Double engine BJP govt has given double benefits to Assam: PM Modi in Tamulpur
April 03rd, 11:01 am
Addressing his last rally in Assam’s Tamulpur ahead of last phase of assembly elections in the state, PM Modi said, “The 'Mahajhooth' of 'Mahajot' has been disclosed. On the basis of my political experience and audience love, I can say that people have decided to form NDA government in Assam. They can't bear those who insult Assam's identity and propagate violence.”PM Modi addresses public meeting at Tamulpur, Assam
April 03rd, 11:00 am
Addressing his last rally in Assam’s Tamulpur ahead of last phase of assembly elections in the state, PM Modi said, “The 'Mahajhooth' of 'Mahajot' has been disclosed. On the basis of my political experience and audience love, I can say that people have decided to form NDA government in Assam. They can't bear those who insult Assam's identity and propagate violence.”অসমৰ শিৱসাগৰত ভূমি পত্তা বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 23rd, 11:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত একাংশ খিলঞ্জীয়া লোকৰ মাজত মাটিৰ আৱণ্টন দান প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।শিৱসাগৰত ভূমি আৱণ্টন প্ৰমাণ পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 23rd, 11:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত একাংশ খিলঞ্জীয়া লোকৰ মাজত মাটিৰ আৱণ্টন দান প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।‘টাইমছ নাও’-ৰ শীৰ্ষ সন্মিলনত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ
February 12th, 07:32 pm
মই ‘টাইমছ নাও’ গোষ্ঠীৰ সকলো দৰ্শক, কৰ্মচাৰী, ফিল্ড আৰু ডেস্কত কাম কৰা সকলো সংবাদসেৱী, কেমেৰা আৰু লজিষ্টিক্সৰে জড়িত সকলো সতীৰ্থক এই শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জনাইছো।ভাৰতৰ কর্ম পৰিকল্পনা ২০২০ত প্ৰধানমন্ত্ৰীৰ মুল বক্তব্য
February 12th, 07:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টাইমছ নাও টিভি চেনেলৰ দ্বাৰা আয়োজিত ভাৰতৰ কৰ্ম পৰিকল্পনা ২০২০ শীৰ্ষক সন্মিলনত মুল বক্তব্য আগবঢ়ায়৷অসমৰ কোকৰাঝাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 07th, 12:46 pm
মঞ্চত বিৰাজমান অসমৰ ৰাজ্যপাল, সংসদৰ মোৰ সহযোগী, বিভিন্ন পৰিষদ আৰু সংগঠনৰ সৈতে জড়িত নেতাগণ৷ ইয়াত উপস্থিত এনডিএফবিৰ বিভিন্ন গোটৰ সদস্যগণ, ইয়ালৈ অহা সন্মানীয় মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত তথা আমাক আশীৰ্বাদ দিবলৈ অহা মোৰ মৰমৰ ভাই আৰু ভনীসকল৷অসমত কোকৰাঝাৰত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত উপস্থিত প্ৰধানমন্ত্ৰী
February 07th, 12:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কোকৰাঝাৰত বড়ো চুক্তি সম্পাদনৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি উগ্ৰবাদীসকলক অস্ত্ৰ-শস্ত্ৰ সম্বৰণৰ জৰিয়তে হিংসাৰ পথ পৰিহাৰ কৰি বড়ো কেডাৰসকলৰ দৰে মুলসূঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়৷ ২৭ জানুৱাৰী ২০২০ তাৰিখে এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণ৷Track all updates from PM Modi's programmes in Kokrajhar, Assam
February 07th, 10:16 am
In Kokrajhar, Assam, PM Narendra Modi will address a gathering to hail the historic Bodo Agreement signed in January this year.সৰু চহৰবোৰ হ’ল নতুন ভাৰতৰ ভেটি, ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়
February 06th, 08:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ আগবঢ়ায়৷ তেওঁ কয় যে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য অভিলাসী কিন্তু আমি ডাঙৰ চিন্তা কৰিব লাগিব আৰু আগুৱাই যাব লাগিব৷ “মই আপোনালোকক পুনৰ নিশ্চিত কৰিব বিচাৰো যে ভাৰতীয় অৰ্থনীতি শক্তিশালী৷ ভাৰতে সম্পূৰ্ণ গতি আৰু সম্ভাৱনীয়তাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন দেখিছে৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷Our Government has brought new thoughts and new approach to the governance: PM Modi
