স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 25th, 08:01 pm
সঁচাকৈয়ে আপোনালোক সকলো উদ্ভাৱকক লগ পাই, কথা পাতি মোৰ বহুত ভাল লাগিছে৷ আপোনালোকে এনে কেতবোৰ নতুন নতুন বিষয় চুই গৈছে, আপোনালোকৰ দৰে যুৱক-যুৱতীসকলে নিজৰ কাম-কাজত যি নতুনত্ব আনিছে, যি আত্মবিশ্বাসেৰে আপোনালোকে নিজৰ কাম কৰিছে, সেইবোৰে মোৰ দৰে বহু লোকক কিবা নহয় কিবা এটা নতুন কৰাৰ বাবে প্ৰেৰণা যোগায়৷ এক কথাত আপোনালোক প্ৰেৰণাৰ উৎস, সেয়েহে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত ভাষণ আগবঢ়ায়ে প্ৰধানমন্ত্ৰীয়ে
August 25th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিযোগে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত ভাষণ আগবঢ়ায়।PM Modi addresses public meetings at West Bengal’s Bardhaman, Kalyani and Barasat
April 12th, 11:59 am
PM Modi addressed three mega rallies in West Bengal’s Bardhaman, Kalyani and Barasat today. Speaking at the first rally the PM said, “Two things are very popular here- rice and mihi dana. In Bardhaman, everything is sweet. Then tell me why Didi doesn't like Mihi Dana. Didi's bitterness, her anger is increasing every day because in half of West Bengal's polls, TMC is wiped out. People of Bengal hit so many fours and sixes that BJP has completed century in four phases of assembly polls.”ড০ হৰেকৃষ্ণ মেহতাবৰ দ্বাৰা ৰচিত ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
April 09th, 12:18 pm
অনুষ্ঠানটোত মোৰ সৈতে উপস্থিত থকা লোকসভাৰ কেৱল এজন সাংসদেই নহয়, এজন ভাল সাংসদে সাংসদীয় জীৱনত কেনেদৰে কাম কৰিব পাৰে তাৰ এক জীৱন্ত উদাহৰণ, ভাই ভৰ্তৃহৰি মেহতাবজী, ধৰ্মেন্দ্ৰ প্ৰধানী, অন্যান্য জ্যেষ্ঠ গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল! এইটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে মই 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ সৈতে সম্পৰ্কিত এই অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পাইছো। প্ৰায় ডেৰ বছৰ আগতে, আমি সকলোৱে 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ এশ বিংশতম জন্ম জয়ন্তী এক অতি প্ৰেৰণাদায়ক অনুষ্ঠান হিচাপে উদযাপন কৰিছিলো। আজি আমি তেওঁৰ বিখ্যাত গ্ৰন্থ 'ওড়িশা ইতিহাস'ৰ হিন্দী সংস্কৰণ মুকলি কৰিছো। এইটো অতি গুৰুত্বপূৰ্ণ যে ওড়িশাৰ বিশাল আৰু বৈচিত্ৰ্যময় ইতিহাস দেশৰ জনসাধাৰণৰ ওচৰলৈ যাওক। আপুনি ওড়িয়া আৰু ইংৰাজীৰ পিছত হিন্দী সংস্কৰণৰ জৰিয়তে এই প্ৰয়োজনীয়তা পূৰণ কৰিছে। এই অভিনৱ প্ৰচেষ্টাৰ বাবে মই ভাই ভৰ্তৃহৰি মেহতাবজী, হৰেকৃষ্ণ মেহতাব ফাউণ্ডেচন আৰু বিশেষকৈ শংকৰলাল পুৰোহিতজীক ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনাইছো।ডঃ হৰেকৃষ্ণ মাহতাবৰ ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণ উন্মোচন প্ৰধানমন্ত্ৰী
April 09th, 12:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘উৎকাল কেশৰী’ ডঃ হৰেকৃষ্ণ মাহতাবে প্ৰণয়ন কৰা গ্ৰন্থ ‘ওড়িশা ইতিহাস’ ৰ হিন্দী অনুবাদ উন্মোচন কৰে। পূৰ্বে, এই গ্ৰন্থখনি ওড়িয়া আৰু ইংৰাজীত উপলব্ধ আছিল, ইয়াক হিন্দীলৈ অনুবাদ কৰে শ্ৰী শংকৰলাল পুৰোহিতে। এই কাৰ্যসূচীত শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কটকৰ সাংসদ (লোকসভা) শ্ৰী ভাৰ্ত্ৰুহৰি মাহতাবো উপস্থিত থাকে।PM Modi campaigns in Kerala’s Pathanamthitta and Thiruvananthapuram
April 02nd, 01:45 pm
Ahead of Kerala assembly polls, PM Modi addressed rallies in Pathanamthitta and Thiruvananthapuram. He said, “The LDF first tried to distort the image of Kerala and tried to show Kerala culture as backward. Then they tried to destabilize sacred places by using agents to carry out mischief. The devotees of Swami Ayyappa who should've been welcomed with flowers, were welcomed with lathis.” In Kerala, PM Modi hit out at the UDF and LDF saying they had committed seven sins.PM Modi addresses public meetings in Madurai and Kanyakumari, Tamil Nadu
April 02nd, 11:30 am
PM Modi addressed election rallies in Tamil Nadu's Madurai and Kanyakumari. He invoked MGR's legacy, saying who can forget the film 'Madurai Veeran'. Hitting out at Congress, which is contesting the Tamil Nadu election 2021 in alliance with DMK, PM Modi said, “In 1980 Congress dismissed MGR’s democratically elected government, following which elections were called and MGR won from the Madurai West seat. The people of Madurai stood behind him like a rock.”PM Modi addresses public meeting at Puducherry
March 30th, 04:31 pm
