আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 17th, 10:05 am
সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 17th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চালে লাও ৰামায়ণ
October 10th, 01:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লুৱাং প্ৰাবাঙৰ প্ৰতিষ্ঠিত ৰয়েল থিয়েটাৰে উপস্থাপন কৰা লাও ৰামায়ণ যাক ফলক ফলম বা ফ্ৰা লক ফ্ৰা ৰাম নামৰ এখন ধাৰাবাহিক (এপিছ’ড) চায়। আজিও লাওছত ৰামায়ণৰ প্ৰতি মানুহৰ মাজত যথেষ্ট উৎসাহ আছে। এই মহাকাব্যখনে দুয়োখন দেশৰ মাজত থকা উমৈহতীয়া ঐতিহ্য আৰু যুগ যুগ ধৰি চলি অহা সভ্যতাৰ বন্ধনক প্ৰতিফলিত কৰে। ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ বহু দিশ লাওছত যুগ যুগ ধৰি অভিযোজিত আৰু সংৰক্ষিত হৈ আহিছে। দুয়োখন দেশে নিজৰ উমৈহতীয়া ঐতিহ্যক সৌন্দৰ্য্যবৰ্ধন কৰিবলৈ একেলগে কাম কৰি আছে। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ সংস্থাই লাওছৰ ৱাট ফু মন্দিৰ আৰু আনুষংগিক কীৰ্তিচিহ্নসমূহ পুনৰুদ্ধাৰৰ কামত জড়িত। এই উপলক্ষে গৃহ পৰিক্ৰমা মন্ত্ৰী, শিক্ষা আৰু ক্ৰীড়া মন্ত্ৰী, বেংক অৱ লাও পিডিআৰৰ সন্মানীয় গৱৰ্ণৰ আৰু ভিয়েন্টিয়ানৰ মেয়ৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।দিল্লীৰ গ্ল’বেল বৌদ্ধ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবাদ
April 20th, 10:45 am
কেন্দ্ৰীয় কেবিনেট সদস্য শ্ৰী কিৰেন ৰিজিজু জী, জি কিষাণ ৰেড্ডী জী, অৰ্জুন ৰাম মেঘৱাল জী, আন্তৰ্জাতিক বৌদ্ধ কনফেডাৰেচনৰ মহাসচিব মীনাক্ষী লেখী জী, এই কাৰ্যসূচীত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ভিক্ষু, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু দেশ-বিদেশৰ পৰা অহা সুধীবৃন্দ।নতুন দিল্লীত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 20th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়ায়৷ প্ৰধানমন্ত্ৰী ফটো প্ৰদৰ্শনী প্ৰত্যক্ষ কৰাৰ লগতে বুদ্ধৰ মূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে৷ তেওঁ লগতে ১৯গৰাকী বিশিষ্ট সন্ন্যাসীক সন্ন্যাসীৰ বস্ত্ৰ(চিভাৰ দানা) প্ৰদান কৰে৷২০ এপ্ৰিলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী পৰ্বত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
April 18th, 10:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ এপ্ৰিল, ২০২৩ৰ পুৱা ১০ বজাত দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী পৰ্বত ভাষণ আগবঢ়াব৷উত্তৰ প্ৰদেশৰ কুশীনগৰস্থিত ‘মহানিৰ্বাণা মন্দিৰ’ত উদযাপিত ‘অভিধম্ম দিৱস’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 20th, 12:31 pm
এই পবিত্ৰ কাৰ্যক্ৰমত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেবিনেটত মোৰ সহযোগী শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী কিৰেণ ৰিজিজু জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীলংকাৰ পৰা কুশীনগৰত উপস্থিত হোৱা শ্ৰীলংকা চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীমান নমল ৰাজপক্ষ জী, শ্ৰীলংকাৰ পৰা অহা অতি পূজনীয়, আমাৰ অতিথিসকল, ম্যানমাৰ, ভিয়েটনাম, কম্বোদিয়া, থাইলেণ্ড, লাও পিডিআৰ, ভূটান আৰু দক্ষিণ কোৰিয়াৰ ভাৰতস্থ মহামহিম ৰাষ্ট্ৰদূতসকল, শ্ৰীলংকা, মংগোলীয়া, জাপান, ছিংগাপুৰ, নেপাল আৰু অন্যান্য দেশসমূহৰ পৰা অহা জ্যেষ্ঠ ৰাজনীতিক, সন্মানীয় ভিক্ষুসকল, আৰু ভগবান বুদ্ধৰ অনুগামী বন্ধুসকল!PM participates in an event marking Abhidhamma Day at the Mahaparinirvana Temple in Kushinagar
