এতিয়া টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহ অৰ্থনৈতিক ক্ৰিয়াকলাপৰ কেন্দ্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

September 20th, 08:46 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।

গুজৰাটত কাউন্সিল অৱ মেয়ৰ আৰু বিজেপিৰ ডেপুটি মেয়ৰক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

September 20th, 10:30 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।

চৰ্দাৰ বল্লভভাই পেটেল জুলজিকেল পাৰ্ক উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়

October 30th, 06:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাড়িয়াত চৰ্দাৰ পেটেল জুলজিকেল পাৰ্ক আৰু জিওডেছিক এভিয়েৰী ডম উদ্বোধন কৰে। তেওঁ কেভাড়িয়াত সমন্বিত উন্নয়ন আঁচনিৰ অধীনত ১৭ টা প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে আৰু ৪ টা নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই আঁচনিবোৰৰ ভিতৰত আছে নেভিগেচন চেনেল, নতুন ব'ল্ড ব্ৰীজ, গৰুড়েশ্বৰ বান্ধ, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কোৱাৰ্টাৰ, বাছ বে টাৰ্মিনাছ, একতা নাৰ্চাৰী, ভৱানী ইকো-ট্যুৰিজম আৰু জনজাতীয় আবাসস্থান বা হোমষ্টে। তেওঁ এই অনুষ্ঠানত ষ্টেছ্যু অৱ ইউনিটি-ৰ বাবে একতা ক্ৰুজ সেৱাও মুকলি কৰে।