February 06th, 07:51 pm
PM Modi in his reply in Rajya Sabha, to the Motion of Thanks to the President’s Address said that in the last five years Government has brought new thoughts and new approach to the governance.প্ৰশাসন ব্যৱস্থালৈ নতুন দৃষ্টিভংগী, নতুন চিন্তাঃ ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাবৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়৷
February 06th, 07:50 pm
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত কয় যে যোৱা পাঁচ বছৰত চৰকাৰে প্ৰশাসন ব্যৱস্থালৈ নতুন দৃষ্টিভংগী আৰু নতুন চিন্তা কঢ়িয়াই আনিছে৷ ডিজিটেল ইণ্ডিয়াক ইয়াৰ উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰি তেওঁ কয় ২০১৪ৰ পূৰ্বে মাত্ৰ ৫৯খন গাঁও পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ উপলব্ধ আছিল, কিন্তু যোৱা ৫বছৰত ১.২৫লাখ পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ আগবঢ়োৱা হৈছে৷উত্তৰ পূৰ্বাঞ্চল দেশৰ উন্নতিৰ গুৰুত্বপূৰ্ণ ইঞ্জিন হিচাপে বিবেচিত হৈছেঃ প্ৰধানমন্ত্ৰী
February 06th, 06:26 pm
প্ৰধানমন্ত্ৰীয়ে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক উত্তৰ প্ৰদান কৰি উত্তৰ পূৰ্বাঞ্চল পূৰ্বৰ দৰে অৱহেলিত হৈ থকা নাই বুলি উল্লেখ কৰে৷ তেওঁ কয় যে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশত নতুন ইঞ্জিন হিচাপে বিবেচিত হৈছে৷Our vision is for greater investment, better infrastructure and maximum job creation: PM Modi
February 06th, 03:51 pm
PM Narendra Modi in Lok Sabha said that the Government has kept the fiscal deficit in check. He dwelt on the many steps taken by the Government to increase confidence of investors and strengthen the country's economy.লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণত প্ৰধানমন্ত্ৰীৰ ধন্যবাদসূচক উত্তৰ প্ৰদান
February 06th, 03:50 pm
লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক উত্তৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ভাষণত আশাৰ সঞ্চাৰ হোৱাৰ লগতে আগন্তুক সময়ত দেশক নতুন অৱস্থানত উপনীত কৰোৱাৰ ৰোডমেপ প্ৰদৰ্শিত হৈছে৷ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত ভাগ ল’বলৈ ৭ ফেব্ৰুৱাৰী,২০২০ত অসমৰ কোকৰাঝাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 04th, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত ভাগ ল’বলৈ অহা ৭ ফেব্ৰুৱাৰী,২০২০ত অসমৰ কোকৰাঝাৰ ভ্ৰমণ কৰিব৷Address by the President of India Shri Ram Nath Kovind to the joint sitting of Two Houses of Parliament
January 31st, 01:59 pm
In his remarks ahead of the Budget Session of Parliament, PM Modi said, Let this session focus upon maximum possible economic issues and the way by which India can take advantage of the global economic scenario.বড়ো জনসাধাৰণৰ বাবে এক নৱজীৱন কঢ়িয়াই আনিব বড়ো চুক্তিয়ে, অসমৰ একতা আৰু স্বকীয়তাক আৰু অধিক শক্তিশালী কৰি তুলিব। – প্ৰধানমন্ত্ৰী
January 30th, 03:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শান্তি আৰু উন্নয়ণৰ ক্ষেত্ৰত বড়ো চুক্তিক এক ঐতিহাসিক অধ্যায় হিচাপে অভিহিত কৰিছে। বড়ো চুক্তিক উচ্চ প্ৰসংশা কৰি তেওঁ কয় যে এই চুক্তিখন ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ আৰু ‘এক ভাৰত – শ্ৰেষ্ঠ ভাৰত’ মতবাদেৰে প্ৰেৰিত হৈছে।ঐতিহাসিক বড়ো চুক্তিক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়ে বড়ো লোকসকললৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব
January 27th, 05:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাক্ষৰিত ঐতিহাসিক বড়ো চুক্তিক আদৰণি জনাই কয় যে চুক্তিখনে বড়ো লোকসকলৰ জীৱনলৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব৷