প্ৰধানমন্ত্ৰীয়ে ডঃ আৰ বালাসুব্ৰমনিয়ামৰ 'পাৱাৰ উইদিনঃ দ্য লিডাৰশ্বিপ লিগেচী অৱ নৰেন্দ্ৰ মোদী' নামৰ কিতাপখনৰ এটা কপিত স্বাক্ষৰ কৰে

July 17th, 09:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডঃ আৰ বালাসুব্ৰমনিয়ামক সাক্ষাৎ কৰে আৰু তেওঁৰ 'পাৱাৰ উইদিনঃ দ্য লিডাৰশ্বিপ লিগেচী অৱ নৰেন্দ্ৰ মোদী' নামৰ কিতাপখনৰ এটা কপিত স্বাক্ষৰ কৰে। কিতাপখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ যাত্ৰা দাঙি ধৰিছে আৰু পশ্চিমীয়া আৰু ভাৰতীয় দৃষ্টিকোণেৰে ইয়াক ব্যাখ্যা কৰিছে। লগতে এই দুয়োকে একত্ৰিত কৰি ৰাজহুৱা সেৱাৰ জীৱন যাপন কৰিবলৈ বিচৰাসকলৰ বাবে এক ৰোডমেপ প্ৰদান কৰিছে।

Constitution is not just a book. It is an idea, a commitment and a belief in freedom: PM

June 18th, 08:31 pm

The Prime Minister Narendra Modi addressed at the book release of Shri Ram Bahadur Rai’s book ‘Bhartiya Samvidhan: Ankahi Kahani’ via a video message.

শ্ৰী ৰাম বাহাদুৰ ৰায়ৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তা

June 18th, 08:30 pm

শ্ৰী ৰাম বাহাদুৰ ৰায়ৰ 'ভাৰতীয় সংবিধানঃ অনকহী কাহানী' নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়।

India is a spirit where the nation is above the self: PM Modi

December 19th, 03:15 pm

PM Modi attended function marking Goa Liberation Day. PM Modi noted that even after centuries and the upheaval of power, neither Goa forgot its Indianness, nor did the rest of India forgot Goa. This is a relationship that has only become stronger with time. The people of Goa kept the flame of freedom burning for the longest time in the history of India.

PM attends the function marking Goa Liberation Day celebrations in Goa

December 19th, 03:12 pm

PM Modi attended function marking Goa Liberation Day. PM Modi noted that even after centuries and the upheaval of power, neither Goa forgot its Indianness, nor did the rest of India forgot Goa. This is a relationship that has only become stronger with time. The people of Goa kept the flame of freedom burning for the longest time in the history of India.

PM’s speech at 'Aatmanirbhar Narishakti se Samvad' programme

August 12th, 12:32 pm

Prime Minister Shri Narendra Modi participated in ‘Atmanirbhar Narishakti se Samvad’ and interacted with women Self Help Group (SHG) members/community resource persons promoted under the Deendayal Antyodaya Yojana-National Rural Livelihoods Mission (DAY-NRLM) today via video conferencing. During the event, a compendium of success stories of women SHG members from all across the country, along with a handbook on universalization of farm livelihoods was released by the Prime Minister.

PM interacts with women Self Help Groups in ‘Atmanirbhar Narishakti se Samvad’

August 12th, 12:30 pm

Prime Minister Shri Narendra Modi participated in ‘Atmanirbhar Narishakti se Samvad’ and interacted with women Self Help Group (SHG) members/community resource persons promoted under the Deendayal Antyodaya Yojana-National Rural Livelihoods Mission (DAY-NRLM) today via video conferencing. During the event, a compendium of success stories of women SHG members from all across the country, along with a handbook on universalization of farm livelihoods was released by the Prime Minister.

