উজ্জ্বলা ৰাজ সাহায্য সন্দৰ্ভত আজিৰ সিদ্ধান্তই পাৰিবাৰিক বাজেটৰ ওপৰত হেঁচা বহুখিনি কমাব: প্রধানমন্ত্রী
May 21st, 08:16 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কৈছে যে উজ্জ্বলা ৰাজ সাহায্য আৰু পেট্রোল তথা ডিজেলৰ দাম কমোৱা বিষয়ত আজিৰ সিদ্ধান্তই বিভিন্ন ক্ষেত্রৰ ওপৰত ইতিবাচক প্রভাৱ পেলাব, আমাৰ নাগৰিকসকলে সকাহ পাব আৰু জীৱন যাপনৰ স্বাচ্ছন্দ্য অধিক বাঢ়িব।গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 12th, 06:40 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে
March 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।Focus of Budget is on providing basic necessities to poor, middle class, youth: PM Modi
February 02nd, 11:01 am
Prime Minister Narendra Modi today addressed a conclave on Aatmanirbhar Arthvyavastha organized by the Bharatiya Janata Party. Addressing the gathering virtually, PM Modi said, “There is a possibility of a new world order post-COVID pandemic. Today, the world's perspective of looking at India has changed a lot. Now, the world wants to see a stronger India. With the world's changed perspective towards India, it is imperative for us to take the country forward at a rapid pace by strengthening our economy.”PM Modi addresses at Aatmanirbhar Arthvyavastha programme via Video Conference
February 02nd, 11:00 am
Prime Minister Narendra Modi today addressed a conclave on Aatmanirbhar Arthvyavastha organized by the Bharatiya Janata Party. Addressing the gathering virtually, PM Modi said, “There is a possibility of a new world order post-COVID pandemic. Today, the world's perspective of looking at India has changed a lot. Now, the world wants to see a stronger India. With the world's changed perspective towards India, it is imperative for us to take the country forward at a rapid pace by strengthening our economy.”কেন্দ্ৰীয় বাজেট ২০২২-২৩ ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 01st, 02:23 pm
এই বাজেটে ১০০ বছৰৰ ভয়ংকৰ দুৰ্যোগৰ মাজত উন্নয়নৰ এক নতুন আত্মবিশ্বাস কঢ়িয়াই আনিছে। এই বাজেটে অৰ্থনীতি শক্তিশালী কৰাৰ লগতে সাধাৰণ মানুহৰ বাবে বহুতো নতুন সুযোগৰ সৃষ্টি কৰিব। এই বাজেট অধিক আন্তঃগাঁথনি, অধিক বিনিয়োগ, অধিক বিকাশ আৰু অধিক চাকৰিৰ বাবে নতুন সম্ভাৱনাৰে পৰিপূৰ্ণ। আৰু এটা নতুন এলেকা মুকলি হৈছে। সেয়া হৈছে গ্ৰীণ জবৰ কাম। এই বাজেটে সেই সময়ৰ প্ৰয়োজনীয়তাবোৰো সম্বোধন কৰে আৰু দেশৰ যুৱপ্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰে।এখন ‘জন-অনুকূল আৰু প্ৰগতিশীল বাজেট’ৰ বাবে বিত্ত মন্ত্ৰী আৰু তেওঁৰ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 01st, 02:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বছৰৰ বাজেটখনে এটা শতিকাৰ দুৰ্যোগৰ মাজত উন্নয়নৰ এক নতুন আত্মবিশ্বাস কঢ়িয়াই লৈ আহিছে। তেওঁ কয়, ‘এই বাজেটে অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে সাধাৰণ লোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব’।Urge all MPs to make this Budget Session most productive: PM Modi
January 31st, 11:32 am
In his remarks ahead of the Budget Session 2022, PM Modi requested all MPs to make the Session productive. He said, It is true that elections affect sessions and discussions, but I request all MPs that elections will go on, come and go, but the Budget Session draws the blueprint of the year. I urge everyone to make it fruitful.