১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ মুকলি পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
October 23rd, 05:22 pm
আৰু, আকৌ এবাৰ ব্ৰিকছত যোগদান কৰা সকলো নতুন বন্ধু ৰাষ্ট্ৰক উষ্ম আদৰণি জনাইছোঁ। নতুন ৰূপত ব্ৰিকছে বিশ্বৰ মানৱতাৰ ৪০ শতাংশ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ অংশ গ্ৰহণ কৰিছে।আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ মন্ত্ৰীসকলৰ সভাত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
February 14th, 02:45 pm
আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ মন্ত্ৰীসকলৰ সভাত উপস্থিত সকলোকে শুভেচ্ছা জনাইছোঁ। আইইএৰ প্ৰতিষ্ঠাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাটো তাৎপৰ্যপূৰ্ণ। এই মাইলৰ খুঁটিটোৰ বাবে অভিনন্দন। এই বৈঠকৰ সহ-অধ্যক্ষতা কৰাৰ বাবে আয়াৰলেণ্ড আৰু ফ্ৰান্সকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক শক্তি সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত ভাষণ দিয়ে
February 14th, 02:39 pm
অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাক প্ৰতিষ্ঠাৰ ৫০ তম বাৰ্ষিকীৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু লগতে এই বৈঠকত সহ-সভাপতিত্ব কৰাৰ বাবে আয়াৰলেণ্ড আৰু ফ্ৰান্সৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডাভোচ সন্মিলনত প্ৰধানমন্ত্ৰীৰ 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক সম্বোধনৰ অসমীয়া অনুবাদ
January 17th, 08:31 pm
১৩০ কোটি ভাৰতীয়ৰ হৈ মই বিশ্ব অৰ্থনৈতিক মঞ্চত সমবেত সমগ্ৰ বিশ্বখনৰ বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই আপোনাসৱৰ সৈতে কথা পাতি থকা সময়তে ভাৰতে সাৱধানতা আৰু সতৰ্কতাৰে আন এটা ক’ৰোনা ঢৌৰে মোকাবিলা কৰি আছে। সমান্তৰালভাৱে, ভাৰতে তদুপৰি বহু আশাব্যঞ্জক ফলাফলেৰে অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই গৈছে। আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ উত্তেজনাৰে পৰিপূৰ্ণ আৰু লগতে মাত্ৰ এবছৰতে ১৬০ কোটি ক’ৰোনা ভেকচিনৰ পালি প্ৰদানৰ আত্মবিশ্বাসেৰে ভৰি পৰিছে।PM Modi's remarks at World Economic Forum, Davos 2022
January 17th, 08:30 pm
PM Modi addressed the World Economic Forum's Davos Agenda via video conferencing. PM Modi said, The entrepreneurship spirit that Indians have, the ability to adopt new technology, can give new energy to each of our global partners. That's why this is the best time to invest in India.Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷PM chairs meeting to review steps towards holistic development of islands
September 21st, 02:36 pm
PM Narendra Modi chairs meeting to review steps towards holistic development of island. Emphasizing the strategic importance of India’s island wealth, the Prime Minister stressed the potential for tourism in these areas. Urging the officials to speedily firm up plans for island development, PM Modi said solar energy should be used extensively in this exercise.