জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 26th, 09:30 am

লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,

প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে

July 26th, 09:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে বিআৰঅ’ৰ দ্বাৰা নিৰ্মাণ কৰা ৯০ টা আন্তঃগাঁথনি প্ৰকল্পক প্ৰশংসা কৰে যিসমূহ আজি ৰাষ্ট্ৰলৈ উৎসৰ্গিত কৰা হয়

September 12th, 09:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২,৯০০ কোটি টকাৰো অধিক মূল্যৰে সীমান্ত পথ সংস্থা (বিআৰঅ’)ৰ দ্বাৰা নিৰ্মাণ কৰা আৰু ১১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তৃত হৈ থকা ৯০ টা আন্তঃগাঁথনি প্ৰকল্পৰ প্ৰশংসা কৰে। প্ৰকল্পসমূহ আজি ৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে দেশবাসীক উৎসৰ্গা কৰিছিল।

প্রধানমন্ত্রীয়ে সীমান্ত পথ সংস্থাৰ পৰিকল্পনা দন্তকৰ দ্বাৰা ৬৪তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰহণ কৰা তৎপৰতাৰ প্ৰশংসা কৰে

May 05th, 10:41 am

প্ৰধানমন্ত্ৰীয়ে সীমান্ত পথ সংস্থাৰ পৰিকল্পনা দন্তকৰ দ্বাৰা ৬৪তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰহণ কৰা তৎপৰতাৰ প্ৰশংসা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে সীমান্ত পথ সংস্থাৰ দ্বাৰা ২৭৮ কিলোমিটাৰ হাপোলী-সৰলী-হুৰী পথৰ ব্লেকটপিং কৰাৰ প্ৰশংসা কৰে

March 23rd, 09:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ পাছত প্ৰথমবাৰ সীমান্ত পথ সংস্থাৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ সবাতোকৈ দূৰৱৰ্তী স্থানৰ অন্যতম হুৰীৰ ফালে যোৱা ২৭৮ কিলোমিটাৰ দীঘল হাপোলি-সৰলী-হুৰী পথৰ ব্লেকটপিং কৰা কামৰ প্ৰশংসা কৰিছে।

৩১.০১.২০২১ তাৰিখে ‘মন কী বাত ২.০’ৰ বিংশতম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

January 31st, 10:39 am

এই মাহটোত ক্ৰিকেটৰ পথাৰৰ পৰাও ভাল খবৰ পোৱা হৈছে৷ আমাৰ ক্ৰিকেট দলে আৰম্ভণিতে হোৱা সমস্যাৰ পিছত অতুলনীয় প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াত ছিৰিজ জয় কৰিলে৷ আমাৰ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু টীমৱৰ্ক সঁচাকৈয়ে প্ৰেৰণাদায়ী৷ ইয়াৰ মাজতে দিল্লীত ২৬ জানুৱাৰীত ত্ৰিৰংগাৰ অপমান দেখি দেশবাসীয়ে দুখো পালে৷ আমি আগন্তুক সময়ছোৱা নতুন আশা আৰু নৱীনতাৰে পূৰ্ণ কৰিব লাগিব৷ আমি যোৱা বছৰ অসাধাৰণ সংযম আৰু সাহসৰ পৰিচয় দিলো৷ এই বছৰো আমি অধিক পৰিশ্ৰম কৰি নিজৰ সংকল্পসমূহ সিদ্ধ কৰিব লাগিব৷ আমি আমাৰ দেশক ক্ষীপ্ৰ গতিৰে আগুৱাই নিব লাগিব৷

গুজৰাটৰ কেৱাড়িয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ পেৰেডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

October 31st, 11:01 am

বন্ধুসকল, মই কালি দুপৰীয়া কেৱড়িয়াত উপস্থিত হৈছিলো৷ আৰু কেৱড়িয়াত উপস্থিত হোৱাৰ পিছত কালিৰ পৰা এতিয়ালৈ ইয়াত জংগল ছাফাৰী, একতা মল, শিশু পুষ্টি পাৰ্ক আৰু আৰোগ্য বনৰ দৰে অনেক নতুন স্থানৰ লোকাৰ্পণ কৰা হৈছে৷ অতি কম সময়ত চৰ্দাৰ সৰোবৰ বান্ধৰ সৈতে জড়িত এই ভব্য নিৰ্মাণ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাৰ, নতুন ভাৰতৰ প্ৰগতিৰ তীৰ্থস্থললৈ পৰিৱৰ্তিত হৈছে৷ আগন্তুক সময়ছোৱাত মা নৰ্মদা নদীৰ তটত, ভাৰতেই নহয় বৰঞ্চ বিশ্বৰ পৰ্যটন মানচিত্ৰত এই স্থানে নিজৰ পৰিচয় সাব্যস্ত কৰিব৷

