Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷অসমৰ কোকৰাঝাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 07th, 12:46 pm
মঞ্চত বিৰাজমান অসমৰ ৰাজ্যপাল, সংসদৰ মোৰ সহযোগী, বিভিন্ন পৰিষদ আৰু সংগঠনৰ সৈতে জড়িত নেতাগণ৷ ইয়াত উপস্থিত এনডিএফবিৰ বিভিন্ন গোটৰ সদস্যগণ, ইয়ালৈ অহা সন্মানীয় মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত তথা আমাক আশীৰ্বাদ দিবলৈ অহা মোৰ মৰমৰ ভাই আৰু ভনীসকল৷অসমত কোকৰাঝাৰত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত উপস্থিত প্ৰধানমন্ত্ৰী
February 07th, 12:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কোকৰাঝাৰত বড়ো চুক্তি সম্পাদনৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি উগ্ৰবাদীসকলক অস্ত্ৰ-শস্ত্ৰ সম্বৰণৰ জৰিয়তে হিংসাৰ পথ পৰিহাৰ কৰি বড়ো কেডাৰসকলৰ দৰে মুলসূঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়৷ ২৭ জানুৱাৰী ২০২০ তাৰিখে এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণ৷ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত ভাগ ল’বলৈ ৭ ফেব্ৰুৱাৰী,২০২০ত অসমৰ কোকৰাঝাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 04th, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত ভাগ ল’বলৈ অহা ৭ ফেব্ৰুৱাৰী,২০২০ত অসমৰ কোকৰাঝাৰ ভ্ৰমণ কৰিব৷ব্ৰু-ৰিয়াং চুক্তিয়ে ৩৫০০০ত কৈও অধিক শৰণাৰ্থীক সংকটৰ পৰা সকাহ প্ৰদান কৰিলে- প্ৰধানমন্ত্ৰী
January 26th, 09:28 pm
নৱবৰ্ষ তথা নতুন দশকৰ ‘মন কী বাত’ৰ প্ৰথম খণ্ডত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰু-ৰিয়াং চুক্তিৰ জৰিয়তে দুই দশক পুৰণি শৰণাৰ্থীৰ সমস্যা সমাধানৰ দ্বাৰা মিজোৰামৰ ৩৪,০০০ত কৈও অধিক শৰণাৰ্থীয়ে সকাহ পালে বুলি মন্তব্য কৰে৷স্বচ্ছতাৰ দৰে জল সংৰক্ষণতো জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি হৈছেঃ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী
January 26th, 04:48 pm
বছৰটোৰ প্ৰথমটো ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’ কিদৰে শিক্ষা আৰু জ্ঞান বিনিময়ৰ প্লেটফ’ৰ্ম হৈ পৰিছে সেই বিষয়ে উল্লেখ কৰে৷ তেওঁ জল সংৰক্ষণ, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলৰ সমস্যা সমাপ্তিৰ ঐতিহাসিক চুক্তি, গগনযান আৰু পদ্ম বঁটা আদিৰ দৰে কেইবাটাও বিষয় সম্পৰ্কে উল্লেখ কৰে৷Home Minister presides over signing of Historic Agreement to end the Bru-Reang Refugee Crisis
January 16th, 08:47 pm
Home Minister presided over signing of Historic Agreement to end the Bru-Reang Refugee Crisis. This historic agreement is in line with PM Modi’s vision for the progress of the North East and the empowerment of the people of the region.