Progress chart of the Aspirational District programme became an inspiration for me: PM Modi

September 30th, 10:31 am

PM Modi launched a unique week-long programme for Aspirational Blocks in the country called ‘Sankalp Saptaah’ at Bharat Mandapam. He said that this programme is a symbol of the success of Team Bharat and the spirit of Sabka Prayas. This programme is important for India's future and ‘Sankalp se Siddhi’ is inherent in this.

আকাংক্ষী ব্লকৰ বাবে এসপ্তাহজোৰা কাৰ্য্যসূচী ‘সংকল্প সপ্তাহ’ৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

September 30th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘সংকল্প সপ্তাহ’ নামেৰে দেশৰ আকাংক্ষী ব্লকসমূহৰ বাবে এক অনন্য সপ্তাহজোৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। তেখেতে এচপিৰেচনেল ব্লক প্ৰগ্ৰেম পৰ্টেল মুকলিৰ লগতে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনী উদ্বোধন কৰে।

Unity in diversity is our pride, our identity: Prime Minister Modi

October 31st, 10:39 am

Prime Minister Modi participated in the Ekta Diwas Parade organized in Kevadia to mark the birth anniversary of Sardar Patel. Addressing the event, PM Modi recalled Sardar Patel’s invaluable contributions towards India’s unification. He dedicated the Government’s decision of abrogating Article 370 from Jammu and Kashmir, to Sardar Patel.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ জনতাক বৈচিত্ৰতাৰ মাজত ঐক্যতা উদযাপনৰ আহ্বান

October 31st, 10:38 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ সমৃদ্ধ বৈচিত্ৰতা তথা সহস্ৰ বছৰ ধৰি বৰ্তি থকা ৰাষ্ট্ৰীয় ঐক্যতাক প্ৰশংসা কৰে৷

জম্মু, কাশ্মীৰ, লেহ আৰু লাডাখৰ বিডিচি নিৰ্বাচনৰ বিজয়ীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

October 25th, 06:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু, কাশ্মীৰ, লেহ আৰু লাডাখত অনুষ্ঠিত হোৱা বিডিচি নিৰ্বাচনত বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে৷ তাৰোপৰি অঞ্চলকেইটাত বিডিচি নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱা বাবে প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