
জন্ম জয়ন্তীত চন্দ্ৰ শেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
July 23rd, 09:59 am
জন্ম জয়ন্তীত চন্দ্ৰ শেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
PM Modi campaigns in Madhya Pradesh’s Betul, Shajapur and Jhabua
November 14th, 11:30 am
Amidst the ongoing election campaigning in Madhya Pradesh, Prime Minister Modi’s rally spree continued as he addressed multiple public meetings in Betul, Shajapur and Jhabua today. PM Modi said, “In the past few days, I have traveled to every corner of the state. The affection and trust towards the BJP are unprecedented. Your enthusiasm and this spirit have decided in Madhya Pradesh – ‘Phir Ek Baar, Bhajpa Sarkar’. The people of Madhya Pradesh will come out of their homes on 17th November to create history.”
প্ৰধানমন্ত্ৰীয়ে মুক্তি যুঁজাৰু চন্দ্ৰশেখৰ আজাদক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে
July 23rd, 09:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুক্তি যুঁজাৰু চন্দ্ৰশেখৰ আজাদক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০তম জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 12th, 11:00 am
কাৰ্যক্ৰমত উপস্থিত গুজৰাটৰ ৰাজ্যপাল শ্ৰীমান আচাৰ্য দেৱব্ৰত জী, সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী সুৰেশ চন্দ্ৰ আৰ্য জী, দিল্লী আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী ধৰ্মপাল আৰ্য জী, শ্ৰী বিনয় আৰ্য জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ জি কিষন ৰেড্ডী জী, মিনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, প্ৰতিনিধিগণ, উপস্থিত ভাতৃ আৰু ভগ্নীসকল!প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ তম জয়ন্তী উদযাপন উদ্বোধন কৰে
February 12th, 10:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বছৰজোৰা উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ স্মাৰক অনুষ্ঠানৰ বাবে এটা লগোও মুকলি কৰে।বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।জন্ম-বাৰ্ষিকীত স্বাধীনতা সেনানী লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
July 23rd, 09:41 am
জন্ম-বাৰ্যিকীত স্বাধীনতা সেনানী লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদ সন্দৰ্ভত কেইবছৰ মান আগতে ‘মন কী বাত’-ত উল্লেখ কৰা বক্তব্যৰ কিয়দাংশ সংযোজিত কৰে। তেওঁ মুম্বাই ভ্ৰমণৰ সময়ত লোকমান্য তিলকৰে ঘনিষ্ঠ সম্পৰ্ক থকা ‘লোকমান্য সেৱা সংঘ’লৈ যোৱা মুহূৰ্তৰ কেইটামান স্নেপশ্বটো শ্বেয়াৰ কৰে।কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
March 23rd, 06:05 pm
পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
March 23rd, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।Those who have a history of taking commissions in defence deals cannot strengthen the country: PM Modi in Basti
February 27th, 12:44 pm
Prime Minister Narendra Modi today addressed public meetings in Basti & Deoria, Uttar Pradesh. PM Modi started his address by highlighting the martyrdom day of Chandrashekhar Azad, he further said, “Yesterday, on the completion of three years of Balakot airstrike, the country also remembered the valour of its Air Force.”PM Modi addresses public meetings in Basti & Deoria, Uttar Pradesh
February 27th, 12:05 pm
Prime Minister Narendra Modi today addressed public meetings in Basti & Deoria, Uttar Pradesh. PM Modi started his address by highlighting the martyrdom day of Chandrashekhar Azad, he further said, “Yesterday, on the completion of three years of Balakot airstrike, the country also remembered the valour of its Air Force.”