প্রধানমন্ত্রীয়ে জি৭ শীর্ষ সন্মিলনৰ দ্বিতীয় দিনা দুখন অধিবেশনত যোগ দিয়ে

June 13th, 08:06 pm

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, জি৭ শীর্ষ সন্মিলনত আউটৰিচ অধিবেশনৰ দ্বিতীয় দিনা – “মুক্ত সমাজ আৰু অর্থনীতি আকৌ একেলগে গঢ়ি তুলিম” আৰু “জলবায়ু আৰু প্রকৃতিৰ সবুজায়ন কৰিম” শীর্ষক দুটা আলোচনাত যোগ দিয়ে।