ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ (২১-২২ এপ্ৰিল,২০২২)
April 23rd, 10:35 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ২১-২২ এপ্ৰিল, ২০২২ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী সন্মানীয় বৰিছ জনছনে ভাৰত ভ্ৰমণলৈ আহে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে এইটো তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ আছিল।যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ সৈতে এক যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
April 22nd, 12:22 pm
যদিও প্ৰধানমন্ত্ৰী হিচাপে এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, কিন্তু এজন পুৰণি বন্ধু হিচাপে, তেওঁ জানে, বুজি পায়, ভাৰত ভালদৰে। প্ৰধানমন্ত্ৰী জনছনে যোৱা কেইবাবছৰধৰি ভাৰত আৰু যুক্তৰাজ্যৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ মাজত টেলিফোনিক বাৰ্তালাপ
March 22nd, 09:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে।গ্লাছগোত চিঅ'পি২৬ৰ কাষৰীয়াকৈ বৃটিছ প্রধানমন্ত্রীৰ সৈতে প্রধানমন্ত্রীৰ দ্বিপাক্ষিক বৈঠক
November 01st, 11:18 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পহিলা নৱেম্বৰত গ্লাছগোত চিঅ'পি ২৬ বিশ্ব নেতৃবৃন্দৰ শীর্ষ সন্মিলনৰ কাষৰীয়াকৈ বৃটিছ প্রধানমন্ত্রী মিঃ বৰিছ জনছনৰ সৈতে বৈঠক কৰিছে।যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য বৰিছ জনছনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
October 11th, 06:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য বৰিছ জনছনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।ভাৰত-ব্ৰিটেইন ভাৰ্চুৱেল সন্মিলন
May 04th, 06:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী মাননীয় বৰিছ জনছনৰ মাজত আজি এক ভাৰ্চুৱেল শিখৰ সন্মিলনৰ আয়োজন কৰা হয়৷ভাৰত-ইউনাইটেড কিংডম ভাৰ্চুৱেল শীৰ্ষ সন্মিলন (৪মে’, ২০২১)
May 02nd, 09:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪মে’, ২০২১ত ইউনাইটেড কিংডমৰ মাননীয় প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনৰ সৈতে এক ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত মিলিত হ’ব।বৃটেইনৰ প্ৰধানমন্ত্ৰী মিঃ বৰিছ জনছনৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 05th, 07:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটিছ প্ৰধানমন্ত্ৰী মিঃ বৰিছ জনছনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।UK Foreign Secretary Mr Dominic Raab calls on PM
December 16th, 11:57 am
UK Foreign Secretary Mr Dominic Raab called on the Prime Minister Shri Narendra Modi. The discussions covered various facets of the strategic partnership between the two countries.Prime Minister Speaks to the UK PM Mr Boris Johnson
November 27th, 07:42 pm
The Prime Minister, Shri Narendra Modi spoke on phone today with Prime Minister of the United Kingdom, His Excellency Mr. Boris Johnson.PM expresses best wishes to PM of UK
March 27th, 07:05 pm
The Prime Minister Shri Narendra Modi has expressed his best wishes for good health of PM of United Kingdom, Mr Boris Johnson as he tests positive for COVID 19.Telephone Call between Prime Minister and Boris Johnson, Prime Minister of the United Kingdom
December 19th, 12:08 pm
Prime Minister Shri Narendra Modi congratulated Mr. Boris Johnson, Prime Minister of the United Kingdom (UK) over telephone on his electoral victory in the recently concluded elections in UK.বিশ্বৰ নেতাসকলে জনোৱা দীপাৱলীৰ শুভেচ্ছাৰ বাবে ধন্যাবাদ দিলে প্ৰধানমন্ত্ৰীয়ে
October 28th, 12:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইন প্ৰধানমন্ত্ৰী শ্ৰীযুত বৰিছ জনছন, ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত বেঞ্জামিন নেতান্যাহু, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ড’নাল্ড ট্ৰাম্প, কানাডাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জাষ্টিন ট্ৰুডু, ইজৰাইলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ৰিউভান ৰিভলিন, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত লী ছিয়েন লুং, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত মাইক পেন্সকে ধৰি যিসকল বিশ্ব নেতবৰ্গই দীপাৱলী উপলক্ষে শুভেচ্ছা জনাইছে, তেওঁলোকক ধন্যবাদ জনায়৷PM Modi's meetings on the sidelines of G-7 Summit in Biarritz
August 25th, 10:59 pm
On the sidelines of the ongoing G-7 Summit, PM Modi held meetings with world leaders.Telephone conversation between Prime Minister Shri Narendra Modi and the Prime Minister of the United Kingdom His Excellency Mr Boris Johnson
August 20th, 10:17 pm
Prime Minister Shri Narendra Modi had a telephone conversation today with the Prime Minister of the United Kingdom His Excellency Mr Boris Johnson.The Rt. Hon. Boris Johnson, British Foreign Secretary, calls on Prime Minister
January 18th, 05:07 pm
UK Secretary of State for Foreign & Commonwealth Affairs, Mr. Boris Johnson met PM Narendra Modi today. Both the leaders discussed ways to further India-UK ties in host of sectors.