‘চতুৰ্দশ ব্ৰিকছ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

June 24th, 09:40 pm

চীনৰ ৰাষ্ট্ৰপতি চি জিনপিনৰ অধ্যক্ষতাত ‘ভাৰ্চুৱেল’ মাধ্যমেৰে ২৩-২৪ জুন, ২০২২ত অনুষ্ঠিত ‘চতুৰ্দশ ব্ৰিকছ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অংশগ্ৰহণ কৰে ভাৰতে। ২৩ জুনৰ সন্মিলনত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰো, ৰাছীয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটীন আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চীৰিল ৰামাফোছাইয়ো অংশগ্ৰহণ কৰে। ২৪ জুনৰ সন্মিলনত গোলকীয় প্ৰেক্ষাপটত সম্পন্ন হৈ থকা ঘটনা-প্ৰবাহৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ লগতে অনা-‘ব্ৰিকছ’ দেশসমূহৰ সৈতে সম্পৰ্ক স্থাপন সম্পৰ্কীয় প্ৰসংগটো অধিৱেশন অনুষ্ঠিত হয়।

‘ত্ৰয়োদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলন’ত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 09th, 09:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠিত ‘ত্ৰয়োদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলন’ত সভাপতিত্ব কৰিলে।

১৩ সংখ্যক ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্য

September 09th, 05:43 pm

মই আপোনাসৱক এই ব্ৰিকছ সন্মিলনলৈ স্বাগতম জনাইছো। ব্ৰিকছৰ ১৫ সংখ্যক বাৰ্ষিকী উপলক্ষে এই সন্মিলনত পৌৰহিত্য কৰিবলৈ পোৱাটো মোৰ আৰু ভাৰতৰ বাবে পৰম সন্তোষৰ কথা। আপোনালোকৰ সৈতে আজিৰ সন্মিলনৰ বৈঠকৰ কাৰণে বিস্তৃত কাৰ্য্যসূচী আছে। যদি আপোনালোক আটায়ে সন্মতি জনাই, তেন্তে আমি এই কাৰ্য্যসূচী গ্ৰহণ কৰিব পাৰো। ধন্যবাদ, এই কাৰ্য্যসূচী এতিয়া গ্ৰহণ কৰা হৈছে।

13th BRICS Summit

September 07th, 09:11 am

As part of India’s ongoing Chairship of BRICS in 2021, Prime Minister Narendra Modi will chair the 13th BRICS Summit on 9 September 2021 in virtual format. The theme for the Summit is ‘BRICS@15: Intra-BRICS cooperation for continuity, consolidation and consensus’.