Double engine BJP govt has given double benefits to Assam: PM Modi in Tamulpur
April 03rd, 11:01 am
Addressing his last rally in Assam’s Tamulpur ahead of last phase of assembly elections in the state, PM Modi said, “The 'Mahajhooth' of 'Mahajot' has been disclosed. On the basis of my political experience and audience love, I can say that people have decided to form NDA government in Assam. They can't bear those who insult Assam's identity and propagate violence.”PM Modi addresses public meeting at Tamulpur, Assam
April 03rd, 11:00 am
Addressing his last rally in Assam’s Tamulpur ahead of last phase of assembly elections in the state, PM Modi said, “The 'Mahajhooth' of 'Mahajot' has been disclosed. On the basis of my political experience and audience love, I can say that people have decided to form NDA government in Assam. They can't bear those who insult Assam's identity and propagate violence.”‘জনৌষধী দিৱস’ উদযাপনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজীৰ পৰা কৰা অনুবাদ
March 07th, 10:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জনৌষধী দিৱস’ উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানতে তেওঁ শ্বিলঙৰ নেইগ্ৰিমছ-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টোও ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা’ৰ একাংশ হিতাধিকাৰীৰ সৈতে এক বাৰ্তালাপমূলক অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ লগতে এই কাৰ্যক্ৰমেৰে জড়িত হৈ উত্তম সেৱা আগবঢ়োৱা একাংশ অংশীদাৰকো পুৰস্কৃত কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়া, শ্ৰী মনসুখ মাণ্ডবীয়া, শ্ৰী অনুৰাগ ঠাকুৰ, হিমাচল প্ৰদেশ আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়, মেঘালয় আৰু গুজৰাটৰ উপ মুখ্য মন্ত্ৰীদ্বয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।‘জনৌষধী দিৱস’ উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 07th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জনৌষধী দিৱস’ উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানতে তেওঁ শ্বিলঙৰ নেইগ্ৰিমছ-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টোও ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা’ৰ একাংশ হিতাধিকাৰীৰ সৈতে এক বাৰ্তালাপমূলক অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ লগতে এই কাৰ্যক্ৰমেৰে জড়িত হৈ উত্তম সেৱা আগবঢ়োৱা একাংশ অংশীদাৰকো পুৰস্কৃত কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়া, শ্ৰী মনসুখ মাণ্ডবীয়া, শ্ৰী অনুৰাগ ঠাকুৰ, হিমাচল প্ৰদেশ আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়, মেঘালয় আৰু গুজৰাটৰ উপ মুখ্য মন্ত্ৰীদ্বয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ স্কিম’ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰোৎসাহন বিভাগ আৰু নিটি আয়োগে অনুষ্ঠিত কৰা প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় এখনি ৱেবিনাৰ সম্বোধন কৰে।প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 05th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰোৎসাহন বিভাগ আৰু নিটি আয়োগে অনুষ্ঠিত কৰা প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় এখনি ৱেবিনাৰ সম্বোধন কৰে।শিক্ষা খণ্ডত বাজেটৰ ব্যৱস্থাৱলী প্ৰয়োগৰ ওপৰত ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
March 03rd, 10:15 am
শিক্ষা খণ্ডৰ বাবে ঘোষিত বাজেট ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত আয়োজিত এক ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।শিক্ষা খণ্ডৰ বাবে ঘোষিত বাজেট ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত আয়োজিত ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
March 03rd, 10:14 am
শিক্ষা খণ্ডৰ বাবে ঘোষিত বাজেট ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত আয়োজিত এক ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।কৃষি খণ্ডত আৱণ্টিত বাজেটৰ ধন ৰাশিৰ প্ৰণয়ন শীৰ্ষক ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 01st, 11:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি আৰু কৃষক কল্যাণৰ বাবে আগবঢ়োৱা বাজেট প্ৰস্তাৱ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে। এই ৱেবিনাৰত কৃষি, দুগ্ধ শিল্প, মৎস্য পালন, চৰকাৰী, বেচৰকাৰী আৰু সমবায় ক্ষেত্ৰৰ অংশীদাৰ, গ্ৰামীণ অৰ্থনীতিৰ বাবে যিবোৰ বেংকে পুঁজি যোগান ধৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়েও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি আৰু কৃষক কল্যাণৰ বাবে আগবঢ়োৱা বাজেট প্ৰস্তাৱ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে। এই ৱেবিনাৰত কৃষি, দুগ্ধ শিল্প, মৎস্য পালন, চৰকাৰী, বেচৰকাৰী আৰু সমবায় ক্ষেত্ৰৰ অংশীদাৰ, গ্ৰামীণ অৰ্থনীতিৰ বাবে যিবোৰ বেংকে পুঁজি যোগান ধৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়েও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে।