জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অত্যাধুনিক গৱেষণা আৰু উন্নয়নত সহায়ৰ লক্ষ্যৰে ‘বায়’-ৰাইড’ আঁচনিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
September 18th, 03:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি জৈৱপ্ৰযুক্তি বিভাগ (ডিবিটি)ৰ দুখন ধ্বজাবাহী আঁচনি বায়’মেনুফেকচাৰিং আৰু বায়’ফাউণ্ড্ৰি শীৰ্ষক দুটা নতুন উপাদানেৰে একত্ৰিত কৰি ‘বায়’টেকন’লজী ৰিচাৰ্চ ইনোভেচন এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট (বায়’-ৰাইড)’ নামৰ আঁচনি অব্যাহত ৰখাত অনুমোদন জনাইছে৷India's bio-economy has grown 8 times in the last 8 years: PM Modi
June 09th, 11:01 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.PM inaugurates Biotech Startup Expo – 2022
June 09th, 11:00 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.৯জুনত প্ৰগতি ময়দানত বায়’টেক ষ্টাৰ্টআপ এক্সপ’-২০২২ৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
June 07th, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯জনুৰ পুৱা ১০.৩০ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানত বায়’টেক ষ্টাৰ্টআপ এক্সপ’-২০২২ৰ উদ্বোধন কৰিব৷ এই উপলক্ষে তেওঁ ভাষণো আগবঢ়াব৷