ক’ভিড-১৯ৰ পৰিস্থিতি আৰু টীকাকৰণ অভিযান প্ৰণয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীৰ সামৰণি ভাষণৰ অসমীয়া ৰূপান্তৰ

January 11th, 04:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ জানুৱাৰীত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰশাসিত অঞ্চলবোৰৰ প্ৰশাসকসকলৰ সৈতে ক’ভিড – ১৯ টীকাকৰণৰ প্ৰস্তুতি সংক্ৰান্তীয় পৰ্যালোচনা বৈঠকত পৌৰহিত্য কৰে।

ক’ভিড – ১৯ ৰ টীকাকৰণৰ বাবে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত পৌৰহিত্য প্ৰধানমন্ত্ৰীৰ

January 11th, 04:57 pm