We will make East India the growth engine of Viksit Bharat: PM Modi in Barrackpore

May 12th, 11:40 am

Today, in anticipation of the 2024 Lok Sabha elections, Prime Minister Narendra Modi sparked enthusiasm and excitement among the audience with his speech in Barrackpore, West Bengal. Expressing gratitude to the numerous mothers and sisters in attendance, he remarked, This scene indicates a forthcoming change in Bengal. The victory of 2019 is poised to be even greater for the BJP this time around.

PM Modi electrifies crowds with his speeches in Barrackpore, Hooghly, Arambagh & Howrah, West Bengal

May 12th, 11:30 am

Today, in anticipation of the 2024 Lok Sabha elections, Prime Minister Narendra Modi sparked enthusiasm and excitement among the audience with his speeches in Barrackpore, Hooghly, Arambagh and Howrah, West Bengal. Expressing gratitude to the numerous mothers and sisters in attendance, he remarked, This scene indicates a forthcoming change in Bengal. The victory of 2019 is poised to be even greater for the BJP this time around.

PM addresses the event marking celebration of first Audit Diwas

November 16th, 12:02 pm

PM Narendra Modi addressed the event marking the celebration of first Audit Diwas. He said CAG not just keeps track of nations accounts but also does value addition in productivity and efficiency, therefore deliberations on the Audit Day and related programmes are part of our improvement and improvisation.

১৬ নৱেম্বৰত প্ৰথম অডিট দিৱস উদযাপন অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

November 15th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ নৱেম্বৰ, ২০২১ৰ পুৱা ১০.৩০ বজাত কেগ কাৰ্যালয়ৰ চৌহদত প্ৰথম অডিট দিৱস উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ আগবঢ়াব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ এটা মূৰ্তিও উন্মোচন কৰিব৷

CAG should be a catalyst of good governance: PM Modi

November 21st, 04:31 pm

Addressing the Conclave of Accountants General and Deputy Accountants General, PM Modi said, India must take the best global practices in sync with technology and instill that into its auditing system, while also working on India-specific tools.

দেশত নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ ব্যৱস্থাপনাত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্রী

November 21st, 04:30 pm

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মহা গাণনিক আৰু উপ-মহা গাণনিকসকলৰ সমাৰোহত বক্তব্য আগবঢ়ায়৷ এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে দেশত নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ যি সংস্কৃতি গঢ় লৈ উঠিছে, সেই ক্ষেত্ৰত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷

একাউণ্টছ জেনেৰেলসকলৰ সন্মিলনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

November 20th, 05:09 pm

কাইলৈ অৰ্থাৎ ২১ নৱেম্বৰ, ২০১৯ তাৰিখে ইয়াত অনুষ্ঠিত হ’বলগীয়া গাণনিক প্ৰধান আৰু উপ-গাণনিক প্ৰধানসকলৰ সন্মিলনত উপস্থিত থাকি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনতে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ভাৰতীয় মহাগাণনিকৰ কাৰ্যালয় আৰু গাণনিক পঞ্জীয়কৰ কাৰ্যালয়সমূহৰ পৰা অহা গাণনিক প্ৰধান আৰু উপ-গাণনিক প্ৰধানসকলক সম্বোধন কৰি ভাষণ প্ৰদান কৰাৰ পূৰ্বে মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব।