PM Modi's meetings on the sidelines of G-20 Summit in Buenos Aires, Argentina

December 01st, 07:56 pm

PM Narendra Modi held productive talks with several world leaders on the margins of the G-20 Summit in Buenos Aires, Argentina.

PM Modi holds talks with President Mauricio Macri

December 01st, 05:48 pm

Prime Minister Narendra Modi met President Mauricio Macri. The two leaders had extensive discussions on further cementing India-Argentina relations.

ৰাছিয়া-ভাৰত-চীন ত্ৰিপাক্ষিক বৈঠক

November 30th, 11:50 pm

বুয়েনছ এয়াৰছত আজি প্ৰধানমন্ত্ৰী মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷

PM Modi attends trilateral meet with the US President and Japanese PM in Argentina

November 30th, 11:50 pm

PM Narendra Modi, US President Donald Trump and Japanese PM Shinzo Abe met in Buenos Aires for the historic JAI (Japan, America, India) trilateral on the sidelines of the ongoing G-20 Summit.

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি ব্ৰিকছ নেতৃবৰ্গৰ অনানুষ্ঠানিক বৈঠকৰ বিবৃতি

November 30th, 10:24 pm

আমি ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা, ব্ৰিকছ সদস্যভূক্ত দেশসমূহৰ নেতৃবৰ্গই ৩০ নৱেম্বৰ, ২০১৮ত এক অনানুষ্ঠানিক বৈঠকত মিলিত হৈছো। আর্জেণ্টিনাৰ বুয়েন্‌ছ আয়াৰছত জি–২০ সন্মিলনৰ লগত সংগতি ৰাখি এই বৈঠক অনুষ্ঠিত কৰা হয়। ২০১৮ বৰ্ষৰ জি–২০ সন্মিলন আয়োজন কৰাৰ বাবে আৰু আমাক আতিথ্য প্ৰদান কৰাৰ বাবে আর্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক আমি অভিনন্দন জ্ঞাপন কৰিছো৷

জি-২০ সন্মিলনৰ আজৰি সময়ত ব্ৰিকছ নেতাৰে হোৱা অনানুষ্ঠানিক বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

November 30th, 07:08 pm

জি-২০ সন্মিলনৰ আজৰি সময়ত ব্ৰিকছ নেতাৰে হোৱা অনানুষ্ঠানিক বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

PM Modi addresses 'Yoga for Peace' event in Buenos Aires

November 30th, 04:25 am

Addressing 'Yoga for Pace' event in Buenos Aires, PM Narendra Modi said that yoga guarantees health as well as wellness. Yoga means 'to connect'. It connects us with wellness, it connects is with happiness, said PM Modi.

PM Modi arrives at Buenos Aires, Argentina

November 29th, 07:52 pm

PM Narendra Modi arrived at Buenos Aires in Argentina. The PM would attend the G20 Summit and take part in various other programmes.

জি-২০ সন্মিলনৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

November 27th, 07:43 pm

“আৰ্জেণ্টিনাই আয়োজন কৰা ত্ৰয়োদশসংখ্যক জি-২০ সন্মিলনত উপস্থিত থাকিবলৈ মই ২৯ নৱেম্বৰৰ পৰা ০১ ডিচেম্বৰলৈ বুয়েনাছ আয়াৰ্ছ ভ্ৰমণ কৰিম৷