Joint Statement on an Enhanced Partnership between the Republic of India and Brunei Darussalam

September 04th, 01:26 pm

At the invitation of His Majesty Sultan Haji Hassanal Bolkiah, PM Narendra Modi, visited Brunei Darussalam. This was PM Modi’s first visit as well as the first bilateral visit by an Indian PM to Brunei Darussalam. Reflecting on the excellent progress over the years in bilateral relations, both leaders reaffirmed their commitment to further strengthen, deepen and enhance partnership in all areas of mutual interest.

ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি (০১ আগষ্ট, ২০২৪)

August 01st, 12:30 pm

মই প্ৰধানমন্ত্ৰী ফাম মিং চিং আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আৰম্ভণিতে, সকলো ভাৰতীয়ৰ হৈ, সঞ্চালক প্ৰধান ন্যুয়েন ফু চোঙৰ মৃত্যুত মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

We must invest in resilient infrastructure today for a better tomorrow: PM Modi

April 24th, 10:06 am

PM Modi addressed the 6th edition of the International Conference on Disaster Resilient Infrastructure. He added that we must invest in resilient infrastructure today, for a better tomorrow. Resilience needs to be factored into new infrastructure creation. Further, it also needs to be a part of post-disaster rebuilding. After disasters, the immediate focus is naturally on relief and rehabilitation. After the initial response, our focus should also include the resilience of infrastructure.

PM addresses 6th edition of International Conference on Disaster Resilient Infrastructure

April 24th, 09:40 am

PM Modi addressed the 6th edition of the International Conference on Disaster Resilient Infrastructure. He added that we must invest in resilient infrastructure today, for a better tomorrow. Resilience needs to be factored into new infrastructure creation. Further, it also needs to be a part of post-disaster rebuilding. After disasters, the immediate focus is naturally on relief and rehabilitation. After the initial response, our focus should also include the resilience of infrastructure.

দ্বিতীয় ভইচ অফ গ্ল’বেল ছাউথ ছামিটৰ সময়ত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ

November 17th, 04:03 pm

যোৱা বছৰৰ ডিচেম্বৰ মাহত যেতিয়া ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া আমি এই মঞ্চত গ্ল’বেল ছাউথৰ দেশসমূহৰ কণ্ঠ বৃদ্ধি কৰাটো আমাৰ দায়িত্ব বুলি বিবেচনা কৰিছিলোঁ। আমাৰ অগ্ৰাধিকাৰ আছিল জি-২০ক বিশ্ব সৰ্বাংগীন আৰু মানৱকেন্দ্ৰিক কৰি তোলা। আমাৰ প্ৰচেষ্টা এই যে জি-২০ৰ কেন্দ্ৰবিন্দু হ’ব লাগে-জনসাধাৰণৰ, জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে উন্নয়ন। এই উদ্দেশ্যৰেই আমি চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ভইচ অৱ গ্ল’বেল ছাউথ ছামিটৰ আয়োজন কৰিলোঁ। ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত ২০০ৰো অধিক জি-২০ বৈঠকত আমি গ্ল’বেল ছাউথৰ অগ্ৰাধিকাৰক প্ৰাধান্য দিলোঁ। ফলত আমি নতুন দিল্লী নেতাসকলৰ ঘোষণা পত্ৰত গ্ল’বেল ছাউথৰ বিষয়সমূহত সকলোৰে সন্মতি লাভ কৰাত সফল হ’লোঁ।

