নেপালত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী আৰু ‘লুম্বিনী দিৱস ২০২২’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 16th, 09:45 pm
কিছু সময়ৰ আগতে মায়াদেবী মন্দিৰত দৰ্শনৰ যি সুযোগ মই লাভ কৰিলো, সেয়াও মোৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব। সেইখন ঠাই, য’ত স্বয়ং বুদ্ধই জন্ম গ্ৰহণ কৰিছিল, সেইখন ঠাইৰ শক্তি, সেইখন ঠাইৰ চেতনা, এয়া নিতান্তই এক অনন্য অভিজ্ঞতা! মই এই কথা দেখিও আনন্দ পাইছো যে এইডোখৰ ঠাইৰ বাবে ২০১৪ চনত মই মহাবোধী বৃক্ষৰ যিটো পুলি উপহাৰ হিচাপে আগবঢ়াইছিলো, সেই পুলিটো এতিয়া বিকশিত হৈ এজোপা গছত পৰিণত হৈছেহি।নেপালৰ লুম্বিনীত বুদ্ধ জয়ন্তী উদযাপন
May 16th, 03:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ লুম্বিনীত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ আৰু ধ্যান গৃহত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰী অৱসৰপ্ৰাপ্ত মাননীয় শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড০ আৰজু ৰাণা দেউবা উপস্থিত আছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেপালৰ লুম্বিনী ভ্ৰমণ (১৬ মে’, ২০২২)
May 15th, 12:24 pm
নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ মৰ্মে মই ২০২২ ৰ ১৬ মে’ত নেপালৰ লুম্বিনী ভ্ৰমণ কৰিম।PM Modi inaugurates Buddha Jayanti 2018 celebrations
April 30th, 03:55 pm
While inaugurating Buddha Jayanti 2018 celebrations, PM Modi highlighted several aspects of Lord Buddha’s life and how the Government of India was dedicatedly working towards welfare of people keeping in His ideals in mind. He said that Lord Buddha’s life gave the message of equality, harmony and humility. Shri Modi also spoke about the work being done to create a Buddhist Circuit to connect several sites pertaining to Buddhism in India and in the neighbouring nations.Government is working with compassion to serve people, in line with the path shown by Lord Buddha: PM Modi
April 30th, 03:42 pm
While inaugurating Buddha Jayanti 2018 celebrations, PM Modi highlighted several aspects of Lord Buddha’s life and how the Government of India was dedicatedly working towards welfare of people keeping in His ideals in mind. He said that Lord Buddha’s life gave the message of equality, harmony and humility. Shri Modi also spoke about the work being done to create a Buddhist Circuit to connect several sites pertaining to Buddhism in India and in the neighbouring nations.কাইলৈ নতুন দিল্লীত বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে
April 29th, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ এপ্ৰিল, সোমবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ ল’ব৷Every Indian is proud of the rich diversity the country has: PM Modi
March 01st, 11:56 am
Addressing the conference on Islamic Heritage, PM Narendra Modi said that religions across the world flourished in India and every Indian was proud of the rich persity of the country. He said that India believed in the philosophy of ‘Vasudhaiva Kutumbakam’ –the entire world is one family. Also, highlighting the mantra of ‘Sabka Saath, Sabka Vikas’, he added that India believed in taking everyone together in the journey towards development.