মহাৰাষ্ট্ৰৰ পুণেত বিভিন্ন প্ৰকল্প প্ৰতিষ্ঠা আৰু উদ্বোধনৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 01st, 02:00 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছ জী আৰু অজিত পাৱাৰ জী, দিলীপ জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক, ভাতৃ-ভগ্নীসকল!মহাৰাষ্ট্ৰৰ পুনেত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
August 01st, 01:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে মেট্ৰ’ লাইনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা অংশ উদ্বোধন কৰাৰ লগতে মেট্ৰ’ ৰে’লৰ শুভাৰম্ভ কৰে। লগতে পিমপ্ৰি চিঞ্চৱাড় পৌৰ নিগমে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ১,২৮০টাতকৈও অধিক ঘৰ আৰু পুনে পৌৰ নিগমে নিৰ্মাণ কৰা ২,৬৫০টাতকৈও অধিক পিএমএৱাই আবাস হিতাধিকাৰীক অৰ্পণ কৰে। তেওঁ পিচিএমচিয়ে নিৰ্মাণ কৰিবলগীয়া প্ৰায় ১,১৯০টা পিএমএৱাই ঘৰ আৰু পুনে মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰিবলগীয়া ৬,৪০০ৰো অধিক ঘৰৰ আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রীয়ে প্রায় ৩০০ কোটি টকা ব্যয়েৰে বিকাশ সাধন কৰা পিচিএমচিৰ অধীনত এটা আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্লাণ্টো উদ্বোধন কৰে৷৯জুনত প্ৰগতি ময়দানত বায়’টেক ষ্টাৰ্টআপ এক্সপ’-২০২২ৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
June 07th, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯জনুৰ পুৱা ১০.৩০ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানত বায়’টেক ষ্টাৰ্টআপ এক্সপ’-২০২২ৰ উদ্বোধন কৰিব৷ এই উপলক্ষে তেওঁ ভাষণো আগবঢ়াব৷