প্ৰধানমন্ত্ৰীয়ে ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত চিন্তা প্ৰকাশ কৰে

January 09th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত চিন্তা প্ৰকাশ কৰিছে।

PM Modi's remarks at BRICS Dialogue with Business Council and New Development Bank

November 14th, 09:40 pm

PM Modi addressed the Dialogue with BRICS Business Council and New Development Bank. The PM said the BRICS Business Council should make a roadmap of achieving the target of $500 billion Intra-BRICS trade. He also urged BRICS nations and New Development Bank to join coalition for disaster resilient infrastructure.

ভাৰতত ব্ৰিকছ জল মন্ত্ৰালয়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱনা

November 14th, 08:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলত একাদশ ব্ৰিকছ সন্মিলনৰ পৰিকল্পনা অধিৱেশনত ভাষণ প্ৰদান কৰে৷ উক্ত বৈঠকত ব্ৰিকছ দেশসমূহৰ অন্যান্য মুৰব্বীসকলো উপস্থিত আছিল৷

ব্ৰিকছ ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান

November 14th, 11:24 am

ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ অংশীদাৰ হ’বলৈ পাই মই অতিশয় সুখী অনুভৱ কৰিছো৷ ১১তম ব্ৰিকছ সন্মিলনৰ কাৰ্যসূচী এই মঞ্চৰ পৰাই সূচনা হৈছে৷ ব্যৱসায়ক প্ৰাথমিকতা প্ৰদান কৰাৰ বাবে মই ব্ৰাজিল ৰাষ্ট্ৰপতি, এই মঞ্চৰ উদ্যোক্তা আৰু আৰু সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জনাইছো৷

বিশ্ব পৰ্যায়ত মন্দাৱস্থাৰ সত্ত্বেও ব্ৰিকছ দেশসমূহৰ আর্থিক বিকাশ হৈছে, বহু লোক দাৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী

November 14th, 11:23 am

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলত আজি ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷ ব্ৰিকছৰ অন্তৰ্ভূক্ত অন্যান্য দেশসমূহৰ প্ৰধানসকলেও ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷

১১সংখ্যক ব্ৰিকছ সন্মিলনৰ আজৰি সময়ত চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

November 14th, 10:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰত ব্ৰাছিলিয়াত অনুষ্ঠিত ১১সংখ্যক ব্ৰিকছ সন্মিলনৰ আজৰি সময়ত চীন গণৰাজ্যৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ সৈতে বৈঠকত মিলিত হয়৷

একাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জৈৰ মেছিয়াছ বলছোনাৰোৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

November 14th, 03:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰ, ২০১৯ত একাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জাইৰ মেছিয়াছ বলছোনাৰোৰ সৈতে বৈঠকত মিলিত হয়৷

১১সংখ্যক ব্ৰিকছ সন্মিলনৰ আজৰি সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

November 14th, 03:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাছিলিয়াত ১৩ নৱেম্বৰত ১১সংখ্যক ব্ৰিকছ সন্মিলনৰ আজৰি সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে৷ চলিত বৰ্ষত নেতা দুগৰাকীৰ এয়া চতুৰ্থটো সাক্ষাৎ৷

Prime Minister's visit to Brasilia, Brazil

November 12th, 01:07 pm

PM Modi will be visiting Brasilia, Brazil during 13-14 November to take part in the BRICS Summit. The PM will also hold bilateral talks with several world leaders during the visit

১৩-১৪ নৱেম্বৰত ব্ৰাজিলত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

November 11th, 07:30 pm

একাদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ২০১৯ৰ ১৩-১৪ নৱেম্বৰত ব্ৰাজিলৰ বাছিলিয়াত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই বছৰৰ ব্ৰিকছ সন্মিলনৰ বিষয়বস্তু হৈছে “এক অভিনৱ ভৱিষ্যতৰ বাবে অৰ্থনৈতিক বিকাশ৷”