ডিজিটেল ৰূপান্তৰক আগুৱাই নিয়াৰ ওপৰত আছিয়ান-ভাৰত যুটীয়া বিবৃতি

October 10th, 05:42 pm

আমি, এছ’চিয়েচন অৱ ছাউথইষ্ট এছিয়ান নেচনছ (আছিয়ান) আৰু ভাৰতৰ সদস্য ৰাষ্ট্ৰসমূহে ২০২৪ চনৰ ১০ অক্টোবৰত লাও পিডিআৰৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলন উপলক্ষে;

অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 07th, 01:28 pm

“ইষ্ট এছিয়া সন্মিলন”ত পুনৰবাৰ অংশগ্ৰহণ কৰাটো মোৰ বাবে আনন্দৰ বিষয়। ৰাষ্ট্ৰপতি উইডোডোৰ অভূতপূৰ্ব আচৰণৰ বাবে মই আন্তৰিক অভিনন্দন জনাইছো। তদুপৰি, এই বৈঠকত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা মই টিমৰ লেষ্টেৰ প্ৰধানমন্ত্ৰী মহামহিম চেনানা গুজমাওক আদৰণি জনাইছো।

২৩সংখ্যক আছিয়ান- ভাৰত সন্মিলন আৰু অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

September 07th, 11:47 am

আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ইয়াৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আছিয়ান নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আছিয়ানৰ মূল স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ পদক্ষেপ আৰু অঞ্চলটোত আছিয়ানৰ দৃষ্টিভংগীৰ অভিসৰণৰ ওপৰত আলোকপাত কৰে। তেওঁ আছিয়ান-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিংশতম আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ

September 07th, 10:39 am

ইয়াক প্ৰেক্ষাপটত ভাৰত-আছিয়ান সন্মিলনৰ যুটীয়া অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা।

প্ৰধানমন্ত্ৰীয়ে কম্বোডিয়া সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত মহামহিম ডাঃ হুন মেনেটক অভিনন্দন জনায়

August 24th, 10:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম্বোডিয়া সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত মহামহিম ডাঃ হুন মেনেটক অভিনন্দন জনায়।

কম্বোদিয়াৰ ৰজা মহামহিম নৰোদম ছিহামনিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

May 30th, 08:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ২৯-৩১ মে’, ২০২৩লৈ ভাৰত ভ্ৰমণৰত কম্বোদিয়াৰ ৰজা মহামহিম নৰোদম ছিহামনিক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী চামদেচ আক্কা মোহা সেনা পাদেই টেচো হুন সেনৰ মাজত ভাৰ্চুৱেল বৈঠক

May 18th, 08:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী চামদেচ আক্কা মোহা সেনা পাদেই টেকো হুন সেনৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, মানৱ সম্পদ উন্নয়ন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, উন্নয়ন সহযোগিতা, সংযোগ, মহামাৰীৰ পিছৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি সমগ্ৰ দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ গতিত সন্তুষ্টি প্ৰকাশ কৰে।

Phone call between Prime Minister Shri Narendra Modi and H.E. Samdech Akka Moha Sena Padei Techo Hun Sen, Prime Minister of Cambodia

June 10th, 08:02 pm

PM Narendra Modi had a phone call with the Prime Minister of Cambodia. The two leaders discussed the Covid-19 pandemic. They agreed to continue the ongoing cooperation for helping each other’s expatriates and facilitating their evacuation.

ম্যানমাৰৰ ষ্টেট কাউন্সিলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

November 03rd, 06:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত আছিয়ান-ভাৰত সন্মিলনৰ আজৰি সময়ত ম্যানমাৰৰ ষ্টেচ কাউন্সিলৰ আন ছান ছ্যু কীক সাক্ষাৎ কৰে৷ নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত গঢ়ি উঠা গুৰুত্বপূৰ্ণ সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷

কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিৰ তালিকা (২৭ জানুৱাৰী, ২০১৮)

January 27th, 03:43 pm

কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিৰ তালিকা (২৭ জানুৱাৰী, ২০১৮)

কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰে হোৱা সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰেছ বিজ্ঞপ্তিৰ অসমীয়া অনুবাদ (জানুৱাৰী ২৭, ২০১৮)

January 27th, 02:05 pm

প্ৰধানমন্ত্ৰী হান চেনক পুনৰবাৰ আদৰিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ৷ এটা দশকৰ বিৰতিৰ পিছত এয়া তেওঁৰ দ্বিতীয়বাৰ ভাৰত ভ্ৰমণ৷

এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী

January 26th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে দেশৰ নেতৃস্থানীয় বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠাত ‘এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী’ শিৰোনামেৰে লিখা প্ৰৱন্ধ প্ৰকাশ পাইছে। তলত প্ৰৱন্ধটো সম্পূৰ্ণকৈ তুলি দিয়া হ’ল।

PM hails article by ASEAN Chair Singapore’s PM, Mr. Lee Hsien Loong

January 25th, 11:32 am

Hailing article by ASEAN Chair Singapore's PM, It beautifully covers the rich history, robust cooperation and promising future of India-ASEAN relations.”

Social Media Corner 28th July

July 28th, 08:32 pm