
PM pays tribute to former PM Shri Chandrashekhar on his birth anniversary
April 17th, 09:22 am
The Prime Minister, Shri Narendra Modi paid tribute to former Prime Minister, Shri Chandrashekhar on his birth anniversary today.
জন্ম জয়ন্তীত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰজীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
April 17th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰজীৰ জন্ম জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে চন্দ্ৰ শেখৰজী আছিল এক মহান ব্যক্তিত্বৰ অধিকাৰী। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁৰ অংগীকাৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে তেওঁ ব্যাপকভাৱে প্ৰশংসিত হৈছিল।
ভাৰতৰ স্বাধীনতা সংগ্রামত অংশগ্রহণকাৰী মহান ব্যক্তিসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি প্রধানমন্ত্রীৰ
March 12th, 03:21 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি সকলো স্বাধীনতা সংগ্রামী, স্বাধীনতা আন্দোলনৰ সৈতে জড়িত যুঁজ আৰু সংগ্রামৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ তেওঁ ভাৰতৰ গৌৰৱময় স্বাধীনতা সংগ্রামৰ ইতিহাসত যিসকলে উপযুক্ত স্বীকৃতি নোপোৱাৰ লগতে যিবোৰ ঘটনা লোকচক্ষুৰ আঁতৰত আছিল, সেইবোৰৰ প্রতিও উপযুক্ত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী আশ্রমত আজাদীৰ অমৃত মহোৎসৱ (ইন্ডিয়া@৭৫)ৰ শুভাৰম্ভ কৰি ভাষণ আগবঢ়ায়৷‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 12th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫-ৰ
March 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।“চন্দ্ৰশেখৰ-আদৰ্শগত ৰাজনীতিৰ অন্তিমগৰাকী প্ৰতীক” শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ
July 24th, 05:18 pm
আদৰণীয় উপ–ৰাষ্ট্ৰপতি ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ শ্ৰী ওম প্ৰকাশ বিৰলা ডাঙৰীয়া, শ্ৰী গুলাম নবী ডাঙৰীয়া আৰু আজিৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু শ্ৰীমান হৰিবংশ ডাঙৰীয়া, চন্দ্ৰশেখৰ ডাঙৰীয়াৰ পৰিয়ালবৰ্গ আৰু তেওঁৰ যাত্ৰা সহযোগী বন্ধুসকল৷প্ৰধানমন্ত্ৰীৰ ‘‘চন্দ্ৰ শেখৰ- আদৰ্শগত ৰাজনীতিৰ অন্তিমজন আদৰ্শ’’ শীৰ্ষক গ্ৰন্থ উন্মোচন
July 24th, 05:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘‘চন্দ্ৰ শেখৰ– আদৰ্শগত ৰাজনীতিৰ অন্তিমজন আদৰ্শ’’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে৷ এই গ্ৰন্থখন ৰচনা কৰিছে ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ আৰু শ্ৰী ৰবি দত্ত বাজপায়ে৷ সংসদ ভৱনৰ বালাযোগী প্ৰেক্ষাগৃহত এই গ্ৰন্থখন উন্মোচন কৰা হয়৷