Addressing a public meeting in Puducherry today, Prime Minister Narendra Modi said, “There is something special about Puducherry that keeps bringing me back here again and again.” He accused Congress government for its negligence and said, “In the long list of non-performing Congress governments over the years, the previous Puducherry Government has a special place. The ‘High Command’ Government of Puducherry failed on all fronts.”মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২১ৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
March 02nd, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।কেৰালাত ভাৰতৰ প্রথমটো পূৰ্ণাংগ আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
February 14th, 04:40 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত বহু প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে। এই কাৰ্যসূচীত কেৰালাৰ ৰাজ্যপাল, কেৰালাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দবিয়া, শ্ৰী ভি. মুৰুলীধৰণ উপস্থিত থাকে।কেৰালাৰ কোচিত বহু প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
February 14th, 04:39 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত বহু প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে। এই কাৰ্যসূচীত কেৰালাৰ ৰাজ্যপাল, কেৰালাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দবিয়া, শ্ৰী ভি. মুৰুলীধৰণ উপস্থিত থাকে।India has a rich legacy in science, technology and innovation: PM Modi
December 22nd, 04:31 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.PM delivers inaugural address at IISF 2020
December 22nd, 04:27 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.There is no reason for mistrust in the recent agricultural reforms: PM Modi
December 18th, 02:10 pm
PM Narendra Modi addressed a Kisan Sammelan in Madhya Pradesh through video conferencing. PM Modi accused the opposition parties of misleading the farmers and using them as a vote bank and political tool. He also reiterated that the system of MSP will remain unaffected by the new agricultural laws.PM Modi addresses Kisan Sammelan in Madhya Pradesh
December 18th, 02:00 pm
PM Narendra Modi addressed a Kisan Sammelan in Madhya Pradesh through video conferencing. PM Modi accused the opposition parties of misleading the farmers and using them as a vote bank and political tool. He also reiterated that the system of MSP will remain unaffected by the new agricultural laws.কোচি ৰে’ল মেগা ব্ৰীজ দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
September 18th, 12:28 pm
বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহ্বান ডাঙৰীয়া, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী পীয়ুষ গোয়েল ডাঙৰীয়া, শ্ৰী ৰবিশঙ্কৰ প্ৰসাদ ডাঙৰীয়া, শ্ৰী গিৰিৰাজ সিং ডাঙৰীয়া, নিত্যানন্দ ৰায় ডাঙৰীয়া, শ্ৰীমতী দেৱশ্ৰী চৌধুৰী ডাঙৰীয়া, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদী ডাঙৰীয়া, অন্যান্য মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল আৰু ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আমাৰ এই অনুষ্ঠানৰ সৈতে জড়িত হোৱা আমাৰ বিহাৰৰ ভাই ভনীসকল।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ঐতিহাসিক কুশী ৰে’ল মহাসেতু উচৰ্গা কৰ
September 18th, 12:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে যাত্ৰীসকলৰ সুবিধাৰ্থে বিহাৰত নতুন ৰে’ল লাইন আৰু বৈদ্যুতিকৰণ প্ৰকল্প মুকলি কৰাৰ দেশবাসীক উদ্দেশ্যি ঐতিহাসিক কুশী ৰে’ল মহাসেতু উচৰ্গা কৰে৷‘প্ৰধানমন্ত্ৰী মত্স্য সম্পদা যোজনা’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ
September 10th, 12:01 pm
দেশৰ বাবে, বিহাৰৰ বাবে, গাঁৱৰ জীৱনক স্বাচ্ছন্দ্যপূৰ্ণ কৰাৰ বাবে আৰু ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে, মত্স্য উত্পাদন, দুগ্ধ উত্পাদন, পশুপালন, আৰু কৃষক্ষেত্ৰ উন্নয়ণৰ বাবে পঢ়া-শুনা আৰু গৱেষণাৰে জড়িত বিভিন্ন বিষয়ৰ বাবে বহু কোটি টকাৰ পুঁজি নিয়োজিত হ’ব লগা যোজনাৰ আধাৰশিলা আৰু লোকাৰ্পণ কৰা হ’ল। এই কাৰ্যকৰ্মৰ বাবে মই বিহাৰৰ ভাতৃ-ভগ্নীসকলক অভিনন্দন জ্ঞাপন কৰিছো।পিএম মৎস্য সম্পদ যোজনা, ই-গোপালা এপ আৰু বিহাৰৰ বহু ব্যৱস্থাৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 10th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পিএম মৎস্য সম্পদ যোজনা, ই-গোপালা এপ আৰু বিহাৰৰ মীন উৎপাদন, দুগ্ধ, পশু পালন আৰু কৃষিৰ অধ্যয়ন আৰু গৱেষণা সম্পৰ্কীয় বহু ব্যৱস্থাৰ শুভাৰম্ভ কৰে।