প্ৰধানমন্ত্ৰীৰ কিৰগিজ গণৰাজ্য ভ্ৰমণৰ সময়ত বিনিময় হোৱা তথ্যসমূহৰ তালিকা

June 14th, 10:01 pm



প্ৰধানমন্ত্ৰীৰ কিৰগিজস্তান ভ্ৰমণৰ সময়ত প্ৰদান কৰা সংবাদ বিবৃতিৰ অসমীয়া অনুবাদ

June 14th, 08:46 pm

মোৰ প্ৰতিনিধিমণ্ডল তথা মোৰ উষ্ম আদৰণিৰ বাবে মই ৰাষ্ট্ৰপতি জিন্বেকোবক ধন্যবাদ জ্ঞাপন কৰিছো৷ মই কিৰগিজস্তানক যোৱা ৩০ বছৰত তেওঁলোকে লাভ কৰা অভূতপুৰ্ব উত্থানৰ বাবে অভিনন্দন প্ৰদান কৰিছো৷ নিজৰ প্ৰাকৃতিক সৌন্দৰ্য, শক্তিশালী গণতন্ত্ৰ আৰু প্ৰতিভাসম্পন্ন লোকৰ বাবে এই দেশৰ ভৱিষ্যত উজ্জ্বল হিচাপে পৰিগণিত হৈছে৷ ভাৰতৰ লোকৰ প্ৰতি কিৰগিজ লোকৰ বন্ধুত্ব আৰু প্ৰেম হৃদয়স্পৰ্শী৷ মই যোৱাবাৰৰ ভ্ৰমণত আৰু এইবাৰো ইয়াত নিজৰ ঘৰৰ দৰে আপোন অনুভৱ কৰিছো৷

ভাৰত-কিৰ্গিস্তান ব্যৱসায়িক ফ’ৰামত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 14th, 01:09 pm

ভাৰত আৰু কিৰ্গিজ ব্যৱসায়িক গোষ্ঠীৰ মাজত এই ব্যৱসায়িক ফ’ৰাম আয়োজন কৰাটো অতি আনন্দৰ কথা৷ তদুপৰি, মোৰ বিছকেক যাত্ৰাৰ দ্বিপাক্ষিক কাৰ্যসূচীও এই ব্যৱসায়িক ফ’ৰামৰ জৰিয়তে আৰম্ভ হৈছে৷ ই আমাৰ অগ্ৰাধিকাৰকে সূচাইছে৷

PM Modi arrives in Bishkek to attend the SCO Summit

June 13th, 02:14 pm

PM Narendra Modi arrived in Bishkek a short while ago to attend the SCO Summit. He will also be meeting various world leaders today.

বিছকেকলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

June 12th, 06:24 pm

ছাংহাই সহযোগিতা সংস্থা(এছচিঅ’)ৰ বৈঠকত অংশ ল’বলৈ মই ১৩-১৪ জুনত বিছকেক(কিৰ্গিজ গণৰাজ্য)ভ্ৰমণ কৰিম৷

PM unveils statue of Mahatma Gandhi in Bishkek

July 12th, 10:04 pm



PM visits Kyrgyz-India Mountain Biomedical Research Centre; inaugurates first telemedicine link between India and Central Asia

July 12th, 09:54 pm



Joint Statement between the Kyrgyz Republic and the Republic of India

July 12th, 03:29 pm



Text of PM’s Statement to media in the Joint Press Briefing with President of Kyrgyzstan at Bishkek

July 12th, 01:06 pm