‘মহাপৰিনিৰ্বাণ দিৱস’ত ড০ বাবাচাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
December 06th, 09:27 am
ড০ বাবাচাহেব আম্বেদকাৰক ‘মহাপৰিনিৰ্বাণ দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে সমতা আৰু মানৱীয় মৰ্যাদাৰ বাবে ড০ আম্বেদকাৰৰ অক্লান্ত যুঁজে প্ৰজন্মৰ পিচত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।স্মাৰকৰ জৰিয়তে ৰাষ্ট্ৰীয় গৌৰৱৰ স্থাপন
January 31st, 07:52 am
৩১ অক্টোবৰ ২০১৬ তাৰিখে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ মুকলিৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, ‘‘চৰ্দাৰ পেটেলে আমাৰ এক ভাৰত দিছিল৷ এতিয়া ১২৫ কোটি ভাৰতীয়ৰ দায়িত্ব হ’ল শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰা৷’’ এই চিন্তাধাৰাক নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেও মানি চলিছিল৷PM bows to Dr. Babasaheb Ambedkar on his Mahaparinirvan Diwas
December 06th, 09:16 am
The Prime Minister, Shri Narendra Modi has bowed to Dr. Babasaheb Ambedkar on his Mahaparinirvan Diwas.