Our aim is to build a $5 trillion economy: PM Modi

July 06th, 11:31 am

Prime Minister Narendra Modi addressed a large gathering of party workers while launching a massive membership campaign in Varanasi, Uttar Pradesh today.

PM Modi addresses BJP workers in Varanasi, Uttar Pradesh

July 06th, 11:30 am

Prime Minister Narendra Modi addressed a large gathering of party workers while launching a massive membership campaign in Varanasi, Uttar Pradesh today.

২০১৯-২০২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰতিক্ৰিয়াৰ অসমীয়া ৰূপান্তৰ

July 05th, 02:00 pm

দেশৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ মহোদয়া আৰু তেওঁৰ দলটোক এই নাগৰিক অনুকূল, বিকাশ অনুকূল আৰু ভৱিষ্যতমুখী বাজেটৰ বাবে অশেষ অভিনন্দন জনাইছো৷ এই বাজেটে দেশক সমৃদ্ধ আৰু জনসাধাৰণক সমৰ্থ কৰি তুলিব৷ এই বাজেটৰ দ্বাৰা দুখীয়াসকলৰ সৱলীকৰণ হ’ব আৰু তৰুণ প্ৰজন্মই উন্নত ভৱিষ্যত লাভ কৰিব৷

PM lauds the Union Budget 2019-2020

July 05th, 01:59 pm

Sharing his thoughts on the Budget 2019-20, PM Narendra Modi said that it was a budget of hope and which will boost India’s development in 21st century. He said that the Budget will empower the poor, ensure better future for the youth and guarantee all round progress of middle class. He also remarked that the Budget will strengthen the industries and agriculture sector while achieving the vision of a $5 trillion economy.

চৰকাৰে সন্ত্ৰাসবাদক যোগ্য প্ৰত্যুত্তৰ দিবঃ শ্ৰীনগৰত প্ৰধানমন্ত্ৰীয়ে কয়

February 03rd, 03:57 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাস বিয়পাবলৈ চেষ্টা চলাই থকা অপশক্তিক দেশে যোগ্য প্ৰত্যুত্তৰ দিব৷ শ্ৰীনগৰত এখন জনসভাত তেওঁ আজি কয়, ‘আমি প্ৰতিগৰাকী সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিম৷ জম্মু আৰু কাশ্মীৰত আমি সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি দিম আৰু পূৰ্ণশক্তিৰে আমি ইয়াৰ বিৰুদ্ধে যুঁজ দি যাম৷’

We will break the backbone of terrorism in Jammu and Kashmir and fight it with all our might: PM Modi

February 03rd, 03:57 pm

PM Modi today launched multiple development projects in Srinagar. Speaking to a gathering, PM Modi highlighted how in the last five years India has become a startup and innovation hub. He also spoke about the Centre's focus on healthcare and highlighted how the Ayushman Bharat Yojana is benefiting lakhs of people across the nation.

লেহত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 03rd, 11:00 am

ইয়ালৈ অহাৰ পূৰ্বে মোক কোনোবাই ক’লে যে লেহত অতিশয় শীত৷ তাপমান শূন্য ডিগ্ৰীতকৈও তলত৷ এই ভীষণ শীততো আপোনালোক ইয়ালৈ আহিছে, মই সঁচাকৈয়ে বিভোৰ হৈ পৰিছো আৰু আপোনালোকক নমস্কাৰ জনাইছো৷ বিমানবন্দৰৰ পৰা অৱতৰণ কৰাৰ পিছত বহু বয়সীয়া আই-মাতৃয়ে বিমানবন্দৰলৈ আশীৰ্বাদ দিবলৈ আহিছিল৷ এই ভীষণ শীতত তেওঁলোক বাহিৰত মুকলিকৈ থিয় হৈ আছিল৷ মই গাড়ীৰ পৰা নামি তেওঁলোকক সেৱা জনাবলৈ তললৈ গ’লো৷ তেওঁলোকৰ স্নেহে মন আন্দোলিত কৰি তুলিলে৷ আপোনালোকৰ এই আপোনত্ব, এই স্নেহ দেখি মোৰ যি অলপ শীতৰ অনুভৱ হৈছিল, এতিয়া তাৰ লেশমানো অনুভৱ হোৱা নাই৷