কৃষি আৰু কৃষকৰ কল্যাণৰ বাবে বাজেট প্ৰস্তাৱৰ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 01st, 11:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি আৰু কৃষক কল্যাণৰ বাবে আগবঢ়োৱা বাজেট প্ৰস্তাৱ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে। এই ৱেবিনাৰত কৃষি, দুগ্ধ শিল্প, মৎস্য পালন, চৰকাৰী, বেচৰকাৰী আৰু সমবায় ক্ষেত্ৰৰ অংশীদাৰ, গ্ৰামীণ অৰ্থনীতিৰ বাবে যিবোৰ বেংকে পুঁজি যোগান ধৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়েও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি আৰু কৃষক কল্যাণৰ বাবে আগবঢ়োৱা বাজেট প্ৰস্তাৱ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে। এই ৱেবিনাৰত কৃষি, দুগ্ধ শিল্প, মৎস্য পালন, চৰকাৰী, বেচৰকাৰী আৰু সমবায় ক্ষেত্ৰৰ অংশীদাৰ, গ্ৰামীণ অৰ্থনীতিৰ বাবে যিবোৰ বেংকে পুঁজি যোগান ধৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়েও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে।বিত্তীয় সেৱা খণ্ডৰ বাজেট প্ৰস্তাৱসমূহৰ ৰূপায়ণ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 26th, 12:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ প্ৰধানমন্ত্ৰীয়ে ৱেবিনাৰ সম্বোধন কৰে
February 26th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।PM Modi addresses a public meeting in Coimbatore, Tamil Nadu
February 25th, 05:31 pm
At a public meeting in Tamil Nadu’s Coimbatore, PM Modi said, “This year Tamil Nadu will elect a new Government. The Assembly elections are happening at a critical moment of Indian history. In the last few years, people of India have given a strong message. The people of India have spoken that they want development-oriented governance.”স্বাস্থ্য খণ্ডত আৱণ্টিত বাজেটৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 10:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ বাবে বাজেট আৱণ্টনৰ সঠিক ব্যৱহাৰৰ বিষয়ে এক ৱেবিনাৰ সম্বোধন কৰে।স্বাস্থ্য ক্ষেত্রত বাজেট আবণ্টন যথোচিতভাৱে ব্যৱহাৰৰ বাবে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
February 23rd, 10:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ বাবে বাজেট আৱণ্টনৰ সঠিক ব্যৱহাৰৰ বিষয়ে এক ৱেবিনাৰ সম্বোধন কৰে।চৌৰি চৌৰাৰ শ্বহীদক উপযুক্ত মৰ্যাদা দিয়া হোৱা নাইঃ প্রধানমন্ত্র
February 04th, 05:37 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ইতিহাসৰ পাতত চৌৰি চৌৰাৰ শ্বহীদসকলক উপযুক্ত মর্যাদা দিয়া হোৱা নাই বুলি আজি উদ্বেগ প্রকাশ কৰে৷ তেওঁ কয় যে যিসকল শ্বহীদ আৰু স্বাধীনতা সংগ্রামী কম পৰিচিত তেওঁলোকৰ ঘটনাৱলীক জনতাৰ মাজলৈ অনাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। দেশে স্বাধীনতাৰ ৭৫ বছৰত প্রৱেশ কৰাৰ সময়ত এই ঘটনাবোৰ আৰু অধিক প্রাসংগিক হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে উত্তৰপ্রদেশৰ গোৰখপুৰৰ চৌৰি চৌৰাৰ ঘটনাৰ শতবার্ষিকী উদযাপনৰ উদ্বোধনৰ সময়ত এইদৰে কয়৷Chauri Chaura holds a significant place in India's freedom struggle: PM Modi
February 04th, 02:37 pm
PM Narendra Modi inaugurated ‘Chauri Chaura’ Centenary Celebrations at Chauri Chaura, Gorakhpur, Uttar Pradesh. Saluting the brave martyrs, the Prime Minister said the sacrifice made at Chauri-Chaura, gave a new direction to the country’s freedom struggle. He said the incident which happened hundred years ago in Chauri Chaura was not just an arson incident but the message of Chauri Chaura was far wider.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘চৌৰি চৌৰা’ শতবাৰ্ষিকী মহোৎস
February 04th, 02:36 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ যোগেদি উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি-চৌৰাত ‘চৌৰি-চৌৰা’ শতাব্দী সমাৰোহৰ উদঘাটন কৰে৷ আজি চৌৰি-চৌৰা ঘটনাৰ শতবৰ্ষ সম্পূৰ্ণ হৈছে৷ এই ঘটনা স্বতন্ত্ৰতাৰ বাবে দেশৰ যুদ্ধৰ এক ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে চৌৰি-চৌৰাৰ শতাব্দী সমাৰোহৰ বাবে সমৰ্পিত এক ডাক-টিকট মুকলি কৰে৷ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত আছিল৷