পুডুচেৰীত ২৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 12th, 03:02 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুডুচেৰীত ভিডিঅ’ কনফাৰেন্সযোগে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ উৎসৱ উদ্বোধন কৰে৷ স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘ভাৰতৰ স্বাধীনতা আন্দোলনৰ অকথিত বীৰ’ বিষয়ৰ ওপৰত নির্বাচিত ৰচনা প্রকাশ কৰে৷ লক্ষাধিক যুৱক-যুৱতীয়ে এই দুটা বিষয়ৰ ওপৰত ৰচনা লিখে৷ তাৰে নির্বাচিত অংশ আজি প্রকাশ কৰা হ’ল। শ্রী মোদী এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপমো উদ্বোধন কৰে৷ এমএছএমই প্রযুক্তি কেন্দ্র নির্মাণত ১২২ কোটি টকা ব্যয় হৈছে। পুডুচেৰী চৰকাৰ প্রেক্ষাগৃহটো নির্মাণত ব্যয় হৈছে ২৩ কোটি টকা। কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, শ্রী নাৰায়ণ ৰাণে, শ্রী ভানুপ্রতাপ সিং ভার্মা আৰু শ্রী নিশীথ প্রামাণিক আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল ডঃ তামিলিচাই সৌন্দৰাজন, মুখ্যমন্ত্রী শ্রী এন ৰংগস্বামী, পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু সাংসদসকল অনুষ্ঠানত উপস্থিত থাকে৷পুডুচেৰীত ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে
January 12th, 11:01 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুডুচেৰীত ভিডিঅ’ কনফাৰেন্সযোগে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ উৎসৱ উদ্বোধন কৰে৷ স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘ভাৰতৰ স্বাধীনতা আন্দোলনৰ অকথিত বীৰ’ বিষয়ৰ ওপৰত নির্বাচিত ৰচনা প্রকাশ কৰে৷ লক্ষাধিক যুৱক-যুৱতীয়ে এই দুটা বিষয়ৰ ওপৰত ৰচনা লিখে৷ তাৰে নির্বাচিত অংশ আজি প্রকাশ কৰা হ’ল। শ্রী মোদী এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপমো উদ্বোধন কৰে৷ এমএছএমই প্রযুক্তি কেন্দ্র নির্মাণত ১২২ কোটি টকা ব্যয় হৈছে। পুডুচেৰী চৰকাৰ প্রেক্ষাগৃহটো নির্মাণত ব্যয় হৈছে ২৩ কোটি টকা। কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, শ্রী নাৰায়ণ ৰাণে, শ্রী ভানুপ্রতাপ সিং ভার্মা আৰু শ্রী নিশীথ প্রামাণিক আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল ডঃ তামিলিচাই সৌন্দৰাজন, মুখ্যমন্ত্রী শ্রী এন ৰংগস্বামী, পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু সাংসদসকল অনুষ্ঠানত উপস্থিত থাকে৷জন্ম জয়ন্তীত চন্দ্ৰশেখৰ আজাদলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
July 23rd, 10:07 am
জন্ম জয়ন্তী উপলক্ষে চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।PM pays tributes to Lokmanya Bal Gangadhar Tilak and Chandra Shekhar Azad on their Jayanti
July 23rd, 10:12 am
The Prime Minister, Shri Narendra Modi has paid tributes to Lokmanya Bal Gangadhar Tilak and Chandra Shekhar Azad on their Jayanti.জন্মবাৰ্ষিকী উপলক্ষে ভাৰতীয় বিপ্লৱী চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
July 23rd, 03:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকী উপলক্ষে ভাৰতীয় বিপ্লৱী চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷The 'remote control' Congress government never paid attention to Madhya Pradesh's needs: PM Modi
November 20th, 04:17 pm
Prime Minister Narendra Modi today addressed two huge public meeting in Jhabua and Rewa in Madhya Pradesh. These public meetings come amid a series of similar public meetings addressed by PM Modi in the election-bound state of Madhya Pradesh.Corruption had ruined the nation when Congress was in power: PM Modi in Jhabua, Madhya Pradesh
November 20th, 11:45 am
Prime Minister Narendra Modi today addressed two huge public meeting in Jhabua and Rewa in Madhya Pradesh. These public meetings come amid a series of similar public meetings addressed by PM Modi in the election-bound state of Madhya Pradesh.Congress represents nepotism, division and dynasty politics: PM Modi in Madhya Pradesh
November 20th, 11:44 am
Prime Minister Narendra Modi today addressed two huge public meeting in Jhabua and Rewa in Madhya Pradesh. These public meetings come amid a series of similar public meetings addressed by PM Modi in the election-bound state of Madhya Pradesh.