কেন্দ্ৰীয় খণ্ডআঁচনিৰ চলিত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (পিএমএফবিৱাই) আৰু পুনৰ্গঠিত বতৰ আধাৰিত শস্য বীমা আঁচনি (আৰডব্লিউবিচিআইএছ)ৰব্যৱস্থাসমূহৰ সংশোধন/সংযোজনৰ ৰূপায়ণত কেবিনেটৰ অনুমোদন
January 01st, 03:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ সামগ্ৰিকভাৱে ৬৯,৫১৫.৭১ কোটি টকাব্যয়ৰ সৈতে ২০২৫-২৬ বৰ্ষলৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু পুনৰ্গঠিত বতৰ আধাৰিত শস্য বীমা আঁচনি অব্যাহত ৰখাত অনুমোদন জনায়। এই সিদ্ধান্তই ২০২৫-২৬ বৰ্ষলৈকে সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে প্ৰতিৰোধ কৰিব নোৱাৰা প্ৰাকৃতিক দুৰ্যোগৰ পৰা শস্যৰ বিপদাশংকাক সামৰি ল’ব।খাজুৰাহো, মধ্য প্ৰদেশত কেন-বেতোৱা নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 25th, 01:00 pm
বীৰো কী ধৰতী ঈ বুণ্ডেলখণ্ড পে ৰেৱে ৱাৰে সবই জনন খোঁ হামাই তৰফ সে হাথ জোৰ কেঁ ৰাম ৰাম পৌচে। মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগু ভাই পেটেল, ইয়াৰ কৰ্মথ মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, কেন্দ্ৰীয় মন্ত্ৰী ভাই শিৱৰাজ সিং জী, বীৰেন্দ্ৰ কুমাৰ জী, চি আৰ পাটিল জী, উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰা জী, ৰাজেন্দ্ৰ শুক্লা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়কগণ, অন্য সকলো মহানুভৱ, পূজ্য সন্তগণ আৰু মধ্য প্ৰদেশৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল।PM Modi lays foundation stone of Ken-Betwa River Linking National Project in Khajuraho, Madhya Pradesh
December 25th, 12:30 pm
PM Modi inaugurated and laid the foundation stone of multiple development projects in Khajuraho. Highlighting that Shri Vajpayee's government in the past had seriously begun addressing water-related challenges, but were sidelined after 2004, the PM stressed that his government was now accelerating the campaign to link rivers across the country. He added that the Ken-Betwa Link Project is about to become a reality, opening new doors of prosperity in the Bundelkhand region.গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 28th, 04:00 pm
মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।PM Modi lays foundation stone and inaugurates various development projects worth over Rs 4,900 crore in Amreli, Gujarat
October 28th, 03:30 pm
PM Modi laid the foundation stone and inaugurated various development projects worth over Rs 4,900 crores in Amreli, Gujarat. The Prime Minister highlighted Gujarat's remarkable progress over the past two decades in ensuring water reaches every household and farm, setting an example for the entire nation. He said that the state's continuous efforts to provide water to every corner are ongoing and today's projects will further benefit millions of people in the region.'মন কী বাত' তারিবশিং থৌরম অসিগী অশেংবা এংকরশিংনি: পি.এম. মোদী
September 29th, 11:30 am
My dear countrymen, Namaskar. Once again we have the opportunity to connect in today's Mann Ki Baat. This episode today is going to make me emotional. It's flooding me with a lot of old memories... The reason is that this journey of ours in Mann Ki Baat is completing 10 years. 10 years ago Mann Ki Baat started on the day of Vijayadashami on the 3rd of October. And what a pine coincidence it is that this year on the 3rd of October when 10 years of Mann Ki Baat are completed, it will be the first day of Navratri. There are many phases in this long journey of Mann Ki Baat that I can never forget. Crores of listeners of Mann Ki Baat have been our companions in this journey, whose continuous support I have kept receiving. They provided information from every corner of the country.No power can stop the country whose youth is moving ahead with the resolve of Nation First: PM Modi
January 28th, 01:37 pm