প্ৰয়াত বলজিৎ কৌৰ তুলসী জীয়ে ৰচনা কৰা গ্ৰন্থ ‘শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৰামায়ণ’ ৰ প্ৰথম ক’পিটো গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

July 09th, 03:37 pm

প্ৰসিদ্ধ অধিবক্তা শ্ৰী কেটিএছ তুলসী জীৰ মাতৃ প্ৰয়াত বলজিৎ কৌৰ তুলসী জীয়ে ৰচনা কৰা গ্ৰন্থ ‘শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৰামায়ণ’ ৰ প্ৰথম ক’পিটো গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ড০ হৰেকৃষ্ণ মেহতাবৰ দ্বাৰা ৰচিত ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

April 09th, 12:18 pm

অনুষ্ঠানটোত মোৰ সৈতে উপস্থিত থকা লোকসভাৰ কেৱল এজন সাংসদেই নহয়, এজন ভাল সাংসদে সাংসদীয় জীৱনত কেনেদৰে কাম কৰিব পাৰে তাৰ এক জীৱন্ত উদাহৰণ, ভাই ভৰ্তৃহৰি মেহতাবজী, ধৰ্মেন্দ্ৰ প্ৰধানী, অন্যান্য জ্যেষ্ঠ গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল! এইটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে মই 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ সৈতে সম্পৰ্কিত এই অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পাইছো। প্ৰায় ডেৰ বছৰ আগতে, আমি সকলোৱে 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ এশ বিংশতম জন্ম জয়ন্তী এক অতি প্ৰেৰণাদায়ক অনুষ্ঠান হিচাপে উদযাপন কৰিছিলো। আজি আমি তেওঁৰ বিখ্যাত গ্ৰন্থ 'ওড়িশা ইতিহাস'ৰ হিন্দী সংস্কৰণ মুকলি কৰিছো। এইটো অতি গুৰুত্বপূৰ্ণ যে ওড়িশাৰ বিশাল আৰু বৈচিত্ৰ্যময় ইতিহাস দেশৰ জনসাধাৰণৰ ওচৰলৈ যাওক। আপুনি ওড়িয়া আৰু ইংৰাজীৰ পিছত হিন্দী সংস্কৰণৰ জৰিয়তে এই প্ৰয়োজনীয়তা পূৰণ কৰিছে। এই অভিনৱ প্ৰচেষ্টাৰ বাবে মই ভাই ভৰ্তৃহৰি মেহতাবজী, হৰেকৃষ্ণ মেহতাব ফাউণ্ডেচন আৰু বিশেষকৈ শংকৰলাল পুৰোহিতজীক ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনাইছো।

ডঃ হৰেকৃষ্ণ মাহতাবৰ ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণ উন্মোচন প্ৰধানমন্ত্ৰী

April 09th, 12:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘উৎকাল কেশৰী’ ডঃ হৰেকৃষ্ণ মাহতাবে প্ৰণয়ন কৰা গ্ৰন্থ ‘ওড়িশা ইতিহাস’ ৰ হিন্দী অনুবাদ উন্মোচন কৰে। পূৰ্বে, এই গ্ৰন্থখনি ওড়িয়া আৰু ইংৰাজীত উপলব্ধ আছিল, ইয়াক হিন্দীলৈ অনুবাদ কৰে শ্ৰী শংকৰলাল পুৰোহিতে। এই কাৰ্যসূচীত শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কটকৰ সাংসদ (লোকসভা) শ্ৰী ভাৰ্ত্ৰুহৰি মাহতাবো উপস্থিত থাকে।

স্বামী চিদভবানন্দ জীৰ ভাগৱত গীতাৰ ই-সংস্কৰণ উন্মোচন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

March 11th, 10:31 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ মাধ্যমৰে স্বামী চিদ্ভৱানানন্দজীৰ ‘ভাগৱদ্ গীতা’ৰ ‘কিণ্ডল’ সংস্কৰণটো আনুষ্ঠানিক ভাবে মুকলি কৰে।

স্বামী চিদ্ভৱানানন্দজীৰ ‘ভাগৱদ্ গীতা’ৰ ‘কিণ্ডল’ সংস্কৰণ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 11th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ মাধ্যমৰে স্বামী চিদ্ভৱানানন্দজীৰ ‘ভাগৱদ্ গীতা’ৰ ‘কিণ্ডল’ সংস্কৰণটো আনুষ্ঠানিক ভাবে মুকলি কৰে।

