Heartfelt gratitude to the government and the people of Nigeria for honoring me with Nigeria's national award: PM Modi

November 17th, 08:30 pm

​In a ceremony at the State House, the President of the Federal Republic of Nigeria, H.E. Mr. Bola Ahmed Tinubu conferred the national award - Grand Commander of the Order of Niger” on Prime Minister Shri Narendra Modi for his statesmanship and stellar contribution to fostering India-Nigeria ties. The award citation notes that under Prime Minister’s visionary leadership, India has been positioned as a global powerhouse, and his transformative governance has fostered unity, peace and shared prosperity for all.

প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰীয় বঁটা - “গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ নাইজেৰ” প্ৰদান কৰা হয়

November 17th, 08:11 pm

ষ্টেট হাউছত অনুষ্ঠিত এক অনুষ্ঠানত, ফেডাৰেল ৰিপাব্লিক অৱ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মহামহিম ব’লা আহমেদ টিনুবুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ভাৰত-নাইজেৰিয়া সম্পৰ্ক গঢ়ি তোলাত তেওঁৰ পাৰদৰ্শিতা আৰু অনন্য অৱদানৰ বাবে ৰাষ্ট্ৰীয় বঁটা - গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ নাইজেৰ প্ৰদান কৰে। বঁটাৰ উদ্ধৃতিত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত, ভাৰতে এক বিশ্ব শক্তিগৃহ হিচাপে স্থান লাভ কৰিছে আৰু তেওঁৰ পৰিৱৰ্তনশীল শাসনে সকলোৰে বাবে ঐক্য, শান্তি আৰু ভাগ-বতৰা কৰা সমৃদ্ধিক উৎসাহিত কৰিছে।

নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে আনুষ্ঠানিক আলোচনা প্ৰধানমন্ত্ৰীৰ

November 17th, 06:41 pm

বৰ্তমান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৭-১৮ নৱেম্বৰলৈ নাইজেৰিয়ালৈ ৰাজ্যিক ভ্ৰমণত আছে।আজি তেওঁ আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবু ডাঙৰীয়াৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হয়। ষ্টেট হাউছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীক ২১ বন্দুকৰ চেলুটেৰে আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়।

PM Modi arrives in Abuja, Nigeria

November 17th, 02:00 am

Prime Minister Narendra Modi arrived in Abuja, Nigeria. This is the Prime Minister's first visit to Nigeria. During the visit, PM Modi will hold talks with President Bola Ahmed Tinubu. He will also interact with the Indian community.

নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানাৰ পাঁচ দিনীয়া ভ্ৰমণৰ উদ্দেশ্যে প্ৰস্থানৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্য

November 16th, 12:45 pm

মহামহিম ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ নিমন্ত্ৰণত, এইটোৱেই হ’ব মোৰ প্ৰথম নাইজেৰিয়া ভ্ৰমণ। এয়া পশ্চিম আফ্ৰিকীয় অঞ্চলত আমাৰ ঘনিষ্ঠ অংশীদাৰিত্ব। মোৰ এই ভ্ৰমণ গণতন্ত্ৰ আৰু বহুত্ববাদৰ প্ৰতি উমৈহতীয়া বিশ্বাসৰ ওপৰত আধাৰিত আমাৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ এটা সুযোগ হ’ব। মই নাইজেৰিয়াত থকা ভাৰতীয় সমাজ আৰু বন্ধু-বান্ধৱীকো লগ পাবলৈ আগ্ৰহী, যিসকলে মোলৈ হিন্দী ভাষাত হৃদয়স্পৰ্শী আদৰণি বাৰ্তা প্ৰেৰণ কৰিছে।

নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

November 12th, 07:44 pm

১৬ৰ পৰা ২১ নৱেম্বৰলৈ নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নাইজেৰিয়াত তেওঁ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ লগতে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰিব। ব্ৰাজিলত তেওঁ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। গুয়ানাত প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনা, সংসদত ভাষণ প্ৰদান আৰু কেৰিকম-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে কেৰিবিয়ান অঞ্চলৰ সৈতে সম্পৰ্ক গভীৰ কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰিব।

নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 10th, 07:51 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ফেডাৰেল ৰিপাব্লিক অৱ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মহামান্য শ্ৰীযুত বোলা আহমেদ টিনুবুক সাক্ষাৎ কৰে।