Prime Minister Narendra Modi speaks with President of South Africa
August 03rd, 08:26 pm
PM Modi had a telephone conversation today with His Excellency, Mr. Matemela Cyril Ramaphosa, President of the Republic of South Africa. The two leaders positively assessed the progress in bilateral cooperation, including in the context of the thirtieth anniversary of establishment of bilateral diplomatic relations being celebrated in 2023.‘চতুৰ্দশ ব্ৰিকছ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
June 24th, 09:40 pm
চীনৰ ৰাষ্ট্ৰপতি চি জিনপিনৰ অধ্যক্ষতাত ‘ভাৰ্চুৱেল’ মাধ্যমেৰে ২৩-২৪ জুন, ২০২২ত অনুষ্ঠিত ‘চতুৰ্দশ ব্ৰিকছ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অংশগ্ৰহণ কৰে ভাৰতে। ২৩ জুনৰ সন্মিলনত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰো, ৰাছীয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটীন আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চীৰিল ৰামাফোছাইয়ো অংশগ্ৰহণ কৰে। ২৪ জুনৰ সন্মিলনত গোলকীয় প্ৰেক্ষাপটত সম্পন্ন হৈ থকা ঘটনা-প্ৰবাহৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ লগতে অনা-‘ব্ৰিকছ’ দেশসমূহৰ সৈতে সম্পৰ্ক স্থাপন সম্পৰ্কীয় প্ৰসংগটো অধিৱেশন অনুষ্ঠিত হয়।PM Modi's remarks at BRICS Dialogue with Business Council and New Development Bank
November 14th, 09:40 pm
PM Modi addressed the Dialogue with BRICS Business Council and New Development Bank. The PM said the BRICS Business Council should make a roadmap of achieving the target of $500 billion Intra-BRICS trade. He also urged BRICS nations and New Development Bank to join coalition for disaster resilient infrastructure.ব্ৰিকছ ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান
November 14th, 11:24 am
ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ অংশীদাৰ হ’বলৈ পাই মই অতিশয় সুখী অনুভৱ কৰিছো৷ ১১তম ব্ৰিকছ সন্মিলনৰ কাৰ্যসূচী এই মঞ্চৰ পৰাই সূচনা হৈছে৷ ব্যৱসায়ক প্ৰাথমিকতা প্ৰদান কৰাৰ বাবে মই ব্ৰাজিল ৰাষ্ট্ৰপতি, এই মঞ্চৰ উদ্যোক্তা আৰু আৰু সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জনাইছো৷বিশ্ব পৰ্যায়ত মন্দাৱস্থাৰ সত্ত্বেও ব্ৰিকছ দেশসমূহৰ আর্থিক বিকাশ হৈছে, বহু লোক দাৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
November 14th, 11:23 am
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলত আজি ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷ ব্ৰিকছৰ অন্তৰ্ভূক্ত অন্যান্য দেশসমূহৰ প্ৰধানসকলেও ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷Prime Minister's visit to Brasilia, Brazil
November 12th, 01:07 pm
PM Modi will be visiting Brasilia, Brazil during 13-14 November to take part in the BRICS Summit. The PM will also hold bilateral talks with several world leaders during the visit১৩-১৪ নৱেম্বৰত ব্ৰাজিলত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 11th, 07:30 pm
একাদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ২০১৯ৰ ১৩-১৪ নৱেম্বৰত ব্ৰাজিলৰ বাছিলিয়াত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই বছৰৰ ব্ৰিকছ সন্মিলনৰ বিষয়বস্তু হৈছে “এক অভিনৱ ভৱিষ্যতৰ বাবে অৰ্থনৈতিক বিকাশ৷”