শ্ৰী গুৰু নানক দেৱ জীৰ জীৱন সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়

November 25th, 04:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱ জীৰ জীৱন সম্পৰ্কীয় এখন গ্ৰন্থ উন্মোচন কৰে৷

‘ব্ৰিড্জীটেল নেশ্যন’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

October 20th, 07:45 pm

দেশৰ সামাজিক আৰু বাণিজ্যিক নেতৃত্বক উজ্জীৱিত কৰি অহা ৰতন টাটাজী, তেখেতৰ বিচাৰধাৰাক আগবঢ়াই নিয়া চন্দ্ৰশেখৰণজী, ৰূপাজী, উপস্থিত আইসকল আৰু সজ্জনসকল।

‘ব্রিজিটেল নেশ্যন” শীর্ষক গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 20th, 07:42 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি নতুন দিল্লীৰ ৭, কল্যাণ মার্গৰ এক অনুষ্ঠান ‘ব্ৰিজিটেল নেশ্যন’ শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে৷ গ্ৰন্থখনিৰ প্রথমটো কপি তেওঁ শ্রী ৰতন টাটাৰ হাতত তুলি দিয়ে৷ শ্রী এন চন্দ্রশেখৰন আৰু শ্রীমতী ৰূপা পুৰুষোত্তমে এই গ্ৰন্থখনি লিখিছে৷

“চন্দ্ৰশেখৰ-আদৰ্শগত ৰাজনীতিৰ অন্তিমগৰাকী প্ৰতীক” শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ

July 24th, 05:18 pm

আদৰণীয় উপ–ৰাষ্ট্ৰপতি ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ শ্ৰী ওম প্ৰকাশ বিৰলা ডাঙৰীয়া, শ্ৰী গুলাম নবী ডাঙৰীয়া আৰু আজিৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু শ্ৰীমান হৰিবংশ ডাঙৰীয়া, চন্দ্ৰশেখৰ ডাঙৰীয়াৰ পৰিয়ালবৰ্গ আৰু তেওঁৰ যাত্ৰা সহযোগী বন্ধুসকল৷

প্ৰধানমন্ত্ৰীৰ ‘‘চন্দ্ৰ শেখৰ- আদৰ্শগত ৰাজনীতিৰ অন্তিমজন আদৰ্শ’’ শীৰ্ষক গ্ৰন্থ উন্মোচন

July 24th, 05:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘‘চন্দ্ৰ শেখৰ– আদৰ্শগত ৰাজনীতিৰ অন্তিমজন আদৰ্শ’’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে৷ এই গ্ৰন্থখন ৰচনা কৰিছে ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ আৰু শ্ৰী ৰবি দত্ত বাজপায়ে৷ সংসদ ভৱনৰ বালাযোগী প্ৰেক্ষাগৃহত এই গ্ৰন্থখন উন্মোচন কৰা হয়৷

Gita teaches us harmony and brotherhood, says PM Modi

February 26th, 05:11 pm

PM Narendra Modi today unveiled the world’s largest Bhagavad Gita. Addressing the gathering, the PM termed the Bhagavad Gita to be a world heritage which has been enlightening generations across the world since thousands of years. “Gita teaches us harmony and brotherhood”, the PM added.

নতুন দিল্লীৰ ইস্কনত আয়োজিত গীতা আৰাধনা মহোৎসৱত উপস্থিত প্ৰধানমন্ত্ৰী

February 26th, 05:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ ইণ্ডিয়া কালচাৰেল চেণ্টাৰৰ ইস্কন গ্লোৰীত আয়োজিত গীতা আৰাধনা মহোৎসৱত উপস্থিত থাকে।

India will emerge stronger only when we empower our daughters: PM Modi

February 12th, 01:21 pm

Prime Minister Modi addressed Swachh Shakti 2019 in Kurukshetra, Haryana and launched various development projects. Addressing the programme, PM Modi lauded India’s Nari Shakti for their contributions towards the noble cause of cleanliness. The Prime Minister said that in almost 70 years of independence, sanitation coverage which was merely 40%, has touched 98% in the last five years.