Prime Minister participates in the Ekta Diwas Celebrations at Kevadia, Gujarat

October 31st, 11:00 am

PM Narendra Modi took part in the Rashtriya Ekta Diwas celebrations at Gujarat's Kevadia and flagged off the parade from the Statue of Unity. Speaking at the event, PM Modi said 130 crore Indians have honoured Corona Warriors in their fight against the coronavirus and added that the country has proved its collective potential during the pandemic in an unprecedented way

হিমাচলপ্ৰদেশৰ ৰোহটাঙত অটল সুৰংগৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 03rd, 11:08 am

কিছু সময়ৰ পূৰ্বে আমি সকলোৱে এখন চিনেমা চালো আৰু মই তাত এক ছবি গেলাৰীও দেখিলো–দ্য মেকিং অৱ অটল টানেল৷ অৱশ্যে উদ্বোধনী অনুষ্ঠানৰ জাকজমকতাত সেইসকল লোক পিছ পৰি ৰয়, যিসকলৰ পৰিশ্ৰমত এই কাম সম্ভৱ হৈ পৰে৷ অভেদ্য আৰু পাঞ্জালক ভেদ কৰি এক বহু কঠিন সংকল্প আজি সম্পূৰ্ণ কৰা হৈছে৷ এই মহাযজ্ঞত নিজৰ ঘাম মাটিত পেলোৱাসকল, নিজৰ জীৱন সংকটত পেলোৱাসকল, পৰিশ্ৰমী জোৱান, অভিযন্ত্ৰা, সকলো শ্ৰমিক ভাই–ভনীক আজি মই সাদৰেৰে প্ৰণাম জনাইছো৷

‘অটল সুৰংগ’ ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 03rd, 11:07 am

পৃথিৱীৰ সবাতোকৈ দীঘল সুৰংগ-পথ ‘অটল সুৰংগ’ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিক ভাবে মুকলি কৰাৰ লগতে ৰা্ষ্ট্ৰৰ নামত উত্সৰ্গা কৰে। সুৰংগটোৰ দক্ষিণ প্ৰান্ত স্থাপিত মানালীত আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য সম্পন্ন কৰে।

Time for expansionism is over, this is the era of development: PM Modi

July 03rd, 02:37 pm

PM Narendra Modi visited Nimu, where he interacted with the valorous Jawans. PM Modi paid rich tributes to the martyred soldiers in the Galwan valley. The PM applauded the soldiers and said, Through display of your bravery, a clear message has gone to the world about India’s strength...Your courage is higher than the heights where you are posted today.

PM visits Nimu in Ladakh to interact with Indian troops

July 03rd, 02:35 pm

PM Narendra Modi visited Nimu, where he interacted with the valorous Jawans. PM Modi paid rich tributes to the martyred soldiers in the Galwan valley. The PM applauded the soldiers and said, Through display of your bravery, a clear message has gone to the world about India’s strength...Your courage is higher than the heights where you are posted today.

PM Modi to launch Garib Kalyan Rojgar Abhiyaan on 20th June to boost livelihood opportunities in Rural India

June 18th, 09:40 am

Government of India has decided to launch a massive rural public works scheme ‘Garib Kalyan Rojgar Abhiyaan’to empower and provide livelihood opportunities to the returnee migrant workers and rural citizens. PM Modi will launch this Abhiyaan on 20th June, 2020 at 11 am through Video-Conference in presence of the Chief Minister and Deputy Chief Minister of Bihar.

লেহত প্ৰধানমন্ত্ৰী; ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ; ফলক মুকলিৰে ঝজিলা সুৰংগৰ শুভাৰম্ভ

May 19th, 12:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ দিনজোৰা ভ্ৰমণসূচীৰ প্ৰথমটো কাৰ্যসূচী হিচাপে লেহত উপস্থিত হয়৷

PM salutes all personnel of Border Roads Organisation on foundation day

May 07th, 12:32 pm



PM conveys his best wishes to all personnel of Border Roads Organisation on the foundation day

May 07th, 09:59 pm