৮ ফেব্ৰুৱাৰীত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত ভাষণ প্ৰদন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 07th, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে দুপৰীয়া প্ৰায় ১২:৩০ বজাত প্ৰগতি ময়দানৰ ‘ভাৰত মণ্ডপম’ত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে মহান আধ্যাত্মিক গুৰু শ্ৰীল প্ৰভুপাদজীৰ সন্মানত এটি স্মাৰক ডাকটিকট আৰু এটা মুদ্ৰাও মুকলি কৰিব।