বহুৰাজ্যিক সমবায় সমিতি (এমএছচিএছ) আইন, ২০০২-ৰ অধীনত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুৰাজ্যিক সমবায় বীজ সমিতি স্থাপনত কেবিনেটৰ অনুমোদন

January 11th, 03:40 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বহুৰাজ্যিক সমবায় সমিতি (এমএছচিএছ) আইন, ২০০২ৰ অধীনত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুৰাজ্যিক বীজ সমবায় সমিতি স্থাপন আৰু প্ৰচাৰ কৰাৰ এক ঐতিহাসিক সিদ্ধান্তত অনুমোদন জনাইছে ৷ ই উৎপাদন, ক্ৰয়, প্ৰক্ৰিয়াকৰণ, ব্ৰেণ্ডিং, লেবেলিং, পেকেজিং, সংৰক্ষণ, বিপণন আৰু মানদণ্ডসম্পন্ন বীজ বিতৰণৰ বাবে এক শীৰ্ষ সংগঠন হিচাপে কাম কৰিব; কৌশলগত গৱেষণা আৰু বিকাশ; আৰু থলুৱা প্ৰাকৃতিক বীজৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে এক প্ৰণালী বিকশিত কৰা; প্ৰাসংগিক মন্ত্ৰালয়, বিশেষকৈ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ) আৰু ৰাষ্ট্ৰীয় বীজ নিগমৰ (এনএছচি) সহায়ত সমগ্ৰ দেশৰ বিভিন্ন সমবায় সমিতিৰ জৰিয়তে তেওঁলোকৰ আঁচনি আৰু সংস্থাসমূহৰ জৰিয়তে 'সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগী' অনুসৰণ কৰিব।

গোৱাৰ ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

September 18th, 10:31 am

গোৱাৰ শক্তিবান আৰু লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ, গোৱাৰ সু-সন্তান শ্ৰীপদ নায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ মিত্ৰ ডা০ ভাৰতী...পৱাৰ জী, গোৱাৰ মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল, উপস্থিত জন প্ৰতিনিধি, ‘ক’ৰোনা-যোদ্ধা’ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!

PM interacts with healthcare workers and beneficiaries of the COVID vaccination programme in Goa

September 18th, 10:30 am

PM Modi interacted with healthcare workers and beneficiaries of the COVID vaccination programme in Goa on the completion of 100% first dose coverage for the adult population in the state. The PM commended the kind of coordination that Goa has shown in dealing with social and geographical challenges. “Goa has shown the great results of ‘Sabka Saath, Sabka Vikas, Sabka, Vishwas and Sabka Prayas.” he said.