Prime Minister Narendra Modi addressed the National Cadet Corps Rally at Cariappa Ground in New Delhi. The PM talked about the steps being taken to strengthen the NCC in the country in a period when the country is moving forward with new resolutions. He elaborated on the steps being taken to open the doors of the defence establishments for girls and women.কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলী সম্বোধন প্ৰধানমন্ত্ৰীৰ
January 28th, 01:36 pm
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন, এনচিচি বাহিনীৰদ্বাৰা মাৰ্চ পাষ্ট আৰু লগতে এনচিচিৰ কেডেটসকলে প্ৰদৰ্শন কৰা সেনাৰ কাৰ্য্যকলাপ, স্লিটাৰিং, মাইক্ৰ'লাইট ফ্লায়িং, পেৰাছেইলিং তথা সাংস্কৃতিক কাৰ্য্যসূচী প্ৰত্যক্ষ কৰে। শ্ৰেষ্ঠ কেডেটসকলে প্ৰধানমন্ত্ৰীগৰাকীৰপৰা পদক আৰু বেটনো লাভ কৰে।২৬.০৯.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৮১তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 26th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ! আপোনালোকে জানে যে এটা জৰুৰী কাৰ্যসূচীৰ বাবে মই আমেৰিকা যাবলগীয়া হ’ব সেয়েহে মই ভাবিলো যে আমেৰিকা যোৱাৰ আগতেই মই ‘মন কী বাত’ ৰেকৰ্ড কৰো ৷ ছেপ্তেম্বৰৰ যিদিনা ‘মন কী বাত’ আছে, সেইটো দিনাতে আন এক মহত্বপূৰ্ণ দিন আছে ৷ এনেটো আমি বহুতো দিন মনত ৰাখো, বেলেগ বেলেগ দিন পালন কৰো আৰু যদি আপোনাৰ ঘৰত তৰুণ ল’ৰা-ছোৱালী আছে যদি তেওঁলোকক সোধে যে বছৰৰ কোনটো কোনটো দিন কেতিয়া আহে আপোনালোকক সম্পূৰ্ণ সূচী শুনাই দিব, কিন্তু এনে এটা দিন আছে যিটো আমি মনত ৰাখিব লাগে আৰু এই এইটো দিন এনেকুৱা যিটো ভাৰতৰ পৰম্পৰাৰ সৈতে বহুত সংগতিপূৰ্ণ ৷ শতিকা ধৰি আমি যি পৰম্পৰাৰ সৈতে জড়িত তাৰ সৈতে জড়িত কৰা এটা দিন৷ সেইটো হ’ল ‘ওৱাল্ড ৰিভাৰ্চ দে’ মানে ‘বিশ্ব নদী দিৱস’৷বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 05th, 11:05 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনেৰ এজন কৃষকৰ সৈতে মত-বিনিময় কৰে য’ত তেওঁ জৈৱিক কৃষি কাৰ্য্য আৰু কৃষিত জৈৱিক ইন্ধন ব্যৱহাৰৰ অভিজ্ঞতা জনায়।বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
June 05th, 11:04 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনেৰ এজন কৃষকৰ সৈতে মত-বিনিময় কৰে য’ত তেওঁ জৈৱিক কৃষি কাৰ্য্য আৰু কৃষিত জৈৱিক ইন্ধন ব্যৱহাৰৰ অভিজ্ঞতা জনায়।‘বৰষুণৰ পানী সঞ্চয়’ অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 22nd, 12:06 pm
‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল শক্তি অভিযান : বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘কেন বেটৱা সংযোগী প্ৰকল্প’ৰ বাবে কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ সৈতে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ দানো কৰে। নদী-সংযোগীকৰণ সন্দৰ্ভত এইটো হ’ল দেশৰ প্ৰথমটো ‘ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষ পৰিযোজনা’। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ‘সৰপঞ্চ’সকলৰ সৈতেও বাৰ্তালাপ কৰে।‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শুভৰম্ভ কৰিলে ‘জল শক্তি অভিযান: বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতামূলক কাৰ্যক্ৰম
March 22nd, 12:05 pm
‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল শক্তি অভিযান : বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘কেন বেটৱা সংযোগী প্ৰকল্প’ৰ বাবে কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ সৈতে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ দানো কৰে। নদী-সংযোগীকৰণ সন্দৰ্ভত এইটো হ’ল দেশৰ প্ৰথমটো ‘ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষ পৰিযোজনা’। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ‘সৰপঞ্চ’সকলৰ সৈতেও বাৰ্তালাপ কৰে।২২ মাৰ্চত ‘জলশক্তি অভিযানঃ বৰষুণক ধৰক’ শীৰ্ষক অভিযানৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 21st, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চৰ দুপৰীয়া ১২.৩০ বজাত বিশ্ব জল দিৱস উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে ‘জলশক্তি অভিযানঃ বৰষুণক ধৰক’ শীৰ্ষক অভিযানৰ শুভাৰম্ভ কৰিব৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত জল শক্তি মন্ত্ৰী আৰু মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মাজত কেন বেটৱা সংযোগী প্ৰকল্প ৰূপায়ণৰ বাবে এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ’ব৷ ৰাষ্ট্ৰীয় উদ্দেশ্যে নদীসমূহৰ আন্তঃসংযোগী পৰিকল্পনা কৰা এয়া হৈছে দেশৰ প্ৰথমটো প্ৰকল্প৷