Address by the President of India Shri Ram Nath Kovind to the joint sitting of Two Houses of Parliament

January 31st, 01:59 pm

In his remarks ahead of the Budget Session of Parliament, PM Modi said, Let this session focus upon maximum possible economic issues and the way by which India can take advantage of the global economic scenario.

জন্মু আৰু কাশ্মীৰক ভাৰতৰ মুকুট আখ্যা প্ৰধানমন্ত্ৰীৰ

January 28th, 06:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যুৱ ভাৰতবৰ্ষই এতিয়া সমস্যাসমূহ অধিক দীঘলীয়া কৰিব নিবিচাৰে আৰু বিচ্ছিন্নতাবাদ তথা সন্ত্ৰাসবাদৰ মোকাবিলা কৰি আগুৱাব বিচাৰে৷ দিল্লীত আজি এনচিচি সমাৱেশত তেওঁ আজি ভাষণ আগবঢ়ায়৷

নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সমাৱেশত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ সকলোকে একেলগে লগত লৈ দেশক আগবঢ়াই নিয়াৰ আহ্বান

January 28th, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ সমাৱেশত উপস্থিত থাকে৷ সমাৱেশত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন এনচিচি বাহিনী আৰু আন চুবুৰীয়া ৰাষ্ট্ৰৰ কেডেটসকলৰ গাৰ্ড অৱ অনা আৰু কুচকাৱাজ পৰিদৰ্শন কৰে৷

NCC strengthens the spirit of discipline, determination and devotion towards the nation: PM

January 28th, 12:07 pm

Addressing the NCC Rally in Delhi, PM Modi said that NCC was a platform to strengthen the spirit of discipline, determination and devotion towards the nation. The Prime Minister said that as a young nation, India has decided that it will confront the challenges ahead and deal with them.

দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ(এনচিচি)ৰ ৰেলীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

January 28th, 12:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলীত অংশগ্ৰহণ কৰে৷

ঐতিহাসিক বড়ো চুক্তিক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়ে বড়ো লোকসকললৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব

January 27th, 05:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাক্ষৰিত ঐতিহাসিক বড়ো চুক্তিক আদৰণি জনাই কয় যে চুক্তিখনে বড়ো লোকসকলৰ জীৱনলৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব৷

Our focus is all-round development of India & North east cannot stay behind in this journey: PM Modi

January 19th, 01:49 pm



Prime Minister Modi addresses public meetings in Kokrajhar and Guwahati

January 19th, 01:48 pm