Modi visited the ISRO Telemetry Tracking and Command Network (ISTRAC) in Bengaluru after his arrival from Greece and addressed Team ISRO on the success of Chandrayaan-3. PM Modi said that this is not a simple success. He said this achievement heralds India’s scientific power in infinite space. An elated PM Modi exclaimed, “India is on the Moon, We have our national pride placed on the Moon.চন্দ্ৰযান-৩ৰ সফলতাক লৈ টিম ইছৰোক সম্বোধন প্ৰধানমন্ত্ৰীৰ
August 26th, 07:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীচৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুস্থিত ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (আইষ্ট্ৰেক) পৰিদৰ্শন কৰি চন্দ্ৰযান-৩ৰ সফলতাৰ সন্দৰ্ভত টিম ইছৰোক উদ্দেশ্যি ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে য’ত তেওঁক চন্দ্ৰযান-৩ অভিযানৰ তথ্য আৰু অগ্ৰগতিৰ বিষয়েও অৱগত কৰা হয়।ভাৰতৰ স্বাধীনতা সংগ্রামত অংশগ্রহণকাৰী মহান ব্যক্তিসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি প্রধানমন্ত্রীৰ
March 12th, 03:21 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি সকলো স্বাধীনতা সংগ্রামী, স্বাধীনতা আন্দোলনৰ সৈতে জড়িত যুঁজ আৰু সংগ্রামৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ তেওঁ ভাৰতৰ গৌৰৱময় স্বাধীনতা সংগ্রামৰ ইতিহাসত যিসকলে উপযুক্ত স্বীকৃতি নোপোৱাৰ লগতে যিবোৰ ঘটনা লোকচক্ষুৰ আঁতৰত আছিল, সেইবোৰৰ প্রতিও উপযুক্ত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী আশ্রমত আজাদীৰ অমৃত মহোৎসৱ (ইন্ডিয়া@৭৫)ৰ শুভাৰম্ভ কৰি ভাষণ আগবঢ়ায়৷‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 12th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫-ৰ
March 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।India has a rich legacy in science, technology and innovation: PM Modi
December 22nd, 04:31 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.PM delivers inaugural address at IISF 2020
December 22nd, 04:27 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.Address by the President of India Shri Ram Nath Kovind to the joint sitting of Two Houses of Parliament
January 31st, 01:59 pm
In his remarks ahead of the Budget Session of Parliament, PM Modi said, Let this session focus upon maximum possible economic issues and the way by which India can take advantage of the global economic scenario.চন্দ্ৰযান আৰু ইছৰোৰ বিজ্ঞানীসকলৰ পৰিশ্ৰমৰ বিষয়ে কি কয় প্ৰধানমন্ত্ৰী মোদীয়ে
January 24th, 11:00 am
পৰীক্ষা পে চৰ্চা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জীৱনত ব্যৰ্থতা অতিক্ৰম কৰি আগুৱাই যোৱাৰ উৎকৃষ্ট উদাহৰণ হ’ল চন্দ্ৰযানৰ অৱতৰণ৷ ‘চন্দ্ৰযান অৱতৰণৰ সময়ত ইছৰোলৈ যোৱা মুহূৰ্তকেইটা আৰু আমাৰ বিজ্ঞানীসকলৰ পৰিশ্ৰমৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো৷’Be confident about your preparation: PM Modi to students appearing for exams
January 20th, 10:36 am
PM Modi interacted with students as part of Pariksha Pe Charcha. He answered several questions from students across the country on how to reduce examination stress. The PM discussed subjects like importance of technology in education, dealing with the expectations of teachers and parents, future career options & more.‘‘পৰীক্ষা পে চৰ্চা ৩.০’’ত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
January 20th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ‘‘পৰীক্ষা পে চৰ্চা ৩.০’’ শীৰ্ষক এক কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ এই বাৰ্তালাপ কাৰ্যসূচীত ৫০ গৰাকী দিব্যাংগ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে৷ ৯০ মিনিটজোৰা চলা এই বাৰ্তালাপত শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীৰ পৰা বিভিন্ন বিষয়ত উপদেশ বিচৰাটো পৰিলক্ষিত হয়৷ এইবাৰৰ কাৰ্যসূচীত দেশৰ শিক্ষাৰ্থীসকলৰ উপৰিও ভাৰতৰ বাহিৰৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে৷১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ মুকলি সভাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 03rd, 10:51 am
বন্ধুসকল, পোন প্ৰথমে আপোনালোকক ২০২০ বৰ্ষৰ শুভেচ্ছা জনালো৷ এই বৰ্ষটো যেন আপোনালোকৰ বাবে উন্নতি তথা গৱেষণাগাৰৰ বাবে উদ্ভাৱনৰ বৰ্ষ হওক, তাৰেই কামনা কৰিছো৷ নতুন বৰ্ষ তথা নতুন দশকৰ আৰম্ভণিতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে জড়িত মোৰ প্ৰথমটো কাৰ্যসূচীয়ে মোক আনন্দিত কৰি তুলিছে৷ যোৱাবাৰ মই যেতিয়া বেংগালুৰুলৈ আহিছিলো তেতিয়া দেশবাসীৰ চকু চন্দ্ৰযান-২ত নিৱদ্ধ আছিল৷ সেই সময়, যিধৰণে আমাৰ দেশে বিজ্ঞানক উদযাপন কৰিছিল, আমাৰ মহাকাশ কাৰ্যসূচী আৰু আমাৰ বিজ্ঞানীসকলৰ শক্তি সদায়েই মোৰ স্মৃতিৰ মণিকোঠাত জীয়াই থাকিব৷প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ
January 03rd, 10:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুৰ ইউনিভাৰ্ছিটী অব্ এগ্ৰিকালচাৰেল ছায়েন্সেত ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ (আইএছচি) মুকলি কৰে৷‘৫ম ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱ’ত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 05th, 03:40 pm
ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱৰ পঞ্চম সংস্কৰণ এনে স্থানত অনুষ্ঠিত হৈছে য’ৰ পৰা জ্ঞান-বিজ্ঞান প্ৰতিটো ক্ষেত্ৰত মানৱতাৰ সেৱা কৰা মহান বিভূতিসকলৰ জন্ম হৈছে৷ এই মহোৎসৱ এনে সময়ত অনুষ্ঠিত হৈছে য’ত ৭ নৱেম্বৰত চি ভি ৰমণ আৰু ৩০ নৱেম্বৰত জগদীশ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন কৰা হ’ব৷ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কলকতাত অনুষ্ঠিত পঞ্চম আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
November 05th, 03:35 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত অনুষ্ঠিত পঞ্চম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উদ্বোধন কৰে৷