October 20th, 12:30 pm
Prime Minister Modi participated in an event marking Abhidhamma Day at the Mahaparinirvana Temple in Kushinagar. The Prime Minister said, Buddha is universal because Buddha said to start from within. Buddha's Buddhatva is a sense of ultimate responsibility.Kushinagar International Airport is a tribute to the devotion of Buddhist society around the world: PM Modi
October 20th, 10:33 am
Prime Minister Narendra Modi inaugurated Kushinagar International Airport. Addressing the gathering, the PM said that India is the centre of the faith of Buddhist society around the world. He termed the facility of Kushinagar International Airport, launched as a tribute to their devotion.প্ৰধানমন্ত্ৰীয়ে কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে
October 20th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে।২০অক্টোবৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু কুশীনগৰ বিমান বন্দৰৰ শুভ উদ্বোধন ঘোষণা কৰিব
October 19th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০অক্টোবৰ, ২০২১ত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ১০বজাত তেওঁ কুশীনগৰত স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। ইয়াৰ পিচতে তেওঁ মহাপৰিনিৰ্বাণা মন্দিৰত প্ৰায় ১১.৩০বজাত অনুষ্ঠিতব্য ‘অভিধম্ম দিৱস’ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব। সেইদিনা দুপৰীয়া প্ৰায় ১.১৫বজাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কুশীনগৰত স্থাপন কৰা বহুকেইটা উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।প্রধানমন্ত্রীয়ে বুদ্ধপূর্ণিমা উপলক্ষে ভার্চুৱেল ভেসক আন্তর্জাতিক সন্মিলনত মূল ভাষণ দিব
May 25th, 07:05 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বুদ্ধপূর্ণিমা উপলক্ষে ২৬ মে'ৰ পুৱা ৯টা ৪৫ মিনিটত ভার্চুৱেল ভেসক আন্তর্জাতিক সন্মিলনত মূল ভাষণ দিব।Telephone conversation between PM and Prime Minister of Sri Lanka
August 06th, 09:10 pm
Prime Minister Shri Narendra Modi spoke to Prime Minister of Sri Lanka H.E. Mr. Mahinda Rajapaksa today, and congratulated him on the successful conduct of parliamentary elections in Sri Lanka yesterday. Prime Minister commended the government and the electoral institutions of Sri Lanka for effectively organising the elections despite the constraints of the COVID-19 pandemic.Lasting solutions can come from the ideals of Lord Buddha: PM Modi
July 04th, 09:05 am
PM Narendra Modi addressed Dharma Chakra Diwas celebration via video conferencing. He said, Buddhism teaches respect — Respect for people. Respect for the poor. Respect for women. Respect for peace and non-violence. Therefore, the teachings of Buddhism are the means to a sustainable planet.PM Modi addresses Dharma Chakra Diwas celebration via video conferencing
July 04th, 09:04 am
PM Narendra Modi addressed Dharma Chakra Diwas celebration via video conferencing. He said, Buddhism teaches respect — Respect for people. Respect for the poor. Respect for women. Respect for peace and non-violence. Therefore, the teachings of Buddhism are the means to a sustainable planet.