ব্ৰুনেইৰ চুলতানৰ সৈতে অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 04th, 03:18 pm

মই আপোনাৰ সম্ভাষণ, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আপোনাৰ লগতে সমগ্ৰ ৰাজ পৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

Joint Statement on an Enhanced Partnership between the Republic of India and Brunei Darussalam

September 04th, 01:26 pm

At the invitation of His Majesty Sultan Haji Hassanal Bolkiah, PM Narendra Modi, visited Brunei Darussalam. This was PM Modi’s first visit as well as the first bilateral visit by an Indian PM to Brunei Darussalam. Reflecting on the excellent progress over the years in bilateral relations, both leaders reaffirmed their commitment to further strengthen, deepen and enhance partnership in all areas of mutual interest.

ব্ৰুনেইৰ চুলতানৰ দ্বাৰা আয়োজিত ভোজমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ ইংৰাজী অনুবাদ

September 04th, 12:32 pm

উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই মহামান্য আৰু সমগ্ৰ ৰাজপৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ব্ৰুনেইলৈ এইটো প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। অৱশ্যে, মই ইয়াত লাভ কৰা ঘনিষ্ঠতা আৰু উষ্ণতাই আমাৰ দেশসমূহৰ মাজত থকা শতিকা পুৰণি সম্পৰ্কৰ প্ৰতিটো মুহূৰ্তত মোক মনত পেলাই দিছে।

ব্ৰুনেইৰ মহামহিম চুলতান হাজী হাছানাল বলকিয়াহৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 04th, 12:11 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বন্দৰ ছেৰি বেগাৱানৰ ইস্তানা নুৰুল ইমানত উপস্থিত হয় আৰু ব্ৰুনেইৰ মহামহিম চুলতান হাজী হাছানাল বলকিয়াহে তেখেতক উষ্ম আদৰণি জনায়।

চৰকাৰী ভ্ৰমণসূচীৰে ব্ৰুনেইত উপস্থিত প্ৰধানমন্ত্ৰী

September 03rd, 03:46 pm

এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ব্ৰুনেইলৈ এয়া প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। ভাৰত আৰু ব্ৰুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক ভ্ৰমণ।