প্ৰধানমন্ত্ৰীৰ লাডাখৰ লেহ ভ্ৰমণ

February 03rd, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখৰ লেহত উপস্থিত হয়৷ তাতে তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা মুকলি কৰে৷

Mahamilawat’s efforts to protect corrupt middlemen will never bear fruit under my watch: PM Modi

February 02nd, 05:25 pm

PM Narendra Modi addressed rally at Durgapur in West Bengal.PM Modi expressed confidence that in the upcoming elections, the Bharatiya Janata Party would emerge victorious in the state.

Our focus is on ensuring 'Ease of Living' for the citizens: PM Modi in Thakurnagar, West Bengal

February 02nd, 12:21 pm

PM Narendra Modi addressed rallies at Thakurnagar and Durgapur in West Bengal. Both the rallies saw PM Modi launch attack on the ruling Trinamool Congress led government in the state. PM Modi expressed confidence that in the upcoming elections, the Bharatiya Janata Party would emerge victorious in the state.

TMC is certain to go; people in West Bengal want change: PM Narendra Modi

February 02nd, 12:20 pm

PM Narendra Modi addressed rallies at Thakurnagar and Durgapur in West Bengal. Both the rallies saw PM Modi launch attack on the ruling Trinamool Congress led government in the state. PM Modi expressed confidence that in the upcoming elections, the Bharatiya Janata Party would emerge victorious in the state.

নতুন ভাৰতৰ বাবে এই বাজেটে দেশবাসীক আৰু উজ্জীৱিত কৰিব বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

February 01st, 04:57 pm

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত উত্থাপন কৰা বাজেটৰ ভূয়সী প্ৰশংসা কৰি কয় যেন নতুন ভাৰতৰ বাবে এই বাজেটে সমগ্ৰ দেশবাসীক উজ্জীৱিত কৰিব৷ ২০১৯-২০ বৰ্ষৰ অন্তৱর্তীকালীন বাজেট উত্থাপন কৰাৰ পাছত একাধিক টুইট বার্তাৰ লগতে এক বিবৃতিত প্ৰধানমন্ত্রীয়ে কয় যে ১২ কোটিৰ অধিক কৃষক আৰু তেওঁলোকৰ পৰিয়াল, ৩ কোটিতকৈ অধিক মধ্যবিত্ত শ্রেণীৰ কৰদাতা তথা তেওঁলোকৰ পৰিয়ালকে ধৰি ৩০-৪০ কোটি শ্ৰমজীৱি লোক নতুন ভাৰতৰ বাবে বাজেটৰ জৰিয়তে ধন্য হ’ব৷

২০১৯-২০২০ৰ বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য

February 01st, 05:02 am

এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে সঠিক আঁচনিৰ জৰিয়তে একটি গুৰুত্বপূর্ণ পদক্ষেপ হৈছে এই বাজেট৷ মধ্যবিত্ত শ্ৰেণীৰ পৰা শ্ৰমিকলৈকে, কৃষকসকলৰ উন্নতিৰ পৰা ব্যৱসায়ীসকলৰ উন্নতিলৈকে, আয়কৰ ৰেহাইৰ সীমাৰ পৰা আন্তঃগাঁথনি উন্নয়নলৈকে, নির্মাণ খণ্ডৰ পৰা এমএছএমইলৈকে, গৃহ নির্মাণৰ পৰা চিকিৎসা সেৱালৈকে, অর্থনীতিক নতুন গতি প্ৰদানৰ পৰা ‘নতুন ভাৰত’ নির্মাণলৈকে ইত্যাদি সকলো দিশৰ ওপৰত বাজেটত গুৰুত্ব দিয়া হৈছে৷