বিশ্ব পৰিৱেশ দিৱস, ২০২৩ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

June 05th, 03:00 pm

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে, দেশ তথা বিশ্বৰ জনসাধাৰণক বহুত বহুত শুভকামনা জনাইছো৷ এই বৰ্ষৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে-এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ অভিযান৷ মই সুখী অনুভৱ কৰিছো যে যিটো কথা বিশ্বই আজি কৰিছে, সেই দিশত ভাৰতে বিগচ ৪-৫ বছৰৰ পৰা একেৰাহে কৰি আছে৷ ২০১৮ চনতে ভাৰতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তিৰ বাবে দুটা পৰ্যায়ত কাম আৰম্ভ কৰিছিল৷ আমি এফালে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছো আৰু আনফালে প্লাষ্টিক আৱৰ্জনা প্ৰক্ৰিয়াকৰণক বাধ্যাতামুলক কৰিছো৷ সেইবাবে ভাৰতত প্ৰায় ৩০লাখ টন প্লাষ্টিক পেকেজিংৰ ৰিচাক্লিং বাধ্যতামুলক হৈছে৷ এয়া ভাৰতত উৎপাদন হোৱা প্লাষ্টিক আৱৰ্জনাৰ প্ৰায় ৭৫%৷ বৰ্তমান ইয়াৰ আওতাত প্ৰায় ১০হাজাৰ উৎপাদক, আমদানিকাৰক আৰু ব্ৰেণ্ডৰ স্বত্তাধিকাৰী আছিল৷

বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ বৈঠক

June 05th, 02:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে বিশ্ব পৰিৱেশ দিৱসৰ সভাত ভাষণ আগবঢ়ায়৷

দুৰ্যোগ প্ৰতিৰোধী সহনশীল আন্তঃগাঁথনি সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ

April 04th, 09:46 am

মাননীয় অতিথিসকল, ৰাষ্ট্ৰপ্ৰধান, শিক্ষাবিদ, বাণিজ্যিক প্ৰতিনিধি, আইন প্ৰণেতা আৰু সমগ্ৰ বিশ্বৰ মোৰ মৰমৰ বন্ধুসকল!

‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি নিৰ্মাণ সম্পৰ্কীয় পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

April 04th, 09:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি (আইচিডিআৰআই)নিৰ্মাণ সম্পৰ্কীয় ২০২৩ৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ দিয়ে।

Democracy is in DNA of every Indian: PM Modi

June 26th, 06:31 pm

PM Modi addressed and interacted with the Indian community in Munich. The PM highlighted India’s growth story and mentioned various initiatives undertaken by the government to achieve the country’s development agenda. He also lauded the contribution of diaspora in promoting India’s success story and acting as brand ambassadors of India’s success.

প্রধানমন্ত্রীয়ে জাৰ্মানীৰ মিউনিখত ভাৰতীয় সমুদায়ৰ সৈতে বাৰ্তালাপ কৰে

June 26th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিউনিখত থকা অডি ড'মত জাৰ্মানীত বাস কৰা ভাৰতীয় সমুদায়ক সম্বোধন কৰে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে। জাৰ্মানীৰ অত্যন্ত সক্ৰিয় তথা তৎপৰ ভাৰতীয় সমুদায়ৰ কেইবাহাজাৰ সদস্যই এই কাৰ্যক্ৰমত ভাগ লয়।

জাপানৰ টকিঅ’ত ভাৰতীয় সমূদায়ক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 23rd, 08:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত জাপানত প্ৰবাসী ভাৰতীয়সকলৰ ৭০০ৰো অধিক সদস্যৰ সৈতে মত বিনিময় কৰে।

জাপানত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

May 23rd, 04:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত জাপানত প্ৰবাসী ভাৰতীয়সকলৰ ৭০০ৰো অধিক সদস্যৰ সৈতে মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগ অনুকূল আন্তঃগাঁথনিৰ বাবে একত্ৰীকৰণ (চিডিআৰআই)ৰ বাৰ্ষিক সন্মিলনৰ তৃতীয় সংস্কৰণত দিয়া ভাষণৰ পাঠ

March 17th, 02:36 pm

PM Modi addressed the opening ceremony of International Conference on Disaster Resilient Infrastructure. PM Modi called for fostering a global ecosystem that supports innovation in all parts of the world, and its transfer to places that are most in need.

দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আধাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষ

March 17th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি সন্দৰ্ভত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠান ভিডিঅ’ কনফাৰেন্সযোগে সম্বোধন কৰে। এই অনুষ্ঠানত ফিজি, ইটালী আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীসকলো উপস্থিত থাকে। এই সন্মিলনত চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ষ্টেকহোল্ডাৰ, আন্তঃৰাষ্ট্ৰীয় সংগঠন, শিক্ষা প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ বহু বিশেষজ্ঞই অংশগ্ৰহণ কৰে।